• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০০ ফুট দ’ খাৱৈত বাগৰি পৰিল গাখীৰ ভৰ্তি টেংকাৰ, ৫ জন নিহত, ৪ জন আহত

৩০০ ফুট দ’ খাৱৈত বাগৰি পৰিল গাখীৰ ভৰ্তি টেংকাৰ, ৫ জন নিহত, ৪ জন আহত

2 years ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

3 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

3 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

4 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

4 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

5 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

6 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

7 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

8 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

9 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৩০০ ফুট দ’ খাৱৈত বাগৰি পৰিল গাখীৰ ভৰ্তি টেংকাৰ, ৫ জন নিহত, ৪ জন আহত

editor by editor
August 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
৩০০ ফুট দ’ খাৱৈত বাগৰি পৰিল গাখীৰ ভৰ্তি টেংকাৰ, ৫ জন নিহত, ৪ জন আহত
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩০০ ফুট দ’ খাৱৈত বাগৰি পৰিল গাখীৰ ভৰ্তি টেংকাৰ, ৫ জন নিহত, ৪ জন আহত

ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ দুৰ্ঘটনা। প্ৰায় ৩০০ ফুট দ’ খাৱৈত বাগৰি পৰিল এখন গাখীৰ ভৰ্তি টেংকাৰ। যাৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱালে ৫ জন লোকে, লগতে আন ৪ জন লোক গুৰুতৰভাৱে আহত। মহাৰাষ্ট্ৰৰ মুম্বাই নাশিক ঘাইপথৰ নিউ কাছাৰা ঘাটৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

চালকজনে নিয়ন্ত্ৰণ হেৰুৱাৰ বাবে গাখীৰ ভৰ্তি টেংকাৰখন ৩০০ ফুট দ’ খাৱৈত বাগৰি পৰে। এই ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪ জন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। আহত সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ নিকট হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে দুৰ্যোগ ব্যৱস্থাপনা দলটোৱে সেই স্থানত উপস্থিত হৈ সাহায্যৰ কাম আৰম্ভ কৰে। অঞ্চলটোত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছিল। ৰছীৰ সহায়ত দুৰ্যোগ ব্যৱস্থাপনা দলৰ লোকে নামি গৈ খাৱৈৰ পৰা গুৰুতৰভাৱে আহত তিনিজন লোকক উলিয়াই আনে। ইয়াৰ পিছত আহতসকলক লগে লগে এম্বুলেন্সেৰে কাছাৰা গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দুৰ্যোগ ব্যৱস্থাপনা দলৰ লোকে ৫টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চাৰিজন আহতক উদ্ধাৰ কৰে। আহতসকলক নৰেন্দ্ৰ মহাৰাজৰ এম্বুলেন্সৰ জৰিয়তে স্থানীয় চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। মৃতদেহ কেইটা ব্যক্তিগত এম্বুলেন্সত ৰাখি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাছাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। মহকুমা আৰক্ষী বিষয়া মিলিন্দ শিণ্ডে, তহচিলদাৰ পাৰ্মেশ্বৰ কাছুলে, হাইৱে ডি ৱাই এছ পি প্ৰদীপ মৈৰালে, কাছাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুনীল বাছাও আৰু ঘাইপথ আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentMilk TankerNasik Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
মাজনিশা ৫.১ আৰু ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, প্ৰৱল ভূমিকম্পৰ আশংকা ব্যক্ত, প্ৰশাসনৰ সতৰ্কবাণী

মাজনিশা ৫.১ আৰু ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, প্ৰৱল ভূমিকম্পৰ আশংকা ব্যক্ত, প্ৰশাসনৰ সতৰ্কবাণী

ৰাখী বন্ধনৰ আজিৰ দিনটোত ৩ ৰাশিৰ ভাগ্যৰ নক্ষত্ৰ উদয় হব, শিৱ আৰু চন্দ্ৰই ধনৰ বৰষুণ কৰিব

ৰাখী বন্ধনৰ আজিৰ দিনটোত ৩ ৰাশিৰ ভাগ্যৰ নক্ষত্ৰ উদয় হব, শিৱ আৰু চন্দ্ৰই ধনৰ বৰষুণ কৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.