• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকাক ভয় খুৱাবলৈ আত্মহত্যাৰ অভিনয়! সঁচাকৈ ডিঙিত চিপ লাগি মৃত্যু তিনি সন্তানৰ পিতৃৰ

4 years ago
FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ

1 hour ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

2 hours ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

4 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

5 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

6 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

8 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

9 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰেমিকাক ভয় খুৱাবলৈ আত্মহত্যাৰ অভিনয়! সঁচাকৈ ডিঙিত চিপ লাগি মৃত্যু তিনি সন্তানৰ পিতৃৰ

editor by editor
August 24, 2022
in অপৰাধ, ভাৰত
0
প্ৰেমিকাক ভয় খুৱাবলৈ আত্মহত্যাৰ অভিনয়! সঁচাকৈ ডিঙিত চিপ লাগি মৃত্যু তিনি সন্তানৰ পিতৃৰ
0
SHARES
11k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তামিলনাডুৰ এটা বেণ্ডৰ এগৰাকী গায়কৰ প্ৰেয়সীৰ সন্মুখত আত্মহত্যাৰ অভিনয় কৰি থাকোঁতে মৃত্যু হয়।

মৃত্যু হোৱা গায়কজনক নাম ৰাজা (৪২)। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ এগৰাকী মহিলাৰ সৈতে বিবাহ বৰ্হিভূত সম্পৰ্ক ৰক্ষা কৰি চলিছিল। চিত্ৰা নামৰ তেওঁ প্ৰেমিকাগৰাকীও একেটা বেণ্ডতে গান গাই আহিছিল।

প্ৰেমিকাৰ সৈতে কাজিয়া লাগি প্ৰেমিক ৰাজাই আত্মহত্যা কৰাৰ অভিনয় কৰি থাকোতে সঁচাকৈ ডিঙিত ফাঁচ লাগি মৃত্যু হয়৷

লগতে পঢ়ক আকৌ শিক্ষকৰ বৰ্বৰতা! দলিত ছাত্ৰক প্ৰহাৰ, চিকিৎসালয়ত ভৰ্তি শিক্ষাৰ্থীক

আৰক্ষীৰ সূত্ৰই প্ৰকাশ অনুসৰি এই সমগ্ৰ ঘটনাৰ দৃশ্য এটা ভিডিঅ’ত বন্দী হৈছে। ৰাজাই নিজেই ভিডিঅ’টো শ্বুটিং কৰি আছিল।

লোকজনে প্ৰেমিকাৰ সৈতে এটা ঘৰলৈ যায় আৰু তাতে দুয়োৰে মাজত সামান্য কাজিয়াৰ সূত্ৰপাত হয়। তেতিয়াই ৰাজাই ধেমালি কৰি ক’লে যে তেওঁ আৰু জীয়াই থাকিব নিবিচাৰে। অন্য এটা কোঠালৈ গৈ তেওঁ প্ৰেমিকাক ভয় খুৱাবলৈ আত্মহত্যা কৰাৰ অভিনয় কৰিবলৈ ধৰিলে।

ডিঙিত শাৰী এখন মেৰিয়াই আত্মহত্যাৰ অভিনয় কৰিৰি থকাতে নিজেই ভুলবশতঃ ডিঙিত ফাঁচটো লগাই লয়। ফাঁচ লগাৰ পিছতে প্ৰেমিকাই ডিঙিৰ ফাঁচটো এৰুৱাই বচাবলৈ চেষ্টা কৰাৰ লগতে আৰক্ষীকো খবৰ দিয়ে৷

লগতে পঢ়ক নলবাৰীৰ পি এম কিষাণৰ হিতাধিকাৰীক ভূমিৰ তথ্য প্ৰদানৰ আহ্বান

আৰক্ষীয়ে আহি প্ৰেমিক ৰাজাক ভেল্লুৰৰ চৰকাৰী চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

জানিব পৰা মতে ৰাজা বিবাহিত আৰু তেওঁ তিনি সন্তানৰ পিতৃ আছিল৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি সমগ্ৰ ঘটনাটোত প্ৰেমিকা চিত্ৰা স্তম্ভিত হৈ পৰাৰ লগতে ৰাজাৰ পত্নী আৰু তিনিটা সন্তান সুখত ভাঙি পৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamsuicide
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FDৰ পৰিকল্পনা থাকিলে ভাল বিকল্প! পঞ্জাৱ নেশ্ব্যনেল বেংকত ১০০,০০০ টকা জমা কৰিলে পাব ৪৯,৮৬৬ টকা নিৰ্দিষ্ট সুদ
ভাৰত

March 19, 2026
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
Next Post
অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

ইয়াকে কয় প্ৰেম! প্ৰেমিকা পৰীক্ষাত অনুত্তীৰ্ণ, বিদ্যালয়ত জুই লগাই দিলে প্ৰেমিকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন