• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

11 months ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

4 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

5 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

5 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

7 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

7 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

8 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

9 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

10 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

10 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

11 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

11 hours ago
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ

editor by editor
November 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বৃশ্চিকত অস্তমিত মঙ্গল! এই ৩ ৰাশিৰ জাতকৰ ৫১ দিন কপালত দুৰ্ভোগ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰঙা গ্ৰহ মঙলে জুইক প্ৰতিনিধিত্ব কৰে৷ ই মেষ আৰু বৃশ্চিকৰ অধিপতি৷ এজন ব্যক্তিৰ কুণ্ডলীত এই গ্ৰহৰ অৱস্থান সাহস, সাহসিকতা, বীৰত্ব আৰু আত্মবিশ্বাসৰ কাৰণ৷ মঙলে গতিশীলতা আৰু প্ৰাণশক্তি প্ৰদান কৰে৷ অন্যহাতে, মঙলক যুদ্ধৰ দেৱতা হিচাপে বিবেচনা কৰা হয়৷ এজন ব্যক্তিৰ ৰাশিচক্ৰত ৰক্ষকৰ দৰে কাম কৰে মঙলে৷ এই গ্ৰহে যিকোনো ব্যক্তিক ক্ষতিৰ পৰা ৰক্ষা কৰে৷

হিন্দু পঞ্জিকা অনুসৰি এবছৰত ১ নৱেম্বৰৰ সন্ধিয়া ৬.৩৬ মিনিটত মঙল গ্ৰহই বৃশ্চিক ৰাশিত অস্ত গৈছে৷ পৰবৰ্তী ৫১ দিনত অস্ত অৱস্থাত থাকিব মঙল৷ এই সময়কালত মঙলৰ শক্তি হ্ৰাস পাব যাৰ বাবে বহু ৰাশিচক্ৰক তেওঁলোকৰ জীৱনৰ বিভিন্ন দিশ, যেনে কেৰিয়াৰ, স্বাস্থ্য, সম্পৰ্ক, বিনিয়োগ আৰু সিদ্ধান্ত গ্ৰহণৰ বিশেষ সতৰ্কতা অৱলম্বন কৰিব৷ জানক কোন ৰাশিৰ জাতকে মঙলৰ অস্তমিত হোৱাৰ প্ৰভাৱ সকলোতকৈ বেছি৷

মেষ ৰাশি

মঙল মেষ ৰাশিৰ শাসক গ্ৰহ৷ সেয়ে মঙল অস্তমিত হোৱাৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিব৷ এই সময়কালত আপোনাৰ আত্মবিশ্বাস কিছু পৰিমাণে হ্ৰাস পাব পাৰে৷ কৰ্মক্ষেত্ৰত প্ৰকল্পসমূহত ধীৰ গতিত আগুৱাই যাব৷ খং নিয়ন্ত্ৰণ কৰা অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব৷ কাৰণ তুচ্ছ বিষয়ক লৈ তৰ্ক বিতৰ্ক বাঢ়িব পাৰে৷ এই সময়ত নতুন বিনিয়োগ বা ডাঙৰ সিদ্ধান্ত স্থগিত ৰখাই ভাল৷

প্ৰতিকাৰঃ মেষ ৰাশিৰ অশুভ প্ৰভাৱ দূৰ হব, মঙ্গলবাৰে হনুমান চালিছা পাঠ কৰক৷ ৰঙা মচুৰ দাইল দান কৰক৷

মিথুন ৰাশি

আপোনাৰ যোগাযোগ আৰু সম্পৰ্কৰ ওপৰত প্ৰভাৱ পৰিব পাৰে৷ এই সময়ত আপোনাৰ কথা নিয়ন্ত্ৰণ কৰা অত্যন্ত গুৰুত্বপূৰ্ণ৷ শব্দৰ ভুল বাধ্যা কৰিব পাৰে৷ কৰ্মক্ষেত্ৰত ভুল বুজাবুজি দেখা দিব পাৰে৷ দলগতভাৱে ধৈৰ্য্য ধৰক৷ ভ্ৰমণৰ সময়ত সতৰ্কতা অৱলম্বন কৰক৷ যিকোনো নতুন প্ৰকল্প ভাৱিচিন্তি আৰম্ভ কৰক৷ স্বাস্থ্যৰ দিশৰ পৰা ক্লান্তি আৰু অনিদ্ৰা উদ্বেগৰ কাৰণ হ’ব পাৰে৷

প্ৰতিকাৰঃ বুধবাৰে সেউজীয়া পোছাক পৰিধান কৰক আৰু ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰক৷

মীন ৰাশি

আপোনাৰ ভাগ্য আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক প্ৰভাৱিত কৰিব পাৰে৷ আপোনাৰ ধাৰণা হ’ব পাৰে যে আপোনাৰ কঠোৰ পৰিশ্ৰম বিলম্বিত হৈছে৷ ভ্ৰমণ বা শিক্ষা সম্পৰ্কিত সিদ্ধান্তত বাধা আহিব পাৰে৷ মানসিক শান্তিৰ বাবে ধৰ্মীয় অনুশীলন বা ধ্যান আৰু প্ৰাৰ্থনাৰ ওপৰত নিৰ্ভৰ কৰা উপকাৰী হব৷ অংশীদাৰিত্বৰ কাম কৰাৰ সময়ত সতৰ্ক হওক৷ কাকো অন্ধভাৱে বিশ্বাস নকৰিব৷

প্ৰতিকাৰঃ বৃহস্পতিবাৰে হালধীয়া পোছাক পিন্ধক আৰু ভগৱান বিষ্ণুৰ ওচৰত হালধীয়া ফুল অৰ্পণ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 9, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!
বাণিজ্য

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

October 9, 2026
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?
ভাৰত

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

October 9, 2026
Next Post
পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

পাতি লোৱা বৰদেউতাকেই কৰিলে এই ঘটনা, শৌচালয়ৰ টেংকিত দেহ উদ্ধাৰৰ পাছতেই পোহৰলৈ কেইবাটাও ডাঙৰ তথ্য

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.