• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ পক্ষত মাত মতাৰ বাবেই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত

নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ পক্ষত মাত মতাৰ বাবেই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত

2 years ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

5 minutes ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

58 minutes ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

2 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

2 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

4 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

4 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

4 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

5 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

5 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

6 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

8 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ পক্ষত মাত মতাৰ বাবেই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত

editor by editor
August 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ পক্ষত মাত মতাৰ বাবেই গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত
0
SHARES
327
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিষ্ঠুৰতাৰ সীমা অতিক্ৰম, মহিলাৰ সৈতে কৰা দুষ্কৰ্মৰ প্ৰতিবাদ কৰাত গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ, ৮৫ গৰাকী নিহত

আফ্ৰিকাৰ দেশ চুডানৰ এখন গাঁও ৰক্তাক্ত হৈ পৰিছে। এক জঘন্য ঘটনাৰ সাক্ষী হৈ পৰিছে। যি ঘটনাৰ ওপৰত ধিক্কাৰ দিছে সমগ্ৰ বিশ্বই। চুডান অৰ্ধসামৰিক গোটৰ যোদ্ধাসকলে প্ৰথমে এখন গাঁও লুটপাত কৰি তাৰ পিছত জুই লগাই দিয়ে। এই আক্ৰমণত ৮৫ জন লোকৰ মৃত্যু হৈছে বুলি খবৰ পোৱা গৈছে।

মৃত্যু হোৱাসকলৰ ভিতৰত নিৰীহ শিশু আৰু মহিলাও অন্তৰ্ভুক্ত আছে। এক সংবাদ সংস্থাৰ মতে, চুডানত ১৮ মাহ ধৰি চলি থকা সংঘাতৰ এইটোৱেই হৈছে শেহতীয়া আক্ৰমণ। ইয়াত যি ধৰণৰ ভয়াবহতা চলি আছে, সেই ঘটনাই সকলোৰে অন্তৰাত্মা পৰ্যন্ত কঁপাই তুলিছে।

জুলাই মাহৰ পৰা ‘ৰেপিড চাপৰ্ট ফ’ৰ্চ’ৰ যোদ্ধাসকলে গালগনি নামৰ এখন গাঁৱত অব্যাহত ৰাখিছে এই আক্ৰমণ। কিছুদিন পূৰ্বে চেন্নাৰ প্ৰদেশৰ এই গাঁৱত যোদ্ধাসকলে প্ৰৱেশ কৰি মহিলা আৰু শিশুক বলপূৰ্বকভাৱে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল। যেতিয়া স্থানীয় ৰাইজে ইয়াৰ প্ৰতিবাদ কৰে, তেতিয়া নিৰস্ত্ৰ গাঁওবাসীৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰে সামৰিকবাহিনীয়ে।

চুডানৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে এই আক্ৰমণত ১৫০ জনতকৈ অধিক গাঁৱৰ লোক আহত হৈছে। বিগত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ দেশতে আৰ এছ এফৰ যোদ্ধাসকলে গণহত্যা আৰু ধৰ্ষণৰ দৰে অপৰাধ সংঘটিত কৰিছে।

গাঁওখনত এই হত্যাকাণ্ড প্ৰত্যক্ষ কৰা তিনিজন লোকে জনোৱা মতে, তিনি ঘন্টা ধৰি আৰ এছ এফৰ যোদ্ধাসকলে আক্ৰমণ চলাইছিল। ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু চৰকাৰী কাৰ্যালয় লুটপাত কৰি জ্বলাই দিয়ে যোদ্ধাসকলে। স্থানীয় চিকিৎসা কেন্দ্ৰত কৰ্মৰত এগৰাকী স্বাস্থ্যসেৱা কৰ্মীয়ে কয় যে প্ৰথম অৱস্থাত কম সংখ্যক যোদ্ধা আহিছিল, কিন্তু তাৰ পিছত যেতিয়া মানুহে প্ৰতিবাদ কৰিছিল তেতিয়া যোদ্ধাসকলে উভতি যায়। কিন্তু কেইঘণ্টামানৰ পাছত কেইবা ডজন পিকআপত উঠি শ শ আৰ এছ এফৰ যোদ্ধা গাঁৱত প্ৰৱেশ কৰি মানুহক নিৰ্বিচাৰে হত্যা কৰে।

উল্লেখ্য যে, চুডানত চলি থকা সংঘাতত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। দেশত অনাহাৰৰ পৰিস্থিতিও উদ্ভৱ হৈছে। অৰ্ধসামৰিক বাহিনী আৰু সেনাৰ সংঘাতৰ সময়ত বৃহৎ সংখ্যক মহিলাক ধৰ্ষণ কৰাৰ লগতে কিছুমান জনজাতীয় লোকক নিঃশেষ কৰাৰ চেষ্টা কৰা হৈছে। চুডানত সংঘাতৰ বাবে এক কোটিৰো অধিক লোকে ঘৰ এৰি পলায়ন কৰিবলগীয়া হৈছে। কেৱল এয়াই নহয় ২০ লাখৰো অধিক লোকে নিজৰ জীৱন ৰক্ষাৰ বাবে চুবুৰীয়া দেশত আশ্ৰয় লৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rape caseRape Case In SudanSudanSudan Civil WarSudan Rape CaseSudan War
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?
প্ৰযুক্তি

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

July 10, 2026
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?
বিনোদন

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

July 10, 2026
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক
বাণিজ্য

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

July 10, 2026
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

July 10, 2026
Next Post
১০৩ কোটি টকাৰ সোণৰ বাহনত ঘূৰি ফুৰা এজন ৰজা, গেৰেজত আছে ৭০০০খন বিলাসী গাড়ী

১০৩ কোটি টকাৰ সোণৰ বাহনত ঘূৰি ফুৰা এজন ৰজা, গেৰেজত আছে ৭০০০খন বিলাসী গাড়ী

ৰাখী বন্ধনৰ বিশেষ অফাৰ, আজি মহিলাৰ চালান নাকাটে আৰক্ষীয়ে, পাছে সম্পূৰ্ণ পঢ়ি লওক এই খবৰ

ৰাখী বন্ধনৰ বিশেষ অফাৰ, আজি মহিলাৰ চালান নাকাটে আৰক্ষীয়ে, পাছে সম্পূৰ্ণ পঢ়ি লওক এই খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.