• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

8 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

5 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ

editor by editor
June 23, 2025
in জীৱনশৈলী
0
সু-সময় আৰম্ভ! চন্দ্ৰৰ ৰাশি কৰ্কটত গোচৰ বুধৰ, ভাগ্য উজ্বলি উঠিব এই ৩ৰাশিৰ জাতকৰ, হাতলৈ আহিব অৰ্থ
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
২২ জুন ২০২৫ৰ নিশা ৯ বাজি ৩৩ মিনিটত গ্ৰহৰাজ বুধে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ এই ৰাশিৰ অধিপতি চন্দ্ৰ, যি মন, মা, সুখ আৰু চিন্তাৰ প্ৰতীক৷ ইয়াৰ পূৰ্বে বুধে মিথুন ৰাশিত আছিল৷ এই গোচৰ ৩০ আগষ্ট ২০২৫ৰ দুপৰীয়া ৪ বাজি ৪৮ মিনিট পৰ্যন্ত প্ৰভাৱ বিস্তাৰ কৰিব৷ বুধ আৰু চন্দ্ৰ পৰস্পৰৰ বন্ধু নহয় শত্ৰু৷ এই অৱস্থানে কিছু ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক পৰিবৰ্তন আনিব৷ জ্যোতিষমতে বুধ, বুদ্ধি, বাকশক্তি, ব্যৱসায় আৰু যোগাযোগৰ প্ৰতীক৷ এই গোচৰে কেইবাটাও ৰাশিৰ সৌভাগ্যৰ দ্বাৰ খুলিব৷

মেষ ৰাশি

বুধৰ এই গোচৰ মেষ ৰাশিৰ চতুৰ্থ ঘৰত হৈছে যি সুখ, গৃহ আৰু সম্পত্তিৰ সূচক৷ কৰ্মক্ষেত্ৰত উন্নতি দেখা যাব৷ পদোন্নতি বা নতুন দায়িত্ব লাভ কৰিব পাৰে৷ পৰিয়ালত চলি থকা অশান্তি দূৰ হব৷ মাতৃৰ স্বাস্থ্যৰ উন্নতিয়ে মনক শান্তি দিব৷ দীৰ্ঘম্যাদি বিনিয়োগ লাভজনক হব পাৰে৷

মিথুন ৰাশি

বুধৰ এই পৰিবৰ্তন মিথুন ৰাশিৰ ৰাশিৰ দ্বিতীয় ঘৰত প্ৰভাৱ পেলাব, যাৰ অৰ্থ, বাকশক্তি আৰু পৰিয়ালক নিৰ্দেশ কৰে৷ পাৰিবাৰিক সম্পৰ্ক মধুৰ হব৷ অসুস্থতা দূৰ হোৱাৰ সম্ভাৱনা আছে৷ পুৰণি বিনিয়োগৰ পৰা অৰ্থলাভ হব পাৰে৷

কন্যা ৰাশি

এই গোচৰে কন্যা ৰাশিৰ একাদশ ঘৰক প্ৰভাৱ পেলাব, যি লাভ, কামনা বাসনা পূৰণ আৰু উপাৰ্জনৰ ঘৰ৷ নতুন ইনকামৰ উৎসই দেখা দিব৷ ধৰ্মীয় আৰু সামাজিক কামত সন্মান আৰু প্ৰসাৰ বাঢ়িব৷ সম্পৰ্কৰ টনা আঁজোৰা কিছু পৰিমাণে কমিব৷ কন্যা ৰাশিৰ জাতকে মাটি বা সম্পত্তি ক্ৰয়ৰ বিষয়ে সিদ্ধান্ত লব পাৰে৷ এই সময় আৰ্থিকভাৱে অত্যন্ত উপযোগী৷ ব্যৱসায়ত লাভ বা নতুন সুযোগ অহাৰ সম্ভাৱনা আছে৷
বুধ আৰু চন্দ্ৰৰ মিলিত প্ৰভাৱে এই তিনি ৰাশিৰ জীৱনত যেনেকৈ অৰ্থনৈতিক উন্নতি আনিব, মানসিক শান্তি বা সম্পৰ্কৰ স্থিতিয়েও দেখা দিব৷ যিসকলে চাকৰি বা পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকে ভাল ফলৰ আশা কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?

৩৫ হাজাৰ ফুট উচ্চতাত হঠাৎ অসুস্থ যাত্ৰী, কি হৈছে লণ্ডনৰ পৰা মুম্বাইগামী এয়াৰ ইণ্ডিয়াৰ বিমানত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন