• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

4 years ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

9 minutes ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

1 hour ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

2 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

4 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

5 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

5 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

5 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

7 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

7 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

8 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

9 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

বাস্তৱ জীৱনতো চিনেমাৰ দৰে এই প্ৰেম কাহিনী!

editor by editor
August 24, 2022
in জীৱনশৈলী, বিবিধ
0
অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম
0
SHARES
33.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অচিনাকি এডি অ’ছ’কো হুয়াৰকায়া আৰু কেটালিনা একেখন বাছতে ঘৰলৈ উভতনি যাত্ৰা কৰিছিল। প্ৰথমে এগৰাকী মহিলা যাত্ৰীৰ কাষত বহিবলৈ দিয়া হৈছিল কেটালিনাক। কিছু দূৰত্ব যোৱাৰ পাছত মহিলাগৰাকী বাছৰ পৰা নামি যায়।

ইয়াৰ পিছতে এডি সেইখন আসনত বহে। অলপ পাছতে এডিৰ কান্ধত মূৰ থৈ কেটালিনা শুই পৰিল। সহযাত্ৰীগৰাকীৰ টোপনিত ব্যাঘাত জন্মাব নিবিচাৰি এডিয়ে গোটেই যাত্ৰাটোত এচুলিও লৰচৰ কৰা নাছিল। এডিৰ এই ব্যৱহাৰে কেটালিনাক আমোদ দিয়া লগতে আকৃষ্টও কৰে। এইদৰেই দুয়ো দুয়োৰে প্ৰেমত পৰিল।

অৱশ্যে প্ৰথম দিনাই কোনেও নিজৰ মনৰ কথা প্ৰকাশ কৰিব নোৱাৰিলে। টিকটকৰ তাৰকা এডিয়ে সামাজিক মাধ্যমত কয় যে কান্ধত মূৰ থৈ শুই যোৱাৰ পিছতো সেইদিনা কেটালিনাক একো কোৱা নাছিল।

লগতে পঢ়ক ৰবিশ কুমাৰক সাক্ষাৎ দিব প্ৰধানমন্ত্ৰী মোদীয়ে! ঘৰৰ বাহিৰত ৰৈ আছে অক্ষয় কুমাৰ!

পাছত এদিন বাছেৰে উভতি অহাৰ সময়ত তেওঁ পুনৰ কেটালিনাক লগ পাইছিল। এডিয়ে এইবাৰ পলম নকৰিলে। কেটালিনাৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ আৰম্ভ কৰিলে। ফোন নম্বৰো বিচাৰিলে। কেটালিনাইও নম্বৰ বিনিময় কৰিলে। এইদৰে কথা-বতৰাবোৰ পাছলৈ ৰোমাঞ্চলৈ পৰিণত হ’বলৈ বেছি সময় নালাগিল৷

এডিয়ে নিজেই টিকটকত তেওঁলোকৰ প্ৰেমৰ কাহিনী বিৱৰি এইদৰে কয়। এডিয়ে এই কাহিনীটো প্ৰকাশ কৰাৰ পাছতে সামাজিক মাধ্যমত এই চিনেমেটিক এই প্ৰেম কাহিনীয়ে ধুমুহাৰ সৃষ্টি কৰিছে।

প্ৰায় ২ কোটি লোকে AD-Catalina ৰ ভিডিঅ’টো চাইছে। আনন্দত আপ্লুত হৈ এডিয়ে ক’লে যে গোটেই কথাটো তেওঁৰ বাবে সপোনৰ দৰে। ইমান ধুনীয়া এগৰাকী প্ৰেমিকাক জীৱনৰ সংগী হিচাপে বিচাৰি পোৱাৰ বাবে নিজকে সৌভাগ্যৱান বুলিয়ে ভাবে এডিয়ে। এডিয়ে দাবী কৰে যে কেটালিনা হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলা।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন
অসম

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

June 19, 2026
Next Post
ইয়াকে কয় প্ৰেম! প্ৰেমিকা পৰীক্ষাত অনুত্তীৰ্ণ, বিদ্যালয়ত জুই লগাই দিলে প্ৰেমিকে

ইয়াকে কয় প্ৰেম! প্ৰেমিকা পৰীক্ষাত অনুত্তীৰ্ণ, বিদ্যালয়ত জুই লগাই দিলে প্ৰেমিকে

ৰক্ষাবন্ধনৰ দিনাই নাবালিকা ভগ্নীক ধৰ্ষণ, হত্যা দুই সম্পৰ্কীয় ভাতৃৰ; আইতাককো ধৰ্ষণ

ৰক্ষাবন্ধনৰ দিনাই নাবালিকা ভগ্নীক ধৰ্ষণ, হত্যা দুই সম্পৰ্কীয় ভাতৃৰ; আইতাককো ধৰ্ষণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.