• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?

2 years ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

5 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

6 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

7 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

9 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

10 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

11 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

12 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?

editor by editor
November 1, 2023
in বাণিজ্য, বিবিধ, ভাৰত
0
১০৩ টকাকৈ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম! কোন চহৰত কিমান দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ?
0
SHARES
662
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আকৌ বাঢ়িল চিলিণ্ডাৰৰ দাম। এক ধাক্কাতেই এইবাৰ ১০০ টকাতকৈয়ো অধিক বৃদ্ধি হ’ল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। বুধবাৰে অৰ্থাৎ ১ নৱেম্বৰৰ পৰা এই নতুন দাম কাৰ্যকৰী হৈছে সমগ্ৰ দেশতে। কেন্দ্ৰই জনোৱা অনু,কি তৈল সংস্থাসমূহৰ তৰফৰ পৰা জনোৱা অনুসৰি তেল সংস্থাসমূহে দাম বৃদ্ধি কৰাৰ বাবেই দাম বাঢ়িছে বাণিজ্যিক চিলিণ্ডাৰৰ। ১৯ কিঃগ্ৰাঃৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ পাছতেই এতিয়া সৰু-বৰ ৰেস্তোৰা, হোটেল আদিত খাদ্যৰ দাম বৃদ্ধি হোৱাৰো চৰ্চা আৰম্ভ হৈছে। এই দাম বৃদ্ধিয়ে সমস্ত ক্ষেত্ৰকেই প্ৰভাৱ পেলাব বুলি জনাইছে।

দেশৰ সমস্ত মেট্ৰো চহৰত বুধবাৰৰ পৰা নতুন দামত বিক্ৰী হ’ব বাণিজ্যিক এল পিজি গেছৰ চিলিণ্ডাৰ। দিল্লীত ১৯ কিঃগ্ৰাঃ গেছ চিলিণ্ডাৰ বিক্ৰি হ’ব ১৮৩৩টকাত। কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৯৪৩টকা, মুম্বাইত ১৭৮৫টকা, বাংগালুৰুত ১৯১৪.৫০টকা, চেন্নাইত ১৯৯৯.৫০টকা দামত ক্ৰয় কৰিব পাৰিব বাণিজ্যিক চিলিণ্ডাৰ। বিগত দুমাহৰ ভিতৰতেই দুবাৰকৈ দাম বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ। বৰ্তমান গুৱাহাটী মহানগৰীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছেগৈ প্ৰায় ২০০০ টকা।

বিগত ছেপ্টেম্বৰ মাহত দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৫৭ টকাকৈ কমিছিল যদিও অক্টোবৰ মাহত গেছ চিলিণ্ডাৰৰ দাম আকৌ বৃদ্ধি পাইছিল। প্ৰায় ২০৬টকাকৈ অক্টোবৰত বৃদ্ধি পোৱাৰ পাছতেই নৱেম্বৰৰ ১তাৰিখে পুনৰ ১০৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

January 29, 2026
Next Post
একেলগেই স্থান সলনি কৰিছে ৰাহু আৰু কেতুৱে! ৯৬ঘণ্টাৰ পাছৰে পৰা ভাগ্য উদয় ৩ৰাশিৰ জাতকৰ

সন্মানৰ কথাও আছে! নিজৰ আসন ৰক্ষা কৰিবনে, ইজৰাইলৰ যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন