• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাৰ মাতৃক কিডনী দান : এমাহৰ পিছতে অন্য পুৰুষৰ সৈতে বিয়া হ’ল প্ৰেমিকা

প্ৰেমিকাৰ মাতৃক কিডনী দান : এমাহৰ পিছতে অন্য পুৰুষৰ সৈতে বিয়া হ’ল প্ৰেমিকা

4 years ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

56 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

2 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

5 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

7 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমিকাৰ মাতৃক কিডনী দান : এমাহৰ পিছতে অন্য পুৰুষৰ সৈতে বিয়া হ’ল প্ৰেমিকা

editor by editor
January 30, 2022
in অসম, বিশ্ব, ভাৰত
0
প্ৰেমিকাৰ মাতৃক কিডনী দান : এমাহৰ পিছতে অন্য পুৰুষৰ সৈতে বিয়া হ’ল প্ৰেমিকা
0
SHARES
616
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সামাজিক মাধ্যমত ভাইৰেল হোৱা এলানি ধাৰাবাহিক ভিডিঅ’ৱে সমগ্ৰ বিশ্বৰ নেটিজেনসকলক বাকৰহিত কৰি তুলিছে৷

প্ৰথমে টুইটাৰত ভাইৰেল হোৱা উক্ত ভিডিঅ’সমূহত দেখা গৈছে এজন যুৱকে তেওঁৰ জীৱনৰ এটা অতি হৃদয় বিদাৰক ঘটনাৰ বিৱৰণ দিছে৷ এই ভিডিঅ’ লানিৰ পিছতে মেক্সিকোৰ সংবাদ পত্ৰ মেক্সিকো ডেইলী নিউজ-এ এই সন্দৰ্ভত এখন প্ৰতিবেদনো প্ৰকাশ কৰিছে৷

মেক্সিকোৰ ৰাজা কেলিফ’ৰ্ণিয়াৰ নিৱাসী উজেইল মাৰ্টিনেজ নামৰ উক্ত যুৱকজনে বিৱৰি কোৱা ঘটনা অনুসৰি তেওঁ প্ৰেমিকাৰ মাতৃৰ কিডনীৰ বিকল হৈছিল৷ আৰু যুৱকজনে নিজৰে এটা কিডনী দান কৰি প্ৰেমিকাৰ মাতৃৰ জীৱিন ৰক্ষা কৰে৷

প্ৰেমিকাৰ মাতৃক এটা কিডনী দান কৰাৰ পিছতে তেওঁৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বিপৰীতে মাত্ৰ এমাহৰ ভিতৰত প্ৰেমিকাগৰাকীয়ে অন্য এগৰাকী পুৰুষৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ ইয়াৰ পিছতে সুখত ভাগি পৰিছে মেক্সিকোৰ উক্ত যুৱকগৰাকী৷

ভিডিঅ’ লানি ভাইৰেল হোৱা আৰু ডেইলী নিউজৰ প্ৰতিবেদনখন প্ৰকাশ পোৱাৰ পিছতে শোকত ভাগি পৰা ভুক্তভোগী যুৱকজনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে বিশ্বৰ নেটিজেনসকলে৷

আনিক বহুলোকে যুৱকজনক সাহস দিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ বহু নেটিজেনে যুৱকজনক ইয়াক জীৱনৰ এক অংশ হিচাপে গ্ৰহণ কৰি জীৱনটো উদযাপন কৰিবলৈ পৰামৰ্শ দিছে৷

আনকি একাংশই নিজৰ নিজৰ বিবাহ বিচ্ছেদৰ প্ৰমাণ পত্ৰ আপলোড কৰি যুৱকজনক সাত্বনা প্ৰদান কৰিছে৷ আন একাংশই সদ্য প্ৰাক্তন প্ৰেমিক আৰু প্ৰেমিকাৰ ছেল্ফী আপলোড কৰি বিচ্ছেদৰ পিছতো জীৱনটোক আগুৱাই নিয়াৰ কেনেদৰে সংকল্প লৈছে তাৰ বিৱৰণ দি যুৱকজনক উৎসাহিত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Baja CaliforniaMexicoMexico News DailyUziel Martínez
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
Next Post
কাৰ আৰু কন্টেইনাৰৰ মুখামুখি সংঘৰ্ষ : থিতাতে মৃত্যু ৫ জনৰ

কাৰ আৰু কন্টেইনাৰৰ মুখামুখি সংঘৰ্ষ : থিতাতে মৃত্যু ৫ জনৰ

ৰহস্যময়ী যুৱতীৰ সৈতে হৃতিক ৰোশন : কোন এই ৰহস্যময়ী যুৱতী?

ৰহস্যময়ী যুৱতীৰ সৈতে হৃতিক ৰোশন : কোন এই ৰহস্যময়ী যুৱতী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.