• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিৱৰ প্ৰিয় বেলপাত দিয়েই মহাশিৱৰাত্ৰিত খুলিব ভাগ্য, জানক কেনেকৈ

শিৱৰ প্ৰিয় বেলপাত দিয়েই মহাশিৱৰাত্ৰিত খুলিব ভাগ্য, জানক কেনেকৈ

1 year ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

26 minutes ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

3 hours ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

3 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

5 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

18 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

19 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

19 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

19 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

20 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

21 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

22 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিৱৰ প্ৰিয় বেলপাত দিয়েই মহাশিৱৰাত্ৰিত খুলিব ভাগ্য, জানক কেনেকৈ

শিৱৰ প্ৰিয় বেলপাত দিয়েই মহাশিৱৰাত্ৰিত খুলিব ভাগ্য, জানক কেনেকৈ

editor by editor
February 23, 2025
in জীৱনশৈলী
0
শিৱৰ প্ৰিয় বেলপাত দিয়েই মহাশিৱৰাত্ৰিত খুলিব ভাগ্য, জানক কেনেকৈ
0
SHARES
371
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহাদেৱ সম্পৰ্কে কোৱা হয়, তেওঁ এটা বেলপাততেই সন্তুষ্ট হয়৷ মহাদেৱৰ পূজাত খুবেই সামান্য উপকৰণৰ প্ৰয়োজন৷ কিন্তু কেইবিধমান উপকৰণ অবিহনে শিৱপূজা সম্পূৰ্ণ নহয়৷ শিৱ পুৰাণ অনুসৰি বেলপাতৰ তিনিখন পাতেই মানুহৰ তিনি গুণক বুজায়৷ এই তিনি গুণ হৈছে সত্ত্ব, তমঃ, ৰজঃ৷ বেলপাতৰ তিনিখন পাতক ত্ৰিদেৱ, অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ প্ৰতীক বুলি ধাৰণা কৰা হয়৷

মহাশিৱৰাত্ৰিত কেনেকৈ বেলপাত দিব?

আগন্তুক ২৬ ফেব্ৰুৱাৰীত পালিত হ’ব মহাশিৱৰাত্ৰি৷ মহাদেৱৰ পূজাৰ বাবে সকলোতকৈ উপযুক্ত এই দিনত বেলপাত ব্যৱহাৰ কৰিলে জীৱনৰ সকলো সংকট দূৰ হয়৷

বেলগছ

বেলগছ মহাদেৱৰ বাস৷ মহাশিৱৰাত্ৰিত ক্ষীৰ আৰু ঘি দি বেলগছৰ পূজা কৰক৷ ইয়াৰ ফলত মহাদেৱৰ ওপৰিও মহালক্ষ্মীৰ আশীৰ্বাদ পাব৷ বিলাসিতাৰ সৈতে জীৱন পাৰ হ’ব আপোনাৰ৷ টকাৰ অভাৱত কোনো কামেই ৰৈ নাযাব৷ ইয়াৰোপৰি মহাশিৱৰাত্ৰিত ঘৰৰ উত্তৰ দক্ষিণ দিশত বেলগছ ৰুৱক৷

প্ৰদীপ

মহাশিৱৰাত্ৰিত সন্ধিয়া বেলগছৰ তলত এটা প্ৰদীপ জ্বলাওক৷ ইয়াৰ সৈতে ফুল আৰু সেন্দুৰ নিবেদন কৰক৷ ইয়াৰ ফলত আপোনাৰ জীৱনলৈ সমৃদ্ধি আহিব৷ ইয়াৰ ফলত তুষ্ট হ’ব মহাদেৱ আৰু আপোনাৰ মনৰ সকলো ইচ্ছা তেওঁ পূৰণ কৰিব৷

আলমাৰি

মহাশিৱৰাত্ৰিত মহাদেৱক নিবেদন কৰা বেলপাত আলমাৰি বা চন্দুক য’ত টকা পইছা ৰাখে তাতেই ৰাখক৷ তাৰপূৰ্বে চন্দন দি এই বেলপাতৰ ওপৰত লিখক ঔম নমহঃ শিবায়৷ ইয়াৰ ফলত আৰ্থিক সংকট দূৰ হ’ব৷ কৰোবাত ৰৈ থকা টকাও উভতি আহিব৷ ইয়াৰ ফলত জীৱনত কেতিয়াও অৰ্থাভাৱ নাহে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

August 23, 2026
Next Post
সদ্যোজাত সন্তানৰ গাৰ বৰণ ক’লা কিয় হ’ল? ফাৰ্টিলিটি ক্লিনিকৰ বিৰুদ্ধে গোচৰ ৰুজু মহিলাৰ, তাৰপিছত?

সদ্যোজাত সন্তানৰ গাৰ বৰণ ক’লা কিয় হ’ল? ফাৰ্টিলিটি ক্লিনিকৰ বিৰুদ্ধে গোচৰ ৰুজু মহিলাৰ, তাৰপিছত?

আকৌ মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ব, ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?

আকৌ মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব সমগ্ৰ বিশ্ব, ব্লাড মুন দেখা যাব আকাশত, কেতিয়া আকাশত দেখা যাব ব্লাড মুন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.