• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন সপ্তাহত গজকেশৰী ৰাজযোগ! কেৰিয়াৰত উন্নতি, হঠাৎ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

নতুন সপ্তাহত গজকেশৰী ৰাজযোগ! কেৰিয়াৰত উন্নতি, হঠাৎ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

2 years ago
জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

জুবিন দাই কি উপদেশ দিছিল পাপনক? দুখৰ মাজতো কি ভাল খবৰ দিলে পাপনে?

33 minutes ago
অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

2 hours ago
হোটেলত যুৱকক পণবন্দী যুৱতীৰ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

3 hours ago
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

3 hours ago
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

4 hours ago
‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

4 hours ago
জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

জীৱনৰ সুখ সমৃদ্ধিৰ বাবে কৰক এই ৫টা কাম

4 hours ago
এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

এখন চহৰৰ নীৰৱতাৰে বিশেষ শ্ৰদ্ধাঞ্জলি

5 hours ago
নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

নাবালিকাক অপকৰ্ম কৰি হ*ত্যা

6 hours ago
শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

শীঘ্ৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পাব নতুন খাদ্য

6 hours ago
তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

তেওঁ আমাৰ হৃদয়ত জী আছে, জুবিন দালৈ আমাৰ একাঁজলি শব্দাঞ্জলি

7 hours ago
আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

আজি কেইবাটাও ৰাশিয়ে পাব বুধাদিত্য যোগৰ লাভ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন সপ্তাহত গজকেশৰী ৰাজযোগ! কেৰিয়াৰত উন্নতি, হঠাৎ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

নতুন সপ্তাহত গজকেশৰী ৰাজযোগ! কেৰিয়াৰত উন্নতি, হঠাৎ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
March 1, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নতুন সপ্তাহত গজকেশৰী ৰাজযোগ! কেৰিয়াৰত উন্নতি, হঠাৎ অৰ্থলাভ কৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰে ৩ মাৰ্চৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত বৃষ ৰাশিত গজকেশৰী ৰাজযোগ থাকিব৷ বৃষ ৰাশিত চন্দ্ৰ আৰু বৃহস্পতিৰ যুঁটিৰ ফলত এই শুভ যোগ গঠিত হ’ব৷ জ্যোতিষ গণনা অনুসৰি গজকেশৰী যোগে যেনেকৈ জাতকৰ জীৱনত সম্পদ ভৰাই তোলে তেনেকৈ সকলো কামতে সৌভাগ্য লাভ কৰাতো এই যোগ অত্যন্ত শুভ৷ জানি থওক জ্যোতিষ গণনা অনুসৰি মাৰ্চৰ প্ৰথম সপ্তাহত গজকেশৰী যোগৰ প্ৰভাৱত বিৰোধীসকলক হৰাই দুৰ্দান্ত উন্নতি কৰাৰ সুযোগ পাব কোন কোন ৰাশিৰ জাতকে? জানি থওক ৩ মাৰ্চৰ পৰা ৯ মাৰ্চৰ ভিতৰত সৌভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

মাৰ্চৰ প্ৰথম সপ্তাহ লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ বিশেষকৈ এই সময়ত আপোনাৰ প্ৰেম জীৱন দুৰ্দান্ত হ’ব৷ পৰীক্ষাত সাফল্য পাব ছাত্ৰ ছাত্ৰীয়ে৷ নতুন সপ্তাহত সাফল্য লাভৰ সম্ভাৱনা আছে৷ অসম্পূৰ্ণ কাম শেষ কৰি আপোনাৰ মন প্ৰফুল্লিত থাকিব৷ ঘৰত সৰু পাৰ্টীৰ আয়োজন হ’ব পাৰে৷

কন্যা ৰাশি

গজকেশৰী যোগৰ প্ৰভাৱত ৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা সপ্তাহত শুভ আৰু অনুকূল পৰিস্থিতিৰ মাজেৰে সময় কটাব কন্যা ৰাশিৰ জাতকে৷ নতুন সপ্তাহত আপুনি নিজৰ সমস্ত অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সপ্তাহৰ আৰম্ভণিতেই কেৰিয়াৰ সংক্ৰান্তিয় কোনো সুখবৰ পাব৷ এই সময়ত ভ্ৰমণ আপোনাৰ বাবে লাভজনক হ’ব৷ নিজৰ শুভাকাংশীসকলক কাষতে পাব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে মাৰ্চৰ প্ৰথম সপ্তাহ অত্যন্ত শুভ ফলদায়ী হ’ব৷ সপ্তাহৰ আৰম্ভণিৰে পৰা আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব৷ নিজৰ বিৰোধীসকলক সহজে পৰাজিত কৰিব পাৰিব৷ আপুনি সাফল্য পোৱাৰ পৰা কোনোৱে আপোনাক পিছুৱাই দিব নোৱাৰিব৷ চাকৰিয়ালৰ বাবে এই সপ্তাহটো শুভ৷ স্বাস্থ্য ভালে থাকিব৷ পছন্দমতে জীৱনসংগীক কাষত পাব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকে নতুন সপ্তাহত সকলো কামতেই ভাগ্যৰ সমৰ্থন পাব৷ সপ্তাহৰ আৰম্ভণিৰে পৰা আপোনাৰ পাৰিবাৰিক সকলো সমস্যা সমাধান হ’ব৷ এই সপ্তাহত সন্তানৰ সৈতে মনোমালিন্য হ’ব পাৰে৷ জীৱনসংগীৰ স্বাস্থ্যক লৈয়ো উদ্বিগ্ন হ’ব পাৰে৷ সপ্তাহৰ শেষৰ দিশত এই সকলো সমস্যা দূৰ হ’ব৷ নিজৰ কাম আৰু সাংসৰিক জীৱনৰ মাজত বেলেন্স বৰ্তাই ৰাখিব পাৰিব৷

মকৰ ৰাশি

মাৰ্চৰ প্ৰথম সপ্তাহত শুভ ফল পাব মকৰ ৰাশিৰ জাতকে৷ এই সপ্তাহত আপোনাৰ মনৰ সকলো ভয় দূৰ হ’ব৷ এই সময়ত আপুনি সকলো কামতেই নিজৰ পৰিয়াল আৰু বন্ধুৰ সহায় পাব৷ ব্যৱসায়ীয়ে বৃহৎ আৰ্থিক লাভ কৰিব পাৰিব৷ বজাৰত ৰৈ থকা সকলো টকা এই সপ্তাহত আপুনি পাব পাৰে৷ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?
বিনোদন

অসমলৈ আহি কিহৰ বাবে ব্যাপক TROLLৰ সন্মুখীন চেলিম মাৰ্চেণ্ট?

September 19, 2026
হোটেলত যুৱকক পণবন্দী যুৱতীৰ
অপৰাধ

হোটেলত যুৱকক পণবন্দী যুৱতীৰ

September 19, 2026
মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ
জীৱনশৈলী

মাত্ৰ ৩০ ছেকেণ্ডতে দূৰ হ’ব মানসিক চাপ

September 19, 2026
পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা
অসম

পূজাৰীৰ কা*মনাৰ বলি হ’ল নাবালিকা

September 19, 2026
Next Post
কাইলৈ ডাঙৰ কন্যাৰ তোলনি বিয়া, শুকুৰবাৰে ডাম্পাৰে কাঢ়িলে পিতৃৰ জীৱন

কাইলৈ ডাঙৰ কন্যাৰ তোলনি বিয়া, শুকুৰবাৰে ডাম্পাৰে কাঢ়িলে পিতৃৰ জীৱন

মহিলাই যৌ.. অভিযোগ কৰা মানেই সেয়া ধ্ৰুৱ সত্য নহয়! আৰক্ষীক সতৰ্ক কৰিলে কেৰালা হাইকৰ্টে, তেনে গোচৰতেই জামিন প্ৰদান অভিযুক্তক

মহিলাই যৌ.. অভিযোগ কৰা মানেই সেয়া ধ্ৰুৱ সত্য নহয়! আৰক্ষীক সতৰ্ক কৰিলে কেৰালা হাইকৰ্টে, তেনে গোচৰতেই জামিন প্ৰদান অভিযুক্তক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.