• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ শিক্ষকৰ বৰ্বৰতা! দলিত ছাত্ৰক প্ৰহাৰ, চিকিৎসালয়ত ভৰ্তি শিক্ষাৰ্থীক

আকৌ শিক্ষকৰ বৰ্বৰতা! দলিত ছাত্ৰক প্ৰহাৰ, চিকিৎসালয়ত ভৰ্তি শিক্ষাৰ্থীক

4 years ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

37 minutes ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

52 minutes ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

1 hour ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

2 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

3 hours ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

5 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

5 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

6 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

6 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

7 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

8 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আকৌ শিক্ষকৰ বৰ্বৰতা! দলিত ছাত্ৰক প্ৰহাৰ, চিকিৎসালয়ত ভৰ্তি শিক্ষাৰ্থীক

editor by editor
August 24, 2022
in অপৰাধ, ভাৰত
0
আকৌ শিক্ষকৰ বৰ্বৰতা! দলিত ছাত্ৰক প্ৰহাৰ, চিকিৎসালয়ত ভৰ্তি শিক্ষাৰ্থীক
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্য প্ৰদেশৰ জলোৰ এগৰাকী দলিত ছাত্ৰক উচ্চ বৰ্ণৰ শিক্ষকে প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই দেশত পুনৰ একাধিক তদ্ৰূপ কাণ্ড সংঘটিত হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷

এইবাৰ ৰাজস্থানৰ বালমৌত সংঘটিত হৈছে তদ্ৰূপ এক ঘটনা৷ এগৰাকী শিক্ষকে পৰীক্ষালৈ কিছু পলমকৈ অহাৰ বাবেই এগৰাকী দলিত ছাত্ৰক অতি বৰ্বৰভাৱে প্ৰহাৰ কৰিছে৷ ছাত্ৰগৰাকীক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

কোটৱাল আৰক্ষী বিষয়া গংগাৰামে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে সপ্তম শ্ৰেণীৰ দলিত ছাত্ৰ কৃষ্ণই পৰীক্ষাৰ সময়ত কিছু পলমকৈ উপস্থিত হোৱাৰ বাবেই অশোক মালিক নামৰ শিক্ষকগৰাকীয়ে বৰ্বৰভাৱে প্ৰহাৰ কৰে৷ শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

লগতে পঢ়ক যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে শিশুটিৰ পৰিয়ালৰ লোক আৰু দলিত নেতাসকলে জিলা চিকিৎসালয়ত উপস্থিত হয়। পৰিয়ালৰ লোকে আৰক্ষী বিষয়াক সাক্ষাৎ কৰি শিক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত শিক্ষক অশোক মালিক থানালৈ লৈ যায়।

কোটৱাল আৰক্ষী থানাৰ SHO গংগাৰামে জনোৱা মতে, শিশুটিৰ পৰিয়ালৰ ৰিপৰ্টৰ ভিত্তিত তদন্তৰ গোচৰটো তদন্ত কৰি শিক্ষকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সমান্তৰালভাৱে শিক্ষা বিভাগেও ঘটনা সংক্ৰান্ত তদন্ত আৰম্ভ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?
বিনোদন

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

July 8, 2026
এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক
জীৱনশৈলী

এম্বুলেন্সৰ অভাৱ, অটোৰিক্সাতে মহিলাই প্ৰসৱ কৰিলে ৪টাকৈ নৱজাতক

July 8, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
Next Post
ৰবিশ কুমাৰক সাক্ষাৎ দিব প্ৰধানমন্ত্ৰী মোদীয়ে! ঘৰৰ বাহিৰত ৰৈ আছে অক্ষয় কুমাৰ!

ৰবিশ কুমাৰক সাক্ষাৎ দিব প্ৰধানমন্ত্ৰী মোদীয়ে! ঘৰৰ বাহিৰত ৰৈ আছে অক্ষয় কুমাৰ!

প্ৰেমিকাক ভয় খুৱাবলৈ আত্মহত্যাৰ অভিনয়! সঁচাকৈ ডিঙিত চিপ লাগি মৃত্যু তিনি সন্তানৰ পিতৃৰ

প্ৰেমিকাক ভয় খুৱাবলৈ আত্মহত্যাৰ অভিনয়! সঁচাকৈ ডিঙিত চিপ লাগি মৃত্যু তিনি সন্তানৰ পিতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.