• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ ছেকেণ্ডৰ ভিডিঅ’ই কঁপাই দিব আপোনাক, বৰষুণৰ বাবেই বন্ধ হ’ল হিমাচলত ৮০টাকৈ পথ

৩০ ছেকেণ্ডৰ ভিডিঅ’ই কঁপাই দিব আপোনাক, বৰষুণৰ বাবেই বন্ধ হ’ল হিমাচলত ৮০টাকৈ পথ

2 years ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

19 minutes ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

1 hour ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

2 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

3 hours ago
ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

ঘামৰ দুৰ্গন্ধই অশান্তি কৰিছে নেকি? প্ৰেমিকাই আঁতৰাৰ পূৰ্বে অনুসৰণ কৰক এই টিপচ

4 hours ago
সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

সন্তানৰ আগত পিতৃ-মাতৃয়ে কৰিব নালাগে এই কাম, পৰিব নেতিবাচক প্ৰভাৱ!

4 hours ago
স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

স্বামীৰ সাফল্য লুকাই থাকে পত্নীৰ হাতৰ ৰেখাত! জানক

5 hours ago
পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

পূজা-পাঠ কৰিলে কিয় চাকি জ্বলায়? চাকিৰ সঠিক স্থানৰ বিষয়ে জানক

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

6 hours ago
বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

7 hours ago
আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

আমাৰ পৰা আঁতৰি জুবিনৰ লগতে ভালে থাককগৈ… পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জুবিন ক্ষেত্ৰ চোৱাচিতা কৰা জ্যোষ্ণ গাৰ’ই

8 hours ago
বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

বিবাহিত পুৰুষ, অন্য নাৰীৰ প্ৰতি কিয় আকৃষ্ট হয়? ৫টা অপ্ৰিয় সত্য উল্লেখ আছে চাণক্য নীতিত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ ছেকেণ্ডৰ ভিডিঅ’ই কঁপাই দিব আপোনাক, বৰষুণৰ বাবেই বন্ধ হ’ল হিমাচলত ৮০টাকৈ পথ

৩০ ছেকেণ্ডৰ ভিডিঅ’ই কঁপাই দিব আপোনাক, বৰষুণৰ বাবেই বন্ধ হ’ল হিমাচলত ৮০টাকৈ পথ

editor by editor
July 7, 2024
in জীৱনশৈলী, বিবিধ
0
৩০ ছেকেণ্ডৰ ভিডিঅ’ই কঁপাই দিব আপোনাক, বৰষুণৰ বাবেই বন্ধ হ’ল হিমাচলত ৮০টাকৈ পথ
0
SHARES
382
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত কেইবাদিনো ধৰি হিমাচল প্ৰদেশত ভয়াৱহ বৃষ্টিপাত৷ বৃষ্টিপাতৰ ফলতেই এতিয়া ভয়াৱহ হৈ পৰিছে হিমাচলৰ পৰিস্থিতি৷ হিমাচলৰ চৌদিশে এতিয়া ভয়ংকৰ ভূমিস্খলন৷ খহিছে এখনৰ পাছত আনখন পাহাৰ৷ ইতিমধ্যেই ছিমলাৰ ৰোহানাৰ কাষৰ ৭০৭ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ সামাজিক মাধ্যমত ভাইৰেল হৈ ছিমলাৰ এটা ৩০ ছেকেণ্ডৰ ভিডিঅ’৷ সেই ভিডিঅ’ত দেখা অনুসৰি এখন পাহাৰৰ এটা অংশ ভাঙি পৰিছে৷ ডাঙৰ ডাঙৰ শিল ৰাস্তাত পৰি বন্ধ হৈ পৰিছে কেইবাটাও পথ৷ মাণ্ডিৰ ৩৮ টা ৰাস্তা, কুল্লুৰ ১৪ টা ৰাস্তা, ছিৰমৌৰ ৪টা ৰাস্তা, কাংড়া জিলাৰ এটা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে প্ৰশাসনে৷ স্থানীয় সূত্ৰৰ খবৰ অনুসৰি হিমাচল প্ৰদেশৰ মুঠ টাকৈ পথ ভূমিস্খলনৰ বাবে বন্ধ কৰি দিয়া হৈছে৷

https://x.com/sanat_design/status/1809824504341815468

বিগত এসপ্তাহ ধৰি হিমাচলত প্ৰৱল বৃষ্টিপাত৷ ইয়াৰমাজতেই কাংড়াৰ ধৰ্মশালা আৰু পালমপুৰত ২০০ মিলি মিটাৰতকৈয়ো বেছি বৃষ্টিপাত হৈছে৷ কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা অনুসৰি ভয়ংকৰ বৃষ্টিপাতৰ ফলতেই এতিয়ালৈকে ১৫৮ টা ট্ৰেন্সফৰ্মাৰ বিকল হৈছে ইয়াৰোপৰি ২৬টাকৈ জলপ্ৰকল্প বিকল হৈ পৰিছে৷

জুলাই মাহত বৰ্তমান পৰ্যন্ত সেই ৰাজ্যত ৭২.১ মিলিমিটাৰ বৰষুণ হৈছে৷ বতৰ বিজ্ঞানীয়ে দাবী কৰিছিল যে এই জুলাইত তাত বৃষ্টিপাতৰ মাত্ৰা থাকিব ৩৫ মিলিমিটাৰ৷ কিন্তু সেই হিচাপতকৈ ১০৬ শতাংশ বেছি বৃষ্টিপাত হৈছে হিমাচলত৷ অতি বৃষ্টিৰ বাবেই লাহৌল আৰু স্পিতিত নিশাৰ ভাগৰ তাপমাত্ৰা কমি হৈছেগৈ ১১.৬ ডিগ্ৰি ছেলচিয়াছ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!
বিশ্ব

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

March 22, 2026
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

March 22, 2026
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

March 22, 2026
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক
লেখা

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

March 22, 2026
Next Post
জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম

জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম

অনন্ত-ৰাধিকাৰ সংগীত মেহফিল জমাব নোৱাৰিলে জাষ্টিন বেইবাৰে, বাদশ্বাহৰ পাঞ্জাৱী গীতেই দিলে ধামাকা, ধামাকাৰ বাবে বাদশ্বাহে ল’লে কিমান কোটি ধন?

অনন্ত-ৰাধিকাৰ সংগীত মেহফিল জমাব নোৱাৰিলে জাষ্টিন বেইবাৰে, বাদশ্বাহৰ পাঞ্জাৱী গীতেই দিলে ধামাকা, ধামাকাৰ বাবে বাদশ্বাহে ল’লে কিমান কোটি ধন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.