• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজনিশা ৫.১ আৰু ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, প্ৰৱল ভূমিকম্পৰ আশংকা ব্যক্ত, প্ৰশাসনৰ সতৰ্কবাণী

মাজনিশা ৫.১ আৰু ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, প্ৰৱল ভূমিকম্পৰ আশংকা ব্যক্ত, প্ৰশাসনৰ সতৰ্কবাণী

2 years ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

5 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

6 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

6 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

7 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

7 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ভাগ্যই দেখুৱাব নতুন ৰূপ, কাইলৈ কাৰ কেনেকুৱা যাব দিনটো?

7 hours ago
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

8 hours ago
বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

বয়ফ্ৰেণ্ডক বাইক দিবলৈ প্ৰেমিকাই চুৰি কৰিলে মাতৃৰ অলংকাৰ, তাৰ পিছত…

9 hours ago
সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

সমগ্ৰ দেশতে অনিৰ্দিষ্টকালীন বেংক ষ্ট্ৰাইক! সমস্যাত পৰিব নেকি আপুনি?

10 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

11 hours ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

12 hours ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মাজনিশা ৫.১ আৰু ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, প্ৰৱল ভূমিকম্পৰ আশংকা ব্যক্ত, প্ৰশাসনৰ সতৰ্কবাণী

editor by editor
August 19, 2024
in বিবিধ, বিশ্ব
0
মাজনিশা ৫.১ আৰু ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, প্ৰৱল ভূমিকম্পৰ আশংকা ব্যক্ত, প্ৰশাসনৰ সতৰ্কবাণী
0
SHARES
594
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাজনিশা ৫.১ আৰু ৪.৭ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, প্ৰৱল ভূমিকম্পৰ আশংকা ব্যক্ত, প্ৰশাসনৰ সতৰ্কবাণী

পুনৰ আন দুটাকৈ ভূমিকম্পই জোকাৰি যায় জাপান। ৫.১ প্ৰাবল্যৰ আৰু ৪.৭ প্ৰাবল্যৰ দুটাকৈ ভূমিকম্পৰ প্ৰবল কম্পন অনুভূত  হৈছে দেশখনত। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল টকিঅ’ৰ উত্তৰ-পূবৰ ইবাৰাকিত। জাপানৰ বতৰ সংস্থাৰ তথ্য অনুসৰি মধ্য টকিঅ’লৈকে ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল।

জাপানৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সোমবাৰে নিশা স্থানীয় সময় অনুসৰি মাজনিশা ১২.৫০ বজাত প্ৰথমটো ভূমিকম্প আহে আৰু তাৰ ঠিক পাছতে আনটো ভূমিকম্পৰ জোকাৰণি।

এই দুটা ভূমিকম্পৰ ফলত কোনো ছুনামীৰ আশংকা কৰা নাই। কিন্তু আন এক আশংকাইহে দেখা দিছে। প্ৰৱল ভূমিকম্পৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। যাৰ বাবে সাধাৰণ জনতাক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে দেশ খনৰ প্ৰশাসনে।

কিয়নো কালি নিশাৰ দুটাকৈ ভূমিকম্পৰ পূৰ্বে ৮ আগষ্ট তাৰিখেও ৭.১ ৰিখটাৰ স্কেলৰ তীব্ৰতাৰ ভূমিকম্পই জোকাৰি গৈছিল জাপান। সেই ভূমিকম্পৰ তীব্ৰতা অধিক থকাৰ লগতে ছুনামীৰ আশংকা কৰা হৈছিল। অৱশ্যে সৌভাগ্যক্ৰমে ছুনামী নাহে। কিন্তু কেইবা মিটাৰলৈ উঠে সাগৰৰ ঢৌ।

ভূকম্পন বিভাগৰ মতে, কালি নিশাৰ ভূমিকম্পৰ কেন্দ্ৰবিন্দু সমতলৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত আছিল। ভূমিকম্পৰ কম্পন ইমানেই প্ৰবল আছিল যে ইয়াৰ প্ৰভাৱ আনকি মধ্য টকিঅ’তো অনুভৱ কৰা হৈছিল। কিন্তু ছুনামীৰ কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: earthquakejapanjapan earthquakeJapan GovernmentJapan Tsunamitsunami
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ
জীৱনশৈলী

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

September 5, 2026
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন
জীৱনশৈলী

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

September 5, 2026
Next Post
ৰাখী বন্ধনৰ আজিৰ দিনটোত ৩ ৰাশিৰ ভাগ্যৰ নক্ষত্ৰ উদয় হব, শিৱ আৰু চন্দ্ৰই ধনৰ বৰষুণ কৰিব

ৰাখী বন্ধনৰ আজিৰ দিনটোত ৩ ৰাশিৰ ভাগ্যৰ নক্ষত্ৰ উদয় হব, শিৱ আৰু চন্দ্ৰই ধনৰ বৰষুণ কৰিব

নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ পক্ষত মাত মতাৰ বাবেই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত

নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ পক্ষত মাত মতাৰ বাবেই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.