• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাই যৌ.. অভিযোগ কৰা মানেই সেয়া ধ্ৰুৱ সত্য নহয়! আৰক্ষীক সতৰ্ক কৰিলে কেৰালা হাইকৰ্টে, তেনে গোচৰতেই জামিন প্ৰদান অভিযুক্তক

মহিলাই যৌ.. অভিযোগ কৰা মানেই সেয়া ধ্ৰুৱ সত্য নহয়! আৰক্ষীক সতৰ্ক কৰিলে কেৰালা হাইকৰ্টে, তেনে গোচৰতেই জামিন প্ৰদান অভিযুক্তক

1 year ago
নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

20 minutes ago
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

2 hours ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

5 hours ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

5 hours ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

6 hours ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

7 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

7 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

8 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

20 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

20 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

20 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহিলাই যৌ.. অভিযোগ কৰা মানেই সেয়া ধ্ৰুৱ সত্য নহয়! আৰক্ষীক সতৰ্ক কৰিলে কেৰালা হাইকৰ্টে, তেনে গোচৰতেই জামিন প্ৰদান অভিযুক্তক

মহিলাই যৌ.. অভিযোগ কৰা মানেই সেয়া ধ্ৰুৱ সত্য নহয়! আৰক্ষীক সতৰ্ক কৰিলে কেৰালা হাইকৰ্টে, তেনে গোচৰতেই জামিন প্ৰদান অভিযুক্তক

editor by editor
March 1, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মহিলাই যৌ.. অভিযোগ কৰা মানেই সেয়া ধ্ৰুৱ সত্য নহয়! আৰক্ষীক সতৰ্ক কৰিলে কেৰালা হাইকৰ্টে, তেনে গোচৰতেই জামিন প্ৰদান অভিযুক্তক
0
SHARES
576
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোনো মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ তোলা মানেই সেয়া ধ্ৰুৱ সত্য বুলি ধৰি লোৱাটো ভুল৷ গুৰুত্ব দিব লাগিব অভিযুক্তৰ বক্তব্যকো৷ এই বিষয়টোক লৈ আৰক্ষীক সতৰ্ক কৰি দিলে কেৰালা হাইকৰ্টে৷ ইয়াৰোপৰি উচ্চ আদালতৰ পৰামৰ্শ, অভিযোগকাৰিণীৰ বক্তব্যৰ ভিত্তিত যৌন নিৰ্যাতনৰ গোচৰৰ তদন্ত একতৰফাকৈ কৰিব নোৱাৰিব৷

এগৰাকী মহিলা কৰ্মীয়ে তেওঁ কাম কৰা সংস্থাৰেই এগৰাকী পুৰষ কৰ্মীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিল৷ থানালৈ অভিযোগ অহাৰ পাছতেই আৰক্ষীয়ে অভিযোগকাৰীণী মহিলাৰ অভিযোগৰ ভিত্তিত সংস্থাৰ ৫৭ বছৰ বয়সীয়া সেই কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ অভিযুক্তৰ দাবী আছিল তেওঁ বিৰুদ্ধে মিছা গোচৰ ৰুজু কৰা হৈছে৷ জামিনৰ আবেদন কৰি কেৰালা হাইকৰ্টৰ দ্বাৰস্ত হৈছিল অভিযুক্ত ব্যক্তি৷

অভিযুক্তৰ দাবী আছিল সংস্থাত উপযুক্ত কাম নকৰাৰ বাবে অভিযোগকাৰিণীক তেওঁ কামৰ পৰা অব্যাহতি দিছিল৷ তাৰপিছতেই প্ৰতিশোধ ল’বলৈ সেই মহিলাই থানাত ভুৱা গোচৰ ৰুজু কৰে৷ আদালতত সেই কথোপকথনৰ অডিঅ’ ৰেকৰ্ডিং  জমা দিছে অভিযুক্ত যুৱকে৷ থানালৈকো গৈছিল ব্যক্তিজন৷ কিন্তু আৰক্ষীয়ে তেওঁক কোনো সহায় নকৰিলে৷

এই গোচৰৰ শুনানি চলিছে কেৰালা হাইকৰ্টৰ ন্যায়াধীশ পি ভি কুনহিকৃষ্ণনৰ বেঞ্চত৷ সেই শুনানিত ন্যায়াধীশৰ পৰ্যবেক্ষণ, কেৱলমাত্ৰ মহিলাৰ বক্তব্যক সত্য বুলি ধৰি লোৱা নাযাব৷ তদন্তকাৰীয়ে অভিযুক্ত আৰু অভিযোগ অনা ব্যক্তি দুয়োৰে মন্তব্য ভালকৈ শুনাটো প্ৰয়োজন৷ একতৰফা বক্তব্যৰ ভিত্তিত তদন্ত আগুৱালে ভুল প্ৰভাৱ পৰিব পাৰে৷ ইয়াৰ ফলত অভিযুক্তৰ মান সন্মানৰো ক্ষতি হ’ব পাৰে৷ মিছা অভিযোগৰ কাৰণে এজন ব্যক্তিৰ যি ক্ষতি হয় সেয়া কেৱল অৰ্থ প্ৰদানৰ মাধ্যমেৰে পূৰণ কৰা নাযায়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?
জীৱনশৈলী

নখত থকা বগা অৰ্ধচন্দ্ৰাকৃতি চিহ্নই কি সূচায়?

July 14, 2026
‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’
ভাৰত

‘কংগ্ৰেছ আৰু ISISৰ ফিক্সড মেচ আছিল 26/11ৰ মুম্বাইৰ নৰসং*হাৰ’

July 14, 2026
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
Next Post
ডিঙিত দুপাট্টা, হাতত মেহেন্দী, ছুটকেছত উদ্ধাৰ কংগ্ৰেছ কৰ্মীৰ…

ডিঙিত দুপাট্টা, হাতত মেহেন্দী, ছুটকেছত উদ্ধাৰ কংগ্ৰেছ কৰ্মীৰ...

কাইলৈ জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য, জীৱনলৈ আহিব সুখৰ ভাণ্ডাৰ

কাইলৈ জিলিকি উঠিব ৫ ৰাশিৰ ভাগ্য, জীৱনলৈ আহিব সুখৰ ভাণ্ডাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.