• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

1 month ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

2 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

3 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

5 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

14 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

15 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

15 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

16 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

16 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

মল্লিকা শ্বেৰাৱটৰ মন্তব্যৰ পিছতে বলীউডত খলকনি

editor by editor
August 12, 2026
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ অভিনেত্ৰী মল্লিকা শ্বেৰাৱটক অতি সোনকালে ৰিয়েলিটি শ্ব’ “দ্য ট্ৰেইটাৰ্ছ ২”ত দেখা যাব। ১৩ আগষ্টত শ্ব’টোৰ প্ৰিমিয়াৰৰ পূৰ্বে ছ’চিয়েল মিডিয়াত শ্ব’টোৰ এটা ভিডিঅ’ ক্লিপ প্ৰকাশ পাইছে। ভিডিঅ’টোত মল্লিকাই হলিউডৰ অভিনেতা টম ক্ৰুজৰ সৈতে হোৱা কথা-বতৰা আৰু তেওঁৰ প্ৰতি থকা ক্ৰাছৰ বিষয়ে কোৱা দেখা গৈছে। ভিডিঅ’টোত কমেডিয়ান আদিত্য কুলশ্ৰেষ্ঠই মল্লিকাক সুধিছে যে তেওঁৰ কেতিয়াবা কাৰোবাৰ ওপৰত ক্ৰাছ হৈছে নেকি? আদিত্যৰ প্ৰশ্নটোৰ মল্লিকাই সকলোকে আচৰিত কৰি দিয়া এটা উত্তৰ দিলে। তেওঁ কলে “মোৰ ওপৰত সকলোৰে ক্ৰাছ আছে। টম ক্ৰুজৰ আজিকালি মোৰ প্ৰতি ক্ৰাছ আহিছে। মই মিছা কোৱা নাই, মোৰ ফোন থাকিলে তেওঁৰ ভিডিঅ’বোৰ দেখুৱালোঁহেঁতেন।”

ইয়াৰ পূৰ্বে টাইমছ এণ্টাৰটেইনমেণ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মল্লিকাই প্ৰকাশ কৰিছিল যে তেওঁ প্ৰথমতে “দ্য ট্ৰেইটাৰ্ছ”ৰ অংশ হ’বলৈ অনিচ্ছুক আছিল। “প্ৰথম অৱস্থাত “দ্য ট্ৰেইটাৰ্ছ”ক লৈ মই বৰ আশংকাত ভুগিছিলো। মই ৰিয়েলিটি শ্ব’ কৰিবলৈ ইচ্ছা কৰা নাছিলো। অভিনেত্ৰী হিচাপে মই ইয়াৰ প্ৰতি আগ্ৰহী নাছিলো, কিন্তু তাৰ পিছত অংকিতাই মোক পতিয়ন নিয়াইছিল।

“দ্য ট্ৰেইটাৰ্ছ”ত সকলো প্ৰতিযোগীয়ে একেটা স্থানতে থাকে, কিন্তু গোপনে দুটা গোটত বিভক্ত হয়: ট্ৰেইটাৰ্ছ আৰু ইনোচেণ্ট। ট্ৰেইটাৰ্ছৰ কাম হ’ল ধৰা নপৰাকৈয়ে আন প্ৰতিযোগীক খেলৰ পৰা বাহিৰ কৰি দিয়া। ইফালে ইনোচেণ্টসকলে তেওঁলোকৰ বুদ্ধিমত্তা, কৌশল আৰু মিত্ৰতাৰ জৰিয়তে বিশ্বাসঘাতকসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰে। মাইণ্ড গেম, প্ৰতাৰণা, বিশ্বাস, আৰু কৌশল শ্ব’টোৰ কেন্দ্ৰীয় বিষয়। প্ৰথম ছিজনৰ বিজয়ী আছিল উৰ্ফি জাভেদ আৰু নিকিতা লুথাৰ। কৰণ জোহৰৰ দ্বাৰা আয়োজিত ” The Traitors”ৰ দ্বিতীয় ছিজন আৰু অধিক ৰোমাঞ্চকৰ হ’ব। এইবাৰ মুঠ ২১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব আৰু কৌশল, বন্ধুত্ব, আৰু মিত্ৰতাৰ খেলখন খেলিব। শ্ব’টোৰ নিশ্চিত প্ৰতিযোগীসকলৰ ভিতৰত আছে মল্লিকা শ্বেৰাৱট, মুনাৱাৰ ফাৰুকী, শ্বেতা তিৱাৰী, ৰিয়া চক্ৰৱৰ্তী, অভিষেক মালহান, পাৰুল গুলাতি, আদিত্য কুলশ্ৰেষ্ঠ, হৰমন বাৱেজা আদি। ১৩ আগষ্টত প্ৰাইম ভিডিঅ’ত প্ৰিমিয়াৰ হ’ব “দ্য ট্ৰেইটাৰ্ছ ২”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywoodmallika sherawat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!
জীৱনশৈলী

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

September 22, 2026
Next Post
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.