• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

9 months ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

14 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

14 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

15 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

16 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

16 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

17 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

18 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

19 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

20 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

20 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

21 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট

editor by editor
November 10, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
দিল্লীৰ লালকিল্লাৰ সন্মুখৰ এখন বাহনত বিস্ফোৰণ, মৃত কমেও ৯ গৰাকী, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া, জাৰি হাই এলাৰ্ট
0
SHARES
189
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিল্লীত ভয়ংকৰ বিস্ফোৰণ৷ লালকিল্লাৰ কাষতেই বাহনত বিস্ফোৰণৰ ঘটনা ঘটিছে৷ বিস্ফোৰণৰ বাবে লালকিল্লা মেট্ৰ গেটত জুই লাগে৷ জুই বিয়পি পৰে কেইবাখনো বাহনত৷ এই ঘটনাত লগে লগেই এজনে প্ৰাণ হেৰুৱাই৷ বৰ্তমান মৃতকৰ সংখ্যা আৰু ৮গৰাকীলৈ বৃদ্ধি পোৱা বুলিও খবৰ আহি পৰিছে৷ ২৯০০ কিঃগ্ৰাঃ বিস্ফোৰক উদ্ধাৰৰ পাছতেই সেই ঘটনাৰ নাশকতাক লৈ সন্দেহ ঘনীভূত হৈছে৷ কি কাৰণত বিস্ফোৰণ ঘটিল সেই কথা এতিয়াও স্পষ্ট নহয়৷ এই বিস্ফোৰণৰ ঘটনাত অন্তত ৮জনে মৃত্যুক সাবটি লৈছে৷ ঘটনাৰ পাছতেই দিল্লীত কাঢ়া সতৰ্কতা জাৰি কৰা হৈছে৷ কেৱল দিল্লীয়েই নহয়, মুম্বাই আৰু লক্ষ্ণৌতো কাঢ়া নিৰাপত্তা জাৰি কৰা হৈছে৷

দিল্লীৰ এগৰাকী অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জনোৱা অনুসৰি বাহন এখন প্ৰথমে বিস্ফোৰণ ঘটিছে৷ বিস্ফোৰণৰ পাছতেই জুই বিয়পি পৰে আশেপাশে থকা বাহনসমূহতো৷ বিস্ফোৰণৰ ঘটনাটো ঘটে সন্ধিয়া ৬ বাজি ৫৫ মিনিটত৷ দ্ৰুততৰভাৱে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী৷ কিছু সময়ৰ ভিতৰতেই পৰিস্থিতি নিয়ন্ত্ৰণলৈকো অনা হয়৷ এই ঘটনাত নিহত হৈছে কেইবাজনো লোক৷ আহতসকলকো তাৎক্ষণিকভাৱে হাস্পতাললৈ লৈ যোৱা হৈছে৷
লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালৰ ছুপাৰে সংবাদ সংস্থা এএনআইক জনাইছে যে ১৫ জনক হাস্পতাললৈ লৈ অহা হৈছিল৷ হাস্পতালত উপস্থিত হোৱাৰ পূৰ্বেই ৮ জনে প্ৰাণ হেৰুৱাইছে৷ তিনিজনৰ অৱস্থা অতিকৈ সংকটজনক৷ খবৰ অনুসৰি লালকিল্লা মেট্ৰোৰ ১ নম্বৰ গেটৰ পাৰ্কিঙৰ কাষত ঠিয় কৰাই থোৱা এখন বাহনত বিস্ফোৰণৰ ঘটনা ঘটে৷ দ্ৰুত জুই বিয়পি পৰে পাৰ্কিঙত থকা আন বাহনত৷ বিস্ফোৰণৰ কাৰণ নিশ্চিত নহয়৷
দিল্লীৰ কাষৰ ফৰিদাবাদত এক ভাড়াঘৰত সোমবাৰে আক্ৰমণ কৰিছে ৰিয়ানা আৰু কাশ্মীৰ আৰক্ষী যৌথবাহিনীয়ে৷ উদ্ধাৰ কৰা হৈছে ৩৬০ কেজি বিস্ফোৰক আৰু কিছু অস্ত্ৰশস্ত্ৰ৷ ২০ টা বোমাৰ টাইমাৰ, ৰিমোট আৰু ৱাকিটকিও আছিল সেই বিস্ফোৰকৰ সৈতে৷ ফৰিদাবাদৰ ঘটনাৰ পাছতেই বিবৃত্তি দি জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে জনাই যে বিগত কেইবাদিনত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় তিনি হাজাৰ কিঃগ্ৰাঃ বিস্ফোৰক বাজেয়াপ্ত কৰা হৈছে৷ ইয়াৰ সৈতে জইছ সন্ত্ৰাসবাদীসকলৰ সংযোগ আছে৷ ইয়াৰোপৰি আনছাৰ ঘাজৱাত উল হিন্দ নামৰ আন এক পাকিস্তানী গোষ্ঠীৰো লিংক বিচাৰি পোৱা গৈছে৷ তাৰপিছতেই দিল্লীত বিস্ফোৰণৰ ঘটনাক লৈ সেয়ে সন্দেহ কৰিছে বহুজনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!
জীৱনশৈলী

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

August 12, 2026
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE
নিয়োগ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

August 12, 2026
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট
বিনোদন

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

August 12, 2026
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক
বিশ্ব

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

August 12, 2026
Next Post
নৱেম্বৰত শক্তি বাঢ়িছে ৰাহুৰ, ধন বৃদ্ধি এই ৩ৰাশিৰ ওপৰত, তালিকাত আছেনে আপুনি?

নৱেম্বৰত শক্তি বাঢ়িছে ৰাহুৰ, ধন বৃদ্ধি এই ৩ৰাশিৰ ওপৰত, তালিকাত আছেনে আপুনি?

ষড়যন্ত্ৰকাৰীৰ শিঁপালৈকে যাব তদন্তকাৰী সংস্থা, কাকো ৰেহাই দিয়া নহ’ব! দিল্লী বিস্ফোৰণক লৈ কি কি ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰীৰ?

ষড়যন্ত্ৰকাৰীৰ শিঁপালৈকে যাব তদন্তকাৰী সংস্থা, কাকো ৰেহাই দিয়া নহ’ব! দিল্লী বিস্ফোৰণক লৈ কি কি ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.