• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকুম্ভৰ মাজতেই অঘোৰী বাবা কালপুৰুষৰ ভয়ানক ভৱিষ্যদ্বাণী, কি কৈছে বাবা কালপুৰুষে?

মহাকুম্ভৰ মাজতেই অঘোৰী বাবা কালপুৰুষৰ ভয়ানক ভৱিষ্যদ্বাণী, কি কৈছে বাবা কালপুৰুষে?

1 year ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

39 minutes ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

2 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

3 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

3 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

4 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

5 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

5 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

6 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

8 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

8 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

9 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকুম্ভৰ মাজতেই অঘোৰী বাবা কালপুৰুষৰ ভয়ানক ভৱিষ্যদ্বাণী, কি কৈছে বাবা কালপুৰুষে?

মহাকুম্ভৰ মাজতেই অঘোৰী বাবা কালপুৰুষৰ ভয়ানক ভৱিষ্যদ্বাণী, কি কৈছে বাবা কালপুৰুষে?

editor by editor
January 26, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মহাকুম্ভৰ মাজতেই অঘোৰী বাবা কালপুৰুষৰ ভয়ানক ভৱিষ্যদ্বাণী, কি কৈছে বাবা কালপুৰুষে?
0
SHARES
13.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত ৯৫ বছৰ বয়সীয়া অঘোৰী বাবাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ তেওঁৰ নাম বাবা কালপুৰুষ৷ তেওঁৰ মুখমণ্ডল ছাইৰে ঢকা৷ হাতত মানুহৰ মূৰৰ লাওখোলা, সেই লাওখোলাৰেই তেওঁ পানী পিয়ে৷ শুনা গৈছে যে হিমালয় ধ্যানৰ অন্তত তেওঁ দিব্যশক্তি প্ৰাপ্ত কৰিছে৷

এই অঘোৰী বাবাই এনে ভৱিষ্যদ্বাণী কৰিছে যাক লৈ সকলো হতবাক৷ তেওঁ উচ্চকণ্ঠেৰে কৈছে, ‘চিতা জ্বলিব, বতাহ ক’লা হ’ব৷ মানুহে যি ভুল কৰিছে সকলোবোৰ নদীয়ে মনত ৰাখে৷ গংগাই কান্দিলে অশ্ৰু সমতলত পৰিব৷ এই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে৷’

বাবা কালপুৰুষ কোন?

বাবা কালপুৰুষ সম্পৰ্কে আশ্চৰ্যজনক কথাটো হৈছে বাবা কালপুৰুষে সন্মুখৰ সংগতস্থলীলৈ ইংগিত কৰি কৈছে, ‘মই শেষ সাত মহাকুম্ভলৈ আহিছো৷ পূৰ্বেও এই এলেকাত থাকিছো৷ কিন্তু এইবাৰৰ লক্ষণ বেলেগ৷ শ্মশানৰ কাউৰীসমূহে অন্যধৰণৰ স্বৰত মাতিছে৷ মৃত মানুহো বেছি অস্থিৰ হৈছে৷’

অঘোৰি বাবাই কয়, ‘পৃথিৱীয়ে নিঃশ্বাস সলাইছে৷’ ইয়াৰ সৈতে তেওঁ ছাইৰে এটা পবিত্ৰ প্ৰতীক তৈয়াৰ কৰি কৈছে, ‘নদীয়ে যেতিয়া তাৰ গতিপথ পৰিবৰ্তন কৰে তেতিয়া চহৰসমূহে বজিব যে চহৰে ধাৰ কৰা মাটিত বসতি স্থাপন কৰিছে৷ পৰবৰ্তী চাৰি বছৰ মানুহে যাক চিৰস্থায়ী বা চিৰন্তন বুলি ধাৰণা কৰিছে সকলোবোৰ মিছা৷’

বাবা কালপুৰুষ মহাকুম্ভৰ প্ৰাচীনতম অঘোৰি বাবা কালপুৰুষ৷ এই মহাকুম্ভলৈ অহা প্ৰাচীনতম অঘোৰি সাধু৷ তেওঁ পানীক লৈ বহু ভৱিষ্যদ্বাণী কৰিছে৷ এইসমূহ পানীৰ অসুবিধ আৰু বিপৰ্যয়ৰ ওপৰত ভিত্তি কৰিয়েই কৰিছে৷ যি বহুবাৰ সঠিক প্ৰমাণিতও হৈছে৷ তেওঁ কয়, ‘পাহাৰে নিজৰ ওপৰত থকা বৰফ এৰিব৷ প্ৰথমে ধীৰে ধীৰে, তাৰপাছত একেলগে৷ পবিত্ৰ নদীসমূহেও নতুন পথ বিচাৰি পাব৷ বহু মন্দিৰ পৃথিৱীলৈ আকৌ উভতি আহিব৷’
বাবা কালপুৰুষৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ভৱিষ্যদ্বাণী মহাকুম্ভৰ সৈতে সম্পৰ্কিত৷ তেওঁ কয়, ‘এই সঙ্গম সলনি হৈ যাব৷ নদী বৈ গৈছে৷ সময়ৰ সৈতে সঙ্গম নতুন স্থানত হ’ব৷ য’ত আজি যুদ্ধ, ভৱিষ্যৎ প্ৰজন্মে তেনে স্থানতেই কুম্ভৰ আয়োজন কৰিব৷ বাবা কালপুৰুষৰ ভৱিষ্যদ্বাণীত কোনো ধ্বংসৰ উল্লেখ নাই৷ তেওঁ সাৱলীল ইংৰাজীত ভৱিষ্যদ্বাণী কৰিছে৷ তেওঁ কৈছে, ‘আসন্ন পৰিবৰ্তন পৃথিৱীত নহয়৷ মধ্যপ্ৰজন্মই যি পাহৰি গৈছে সেয়া তৰুণ প্ৰজন্মই মনত ৰাখিব৷ এতিয়া জন্ম হোৱা শিশুৱে মনত ৰাখিব যি কথা আমি পাহৰিছো৷’ অমাবস্যাৰ নিশা কৰা এই ভৱিষ্যদ্বাণীসমূহে সময়ৰ এখন জটিল চিত্ৰ উপস্থাপন কৰে৷ কিন্তু তেওঁ কৰা এই ভৱিষ্যদ্বাণীসমূহ সঁচা হ’বনে সেয়া সময়েহে ক’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন
বাণিজ্য

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল
জীৱনশৈলী

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

July 17, 2026
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
Next Post
বাংলাদেশক অনুদান দিয়া বন্ধ কৰিলে আমেৰিকাই! নতুন চাপত মহম্মদ ইউনূছৰ চৰকাৰ

বাংলাদেশক অনুদান দিয়া বন্ধ কৰিলে আমেৰিকাই! নতুন চাপত মহম্মদ ইউনূছৰ চৰকাৰ

দেৱগুৰুৰ স্থান সলনি, ৩ৰাশিৰ বৃহস্পতি তুংগত! ফেব্ৰুৱাৰীতেই ফুলিব ৩ৰাশিৰ কঁপাল

দেৱগুৰুৰ স্থান সলনি, ৩ৰাশিৰ বৃহস্পতি তুংগত! ফেব্ৰুৱাৰীতেই ফুলিব ৩ৰাশিৰ কঁপাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.