• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মই অপেক্ষা কৰিছো… নাতাশাৰ ইংগিতপূৰ্ণ পোষ্ট, হাৰ্দিকৰ সৈতে বিচ্ছেদ আসন্ন নেকি?

মই অপেক্ষা কৰিছো… নাতাশাৰ ইংগিতপূৰ্ণ পোষ্ট, হাৰ্দিকৰ সৈতে বিচ্ছেদ আসন্ন নেকি?

2 years ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

6 minutes ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

49 minutes ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

1 hour ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

2 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

3 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

4 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

13 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

13 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

14 hours ago
কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

কাইলৈৰ ৰাশিফলঃ মঙলবাৰে ৰাজযোগ, হনুমানৰ কৃপাত সাফল্য আহিব ৫ৰাশিৰ জীৱনলৈ

14 hours ago
EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

EMI-ত সোণ ক্ৰয় কৰিব পাৰিনে? জানি থওক সোণ ক্ৰয়ৰ গুৰুত্বপূৰ্ণ কেইটামান নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মই অপেক্ষা কৰিছো… নাতাশাৰ ইংগিতপূৰ্ণ পোষ্ট, হাৰ্দিকৰ সৈতে বিচ্ছেদ আসন্ন নেকি?

মই অপেক্ষা কৰিছো... নাতাশাৰ ইংগিতপূৰ্ণ পোষ্ট, হাৰ্দিকৰ সৈতে বিচ্ছেদ আসন্ন নেকি?

editor by editor
June 14, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
মই অপেক্ষা কৰিছো… নাতাশাৰ ইংগিতপূৰ্ণ পোষ্ট, হাৰ্দিকৰ সৈতে বিচ্ছেদ আসন্ন নেকি?
0
SHARES
277
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এই মুহূৰ্তত টি-২০ বিশ্বকাপ খেলিবলৈ নিউয়ৰ্কত আছে হাৰ্দিক পাণ্ডিয়া৷ তেওঁৰ ব্যক্তিগত জীৱনৰ উত্থান-পতনক লৈ চৰ্চা চলি থকাৰ সময়তে খেলত ব্যস্ত হৈ আছে হাৰ্দিক৷ তাৰমাজতে পত্নী নাতাশা স্তানকোভিচে শ্বেয়াৰ কৰিছে বিশেষ ফেছবুক পোষ্ট৷

বিবাহৰ চাৰি বছৰৰ ভিতৰতে দাম্পত্যত ফাঁট মেলিছে হাৰ্দিক-নাতাশাৰ৷ নিজৰ নামৰ পৰা পাণ্ডিয়া উপাধিও আঁতৰাই দিছে নাতাশাই৷ তাৰপিছতেই বিচ্ছেদ প্ৰায় খাটাং বুলি একাংশই মন্তব্য কৰিছে৷

নাতাশাই এটা ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰিছে৷ তাত তেওঁ লিখিছে, ‘মই অপেক্ষা কৰিছো৷ কেতিয়াবা নৈতিকতা, সন্মান আৰু বুদ্ধিমত্তা আকৌ ঘূৰি আহিব৷’ হলীউ়ডৰ খ্যাতনামা তাৰকা ডেনজল ৱাছিংটনৰ অতি পৰিচিত এই উদ্ধৃতি শ্বেয়াৰ কৰি এইবাৰ বৃহৎ এক ইংগিত দিছে নাতাছাই৷

এই সময়ত অগ্যাস্তৰ সৈতে সময় কটোৱাত ব্যস্ত নাতাশা৷ বহুতেই আকৌ নাতাশাৰ জীৱনলৈ তৃতীয় ব্যক্তি আগমন ঘটা বুলিও মন্তব্য কৰিছে৷ শৰীৰচৰ্চাবীদ আলেকজেণ্ডাৰ এলেক্স নাতাশাৰ জীৱনলৈ অহা বুলিও বহুতে দাবী কৰিছে৷ তাৰকা দম্পত্তিৰ বিচ্ছেদৰ গুঞ্জৰ বিয়পি পৰাৰ লগে লগেই নাতাশা-হাৰ্দিকৰ মাজত আলেকজেণ্ডাৰ সোমোৱা বুলি একাংশই আলেকক গুৱালগালিও দিয়া পৰিলক্ষিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক
জীৱনশৈলী

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

May 26, 2026
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!
অসম

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

May 26, 2026
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

May 26, 2026
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!
জীৱনশৈলী

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

May 26, 2026
Next Post
কঁপালত ৰাজভোগ! জুনৰ শেষ ১৫ দিনত টকাৰ পাহাৰ গঢ়িব এই ৫ ৰাশিৰ জাতকে

কঁপালত ৰাজভোগ! জুনৰ শেষ ১৫ দিনত টকাৰ পাহাৰ গঢ়িব এই ৫ ৰাশিৰ জাতকে

ঘৰ ভাৰতত, ৰাজত্ব কৰিছে কেনিয়াত, উৎপাত সহিব নোৱাৰি কেনিয়া চৰকাৰে ভাৰতীয়মূলৰ কাউৰীক লৈ আৰম্ভ কৰিছে এই বিশেষ অভিযান

ঘৰ ভাৰতত, ৰাজত্ব কৰিছে কেনিয়াত, উৎপাত সহিব নোৱাৰি কেনিয়া চৰকাৰে ভাৰতীয়মূলৰ কাউৰীক লৈ আৰম্ভ কৰিছে এই বিশেষ অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.