• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰবিশ কুমাৰক সাক্ষাৎ দিব প্ৰধানমন্ত্ৰী মোদীয়ে! ঘৰৰ বাহিৰত ৰৈ আছে অক্ষয় কুমাৰ!

ৰবিশ কুমাৰক সাক্ষাৎ দিব প্ৰধানমন্ত্ৰী মোদীয়ে! ঘৰৰ বাহিৰত ৰৈ আছে অক্ষয় কুমাৰ!

4 years ago
ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

ইব’লা ভাইৰাছৰ লক্ষণ কি কি? কেনেকৈ প্ৰতিৰোধ কৰিব জানক

6 hours ago
জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

জুন মাহত শনিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব বৃহস্পতি, এই ৰাশিৰ সলনি হ’ব ভাগ্য!

6 hours ago
টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

টি-২০ ক্ৰিকেটত বৈভৱ সূৰ্যবংশীৰ যাদু, পুনৰ গঢ়িলে অভিলেখ!

7 hours ago
ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

ঈদৰ পূৰ্বে ৰ*ক্তাক্ত পাকিস্তান! বিস্ফোৰণ ২৩ জন নিহত আৰু আহত প্ৰায় ৭২ জন

7 hours ago
শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

শাহুৰ হ’ব প্ৰিয় বোৱাৰী, মাত্ৰ আজিয়েই অনুসৰণ কৰক এই উপায়!

8 hours ago
বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

বিপদত দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, খুজিলে ক্ষমা!

9 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

10 hours ago
গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

গৰমত কুঁহিয়াৰৰ ৰস সেৱন কৰি ভাল পায় নেকি? বিপদৰ পূৰ্বে সাৱধান!

11 hours ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

12 hours ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

12 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

13 hours ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰবিশ কুমাৰক সাক্ষাৎ দিব প্ৰধানমন্ত্ৰী মোদীয়ে! ঘৰৰ বাহিৰত ৰৈ আছে অক্ষয় কুমাৰ!

editor by editor
August 24, 2022
in ভাৰত
0
ৰবিশ কুমাৰক সাক্ষাৎ দিব প্ৰধানমন্ত্ৰী মোদীয়ে! ঘৰৰ বাহিৰত ৰৈ আছে অক্ষয় কুমাৰ!
0
SHARES
632
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মংগলবাৰে প্ৰচাৰ হোৱা এক বাতৰিয়ে সমগ্ৰ দেশৰ সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত তোলপাৰ লগাইছে৷ প্ৰকাশিত বাতৰি মতে গৌতম আদানীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিখ্যাত সংবাদ প্ৰতিষ্ঠান NDTVৰ ২৯.১৮ শতাংশ অংশীদাৰিত্ব অধিগ্ৰহণ কৰিব৷

খবৰ অনুসৰি, ইয়াৰ পিছতে আদানী গ্ৰুপে এনডিটিভিত অংশীদাৰিত্ব ল’বলৈ মুকলি প্ৰস্তাৱ দিব। এই খবৰ ওলোৱাৰ পিছতে এনডিটিভিৰ প্ৰাইম টাইমৰ এংকৰ ৰবিশ কুমাৰে শীঘ্ৰেই পদৰ পৰা পদত্যাগ কৰিব পাৰে বুলি জল্পনা-কল্পনা চলিছে।

এই জল্পনা-কল্পনাৰ অন্ত পেলাই ৰবিশ কুমাৰে অতি ব্যংগত্মাক মন্তব্য কৰিছে৷ আজি পুৱা দেশৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে এক টুইট কৰিছে৷

লগতে পঢ়ক নলবাৰীৰ পি এম কিষাণৰ হিতাধিকাৰীক ভূমিৰ তথ্য প্ৰদানৰ আহ্বান

বুধবাৰে টুইট কৰি কয় যে মোৰ পদত্যাগৰ উৰাবাতৰি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক সাক্ষাৎকাৰ দিবলৈ সন্মত হোৱাৰ দৰেই কথা৷

ৰবিশ কুমাৰে টুইট কৰি লিখিছে যে ‘‘মাননীয় ৰাইজ, মোৰ পদত্যাগৰ বিষয়টো ঠিক এটা উৰাবাতৰিৰ দৰেই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক সাক্ষাৎকাৰ দিবলৈ সন্মত হৈছে আৰু অক্ষয় কুমাৰ বোম্ব আম লৈ গেটত মোৰ বাবে অপেক্ষা কৰি আছে।’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamNDTVRavish Kumar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি
জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুদ্ধিদাতা বুধ, ২৯ মে’ৰ পৰা ৪ৰাশিৰ কেৰিয়াৰত বিশাল উন্নতি

May 23, 2026
জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

জুন মাহৰ পৰা আনন্দ কৰিব ৪ৰাশিয়ে, শুক্ৰ-শনিৰ নৱপঞ্চম ৰাজযোগত অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 23, 2026
সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?
জীৱনশৈলী

সেই মায়াবী চকু, বয়স বাঢ়িলেও সৌন্দৰ্য্য কমা লাই তিলমানো, কাঁৰ আধৰুৱা মঞ্চক পূৰ্ণতা দিলে ঐশ্ব্যৰ্যই, ২০ বছৰে কাঁৰ ৰেডকাৰ্পেটত অকলে যোৱা ঐশ্ব্যৰ্যৰ হাতত হাত ধৰি কোনে দিলে খোঁজ?

May 23, 2026
২৫মেৰ পৰা ৮জুনলৈকে শুভ সময় এই ৩ৰাশিৰ, অৰ্থ আহিব কাৰ কাৰ হাতলৈ?
জীৱনশৈলী

২৫মেৰ পৰা ৮জুনলৈকে শুভ সময় এই ৩ৰাশিৰ, অৰ্থ আহিব কাৰ কাৰ হাতলৈ?

May 23, 2026
Next Post
প্ৰেমিকাক ভয় খুৱাবলৈ আত্মহত্যাৰ অভিনয়! সঁচাকৈ ডিঙিত চিপ লাগি মৃত্যু তিনি সন্তানৰ পিতৃৰ

প্ৰেমিকাক ভয় খুৱাবলৈ আত্মহত্যাৰ অভিনয়! সঁচাকৈ ডিঙিত চিপ লাগি মৃত্যু তিনি সন্তানৰ পিতৃৰ

অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.