• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিদ্ধান্ত ল’বলৈ প্ৰধানমন্ত্ৰী মোদী দেশত নাই! ২৬ জুনত অনুষ্ঠিত হ’ব অধ্যক্ষ বাচনিৰ বাবে নিৰ্বাচন

সিদ্ধান্ত ল’বলৈ প্ৰধানমন্ত্ৰী মোদী দেশত নাই! ২৬ জুনত অনুষ্ঠিত হ’ব অধ্যক্ষ বাচনিৰ বাবে নিৰ্বাচন

2 years ago
কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

কুম্ভ ৰাশিত মহালক্ষ্মী ৰাজযোগ, সু-সময় উভতিছে এই ৩ৰাশিৰ

6 minutes ago
ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

ফিডিং টিউব আৰু ভেণ্টিলেটৰ খুলি দিয়া হৈছে, স্থানান্তৰ কৰা হৈছে জেনেৰেল বেডলৈ, কেনেকৈ আগবাঢ়িছে হৰিশ ৰানাক মুক্তি দিয়াৰ প্ৰক্ৰিয়া?

29 minutes ago
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

51 minutes ago
গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

গজকেশৰী ৰাজযোগৰ সৈতে মালব্য ৰাজযোগ, আগন্তুক সপ্তাহত ৰাজভোগ আছে এই ৫ৰাশিৰ জীৱনত

1 hour ago
কন্দাকটা-কাজিয়া-অশান্তি একো নাই,  Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

কন্দাকটা-কাজিয়া-অশান্তি একো নাই, Gen Z ৰ নতুন পছন্দ Soft Breakup, বিষয়টো কি?

2 hours ago
দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

দৈনিক এই ৫ অভ্যাসে কমাইছে স্মৃতিশক্তি, ডিমেনছিয়াৰ আশংকা দূৰ কৰিবলৈ কি কৰিব?

2 hours ago
১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

১৫ লাখ টকা ৫ বছৰত বিচাৰে? এই প্ৰকল্পত বিনিয়োগ কৰিয়েই আপুনি ১৫ লাখ সহজেই গোটাব পাৰিব

2 hours ago
আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

আপোনাৰ দৰমহা ৫০ হাজাৰ টকা নেকি? মাহিলী কিমান সঞ্চয় কৰিলে লাখপতি সহজেই হ’ব?

3 hours ago
শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

শনি দেৱৰ কু-দৃষ্টিৰ পৰা পৰিব ৰক্ষা, যদি কৰে হনুমান আৰু শিৱৰ আৰাধনা!

15 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা সলনি হ’ব বেংকৰ নিয়ম, আপোনাৰ পকেটত পৰিব প্ৰভাৱ!

15 hours ago
‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

‘তুমি যদি কোৱা জোন-তৰা আনি দিম’, ৰ’নাল্ডোই আকাশৰ তৰা উপহাৰ দিলে প্ৰেমিকাক!

16 hours ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

সিদ্ধান্ত ল’বলৈ প্ৰধানমন্ত্ৰী মোদী দেশত নাই! ২৬ জুনত অনুষ্ঠিত হ’ব অধ্যক্ষ বাচনিৰ বাবে নিৰ্বাচন

সিদ্ধান্ত ল’বলৈ প্ৰধানমন্ত্ৰী মোদী দেশত নাই! ২৬ জুনত অনুষ্ঠিত হ’ব অধ্যক্ষ বাচনিৰ বাবে নিৰ্বাচন

editor by editor
June 13, 2024
in Uncategorized
0
সিদ্ধান্ত ল’বলৈ প্ৰধানমন্ত্ৰী মোদী দেশত নাই! ২৬ জুনত অনুষ্ঠিত হ’ব অধ্যক্ষ বাচনিৰ বাবে নিৰ্বাচন
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ৰ লোকসভা নিৰ্বাচনৰ সংখ্যাগৰিষ্ঠতা দখল কৰি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ’ল নৰেন্দ্ৰ মোডী । দেওবাৰে (০৯ জুন)ত শপত গ্ৰহণ কৰাৰ পিছত সোমবাৰে (১০ জুন)ত মন্ত্ৰণালয় ভাগ কৰি দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ লোকসভাৰ অধ্যক্ষ নিৰ্বাচনৰ ওপৰতে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। সেই সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে  জাৰি কৰিছে এক অধিসূচনা। ২৬ জুনত অনুষ্ঠিত হ’ব এই লোকসভা অধ্যক্ষৰ  নিৰ্বাচন।

২৭ তাৰিখে সংসদৰ দুয়োটা সদনতে উপস্থিত থাকিব  ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ৷  পুৱা ১১ বজাত আছে ৰাষ্ট্ৰপতিৰ ভাষণ। অৰ্থাৎ ইয়াৰ পূৰ্বে সকলো নৱনিৰ্বাচিত লোকসভা সাংসদে শপত গ্ৰহণ কৰাৰ সমান্তৰালকৈ নতুন অধ্যক্ষও নিৰ্বাচিত হ’ব লাগিব৷ ২৪ আৰু ২৫ জুনত নতুন সাংসদসকলে শপত গ্ৰহণ কৰিব।

লোকসভাৰ অধ্যক্ষ পদত কোন থাকিব?

ভাৰতীয় জনতা পাৰ্টিয়ে লোকসভাৰ অধ্যক্ষ পদ নিজৰ মানুহেই ৰাখিব বিচাৰিছে৷ অৰ্থাৎ বিজেপিৰ এজন সাংসদেই লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাটোৱেই নিশ্চিত। ইফালে এই চৰ্চিত খবৰক নস্যাৎ কৰি বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে, লোকসভাৰ অধ্যক্ষ পদৰ বাবে কোনো মিত্ৰ দলৰ পৰা দাবী অহা নাই। বিজেপিয়ে সেয়ে প্ৰথমে দলীয় পৰ্যায়ত বিবেচনা কৰিব আৰু দলে বিশেষ ব্যক্তিজনক চিনাক্ত কৰাৰ পাছত এন ডি এৰ মিত্ৰৰ সৈতেও আলোচনা কৰি সেই নামৰ  ওপৰত এক ঐকমত্য গঠন কৰিব৷

মোদী চৰকাৰৰ প্ৰথম কাৰ্যকালত মধ্যপ্ৰদেশৰ ইন্দোৰৰ পৰা বিজেপিৰ লোকসভাৰ সাংসদ সুমিত্ৰা মহাজন অধ্যক্ষ নিৰ্বাচিত হৈছিল আৰু দ্বিতীয় কাৰ্যকালত ৰাজস্থানৰ কোটাৰ পৰা বিজেপিৰ সাংসদ ওম বিৰলা লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল৷ কিন্তু এইবাৰ  অৰ্থাৎ তৃতীয় কাৰ্যকালত বিজেপিৰ ২০১৪ আৰু ২০১৯ চনৰ দৰে লোকসভাত সংখ্যাগৰিষ্ঠতা নাই, সেয়েহে অনুমান কৰা হৈছে যে টিডিপিয়ে লোকসভাৰ অধ্যক্ষ পদৰ দাবী ৰাখিব পাৰে। একাংশই আকৌ জেডিইউৰ কোনো সাংসদ লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হ’ব বুলিও বাতৰি প্ৰকাশ কৰিছে৷

২৪ জুনৰ পৰা আৰম্ভ হ’ব সংসদৰ অধিৱেশন

সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণৰ পৰা উভতি অহাৰ পিছতে লোকসভাৰ নতুন অধ্যক্ষৰ নাম ঘোষণা কৰা হ’ব৷  ২৪ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশনৰ সময়ত বিজেপিয়েও নিজৰ দলৰ যিকোনো সাংসদৰ নাম প্ৰস্তাৱ ৰাখিব৷ লোকসভাৰ নতুন অধ্যক্ষক সৰ্বসন্মতিক্ৰমে বাছনি কৰা হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
Next Post
মই অপেক্ষা কৰিছো… নাতাশাৰ ইংগিতপূৰ্ণ পোষ্ট, হাৰ্দিকৰ সৈতে বিচ্ছেদ আসন্ন নেকি?

মই অপেক্ষা কৰিছো... নাতাশাৰ ইংগিতপূৰ্ণ পোষ্ট, হাৰ্দিকৰ সৈতে বিচ্ছেদ আসন্ন নেকি?

কঁপালত ৰাজভোগ! জুনৰ শেষ ১৫ দিনত টকাৰ পাহাৰ গঢ়িব এই ৫ ৰাশিৰ জাতকে

কঁপালত ৰাজভোগ! জুনৰ শেষ ১৫ দিনত টকাৰ পাহাৰ গঢ়িব এই ৫ ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.