• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

11 months ago
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

34 minutes ago
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

1 hour ago
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

3 hours ago
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

3 hours ago
দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

দৈনিক ১-২ কোঁহ নহৰুৱে ৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ

4 hours ago
SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

SpaceXৰ মুৰব্বী ইলন মাস্কৰ প্ৰশ্ন- ‘আম্বানিয়েই ভাৰতৰ BOSS নেকি?’

5 hours ago
আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

আজি এই ৬ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত পাব আৰ্থিক লাভ

6 hours ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

14 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

14 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

14 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

14 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত

editor by editor
November 10, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
১৭ দিনৰ ভিতৰত স্থান সলনি হ’ব শনি আৰু বৃহস্পতিৰ, ধন বাঢ়িব এই ৩ৰাশিৰ জীৱনত
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি২০২৫ চন অত্যন্ত গুৰুত্বপূৰ্ণ৷ তেনেকৈ গুৰুতৰ হ’ব ২০২৬ চনো৷ চলিত বছৰৰ নৱেম্বৰত একাধিক গ্ৰহৰ স্থান পৰিবৰ্তন হব৷ এই মাহত প্ৰথমে বক্ৰী হ’ব বৃহস্পতি৷ অৰ্থাৎ বিপৰীতমুখী অৱস্থানত থাকিব৷ কেইবাদিনৰ পাছত মাৰ্গী হ’ব শনি৷

বৰ্তমান মীন ৰাশিত মাৰ্গী হৈছে শনি৷ খুব শীঘ্ৰেই বৃহস্পতি আৰু শনিৰ গতি পৰিবৰ্তনৰ ডাঙৰ প্ৰভাৱ পৰিব৷ শনি ন্যায়ৰ প্ৰতীক৷ কৰ্ম অনুসৰি ফল প্ৰদান কৰিব৷ বৃহস্পতি জ্ঞান, সৌভাগ্য, প্ৰতিপত্তি আৰু খ্যাতিৰ প্ৰতীক৷ শনিক বহুতেই নিষ্ঠুৰ গ্ৰহ বুলি বিবেচনা কৰে৷ বৃহস্পতিক দেৱগুৰু আৰু শুভ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ এই দুই গ্ৰহই প্ৰায় একেই সময়ত নিজৰ স্থান পৰিবৰ্তন কৰিব৷ দুই গ্ৰহৰ গতি পৰিবৰ্তনে কোন কোন ৰাশিৰ জীৱনত প্ৰভাৱ পৰিব?

১১ নৱেম্বৰত বৃহস্পতি বক্ৰী হ’ব৷ ২৮ নৱেম্বৰত শনি মাৰ্গী হ’ব৷ এই ঘটনা প্ৰায় কেইবাদশক পাছত ঘটিছে৷ নৱেম্বৰ মাহত কম সময়ৰ ভিতৰতেই দুই গ্ৰহই পথ পৰিবৰ্তন কৰিব৷ মাত্ৰ ১৭ দিনৰ ভিতৰত স্থান পৰিবৰ্তন কৰিব শনি আৰু বৃহস্পতিয়ে৷ গ্ৰহৰ এই গোচৰত কি ঘটিব?

মিথুন ৰাশিৰ জাতকৰ জীৱনত কি আছে?

বৃহস্পতি আৰু শনিৰ গতিপথ পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে অনুকূল হব৷ ব্যক্তিগত আৰু পেছাগত জীৱন, উভয়ক্ষেত্ৰতেই লাভৱান হব৷ কেৰিয়াৰত উন্নতিৰ সুযোগ পাব৷ একেলগে আৰ্থিক লাভ আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব৷ আপোনাৰ মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷

মকৰ ৰাশিৰ জাতকৰ জীৱনত কি আছে?

বৃহস্পতি আৰু শনিৰ গতিপথৰ পৰিবৰ্তন মকৰ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হব পাৰে৷ নতুন বিনিয়োগ লাভজনক হব৷ আয় বৃদ্ধিৰ সুযোগ আহিব পাৰে৷ আপুনি অৰ্থ সঞ্চয়ত সফল হব৷ ৰৈ থকা ধন পুনৰুদ্ধাৰ কৰিব পাৰে৷ ৰৈ থাক কাম শেষ হব৷ পাৰিবাৰিক সহায়তা পাব৷

কুম্ভ ৰাশিৰ জাতকৰ জীৱনত কি আছে?

কুম্ভ ৰাশিৰ অধিপতি শনি৷ এই ৰাশিৰ জাতকৰ চাৰে সাতিৰ শেষ পৰ্যায়ত আছে৷ এই ৰাশিৰ জাতক সৌভাগ্যবান হব৷ সঠিক পৰিকল্পনা কৰি কাম কৰিলে সেয়া সম্পন্ন হব৷ কঠোৰ পৰিশ্ৰম ফলপ্ৰসূ হব৷ নতুন দায়িত্ব পাব পাৰে৷ সম্পদ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?
জীৱনশৈলী

পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

October 9, 2026
৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম
অপৰাধ

৭ বছৰে নিঃসন্তানে আছিল দম্পতী, পত্নীয়ে স্বামীৰ সৈতে কৰিলে এই ভয়ংকৰ কাম

October 9, 2026
পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ
অপৰাধ

পুখুৰীত ২২ বছৰীয়া যুৱতীৰ মৃ*তদেহ উদ্ধাৰ

October 9, 2026
দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!
ভাৰত

দুৰ্গাপূজাৰ আগেয়ে লাখ লাখ একাউণ্টত সোমাব ধন!

October 9, 2026
Next Post
৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

৪, ১৩, ২২, ৩১ তাৰিখে জন্ম হ’লে মহাবিপদ, জন্ম তাৰিখ মিলাই জানি থওক এই সপ্তাহ কেনে যাব আপোনাৰ?

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.