• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

10 months ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

12 minutes ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

2 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

3 hours ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

3 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

4 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

4 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

5 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

5 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

6 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

7 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ

editor by editor
November 10, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শতভিষা নক্ষত্ৰত গোচৰ হ’ব ৰাহুৰ, ধনসুখ আহিব এই ৩ৰাশিৰ জীৱনলৈ
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মূল্যাংক ৪ৰ অধিপতি গ্ৰহ ৰাহু৷ এই মুহূৰ্তত ৰাহুৱে অৱস্থান কৰিছে পূৰ্বা ভাদ্ৰপদৰ প্ৰথম ঘৰত৷ কিছুদিনৰ ভিতৰত নিজৰ স্থান পৰিবৰ্তন কৰিব ৰাহুৱে৷ শতভিষা নক্ষত্ৰৰ চতুৰ্থ পদত প্ৰৱেশ কৰিব আগন্তুক মাহত৷ মঙলবাৰ ২ ডিচেম্বৰৰ নিশা ২.১১ মিনিটত নিজৰ স্থান পৰিবৰ্তন কৰিব ৰাহুৱে৷ ৰাহুৰ গোচৰৰ প্ৰভাৱ পৰিব ৰাশিচক্ৰৰ কেইবাটাও ৰাশিৰ ওপৰত৷ ৰাহু বিভ্ৰম, বিভ্ৰান্তি, আসক্তি আৰু আকাঙ্ক্ষাৰ প্ৰতীক৷ জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাহু এক ছায়া গ্ৰহ৷ গ্ৰহণৰ দায়িত্ব থাকে ৰাহুৰ কান্ধতেই৷ এই গ্ৰহৰ অশুভ প্ৰভাৱে যেনেকৈ বিপৰ্যয় আহিব পাৰে তেনেকৈ শুভ স্থানত থাকিলে ৰাহুৱে নাম, খ্যাতি আৰু ঐশ্বৰ্যৰ শিখৰত উপস্থিত কৰোৱাৰ ক্ষমতা ৰাখে৷

আগন্তুক মাহত শতভিষা নক্ষত্ৰৰ চতুৰ্থ পদত ৰাহুৰ গোচৰ তিনি ৰাশিৰ বাবে শুভ প্ৰমাণ হব পাৰে৷ আকস্মিক অৰ্থ লাভ হোৱাৰো যোগ আছে৷ ৰৈ থকা কাম সহজে সম্পন্ন হব পাৰে৷

কোন ৩ৰাশিৰ ভাগ্য পৰিবৰ্তন হ’ব?

সু-সময় আহিছে মিথুন ৰাশিৰ বাবে

মিথুন ৰাশিৰ বাবে ৰাহুৰ শতভিষা নক্ষত্ৰত গমন শুভ প্ৰমাণিত হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ সাফল্য প্ৰাপ্তিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ বাবে এই সময়ত উল্লেখযোগ্য লাভৰ সম্ভাৱনা আছে৷ হঠাৎ কেৰিয়াৰত অগ্ৰগতি হব পাৰে৷ আৰ্থিক স্থিতিশীলতা আহিব৷ বিভ্ৰান্তি দূৰ হব৷ সামাজিক ক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব৷

সু সময় আহিছে মিথুন ৰাশিৰ বাবে

মিথুন ৰাশিৰ বাবে ৰাহুৰ শতভিষা নক্ষত্ৰত গমন শুভ প্ৰমাণিত হব পাৰে৷ কৰ্মক্ষেত্ৰত ডাঙৰ সাফল্য প্ৰাপ্তিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলৰ বাবে এই সময়ত উল্লেখযোগ্য লাভৰ সম্ভাৱনা আছে৷ হঠাৎ কেৰিয়াৰত অগ্ৰগতি হব পাৰে৷ আৰ্থিক স্থিতিশীলতা আহিব৷ বিভ্ৰান্তি দূৰ হব৷ সামাজিক ক্ষেত্ৰত প্ৰভাৱ বৃদ্ধি পাব৷

কৰ্কট ৰাশিৰ জীৱনত পৰিবৰ্তন

কৰ্কট ৰাশিৰ জাতকৰ বাবে শতভিষা নক্ষত্ৰৰ চতুৰ্থ পদত ৰাহুৰ গোচৰে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ ভাগ্য উজ্জ্বল হব পাৰে৷ স্থগিত কাম সম্পন্ন হব পাৰে৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব এই ৰাশিৰ জাতকে৷ চাকৰিত পদোন্নতিৰ দুৱাৰ খুলি যাব৷ আপোনাৰ ভাৱমূৰ্তি উন্নত হব৷ নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ আহিব৷ মানসিক শান্তি বৰ্তি থাকিব৷

মকৰ ৰাশিৰ জীৱনত পৰিবৰ্তন

মকৰ ৰাশিৰ জাতকৰ বাবে শতভিষা নক্ষত্ৰৰ চতুৰ্থ পদত ৰাহুৰ অৱস্থান আৰ্থিক বিষয়ত অত্যন্ত শুভ প্ৰমাণিত হব পাৰে৷ কৰ্মক্ষেত্ৰত অপ্ৰত্যাশিত সাফল্য পাব পাৰে৷ চাকৰিয়ালে হঠাৎ উচ্চপদলৈ পদোন্নতি পাব পাৰে৷ ব্যৱসায়ীসকলেও উল্লেখযোগ্য বিনিয়োগ কৰিবলৈ সক্ষম হব৷ কোনো পুৰণি বন্ধু ঘৰলৈ আহিব পাৰে৷ মানসিক শান্তিয়ে বিৰাজ কৰিব৷ সকলো মিলি শুভ সময় কটাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

September 8, 2026
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
বাণিজ্য

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

September 8, 2026
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

September 8, 2026
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?
বিনোদন

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

September 8, 2026
Next Post
দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

নৱেম্বৰত শক্তি বাঢ়িছে ৰাহুৰ, ধন বৃদ্ধি এই ৩ৰাশিৰ ওপৰত, তালিকাত আছেনে আপুনি?

নৱেম্বৰত শক্তি বাঢ়িছে ৰাহুৰ, ধন বৃদ্ধি এই ৩ৰাশিৰ ওপৰত, তালিকাত আছেনে আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.