• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম

জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম

2 years ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

20 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

1 hour ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

10 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

10 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

11 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

11 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

12 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

12 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

14 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

14 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

14 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম

editor by editor
July 7, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম
0
SHARES
383
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জয় শ্বাহৰ চাঞ্চল্যকৰ মন্তব্য, ৰোহিত শৰ্মাই কৰিব এই দুই কাম

ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে টি২০ বিশ্বকাপ ২০২৪ দখল কৰি ইতিহাস সৃষ্টি কৰে। ২৯ জুন তাৰিখে ব্ৰিজটাউনত অনুষ্ঠিত হোৱা চূড়ান্ত খেল খনত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি বিশ্বকাপ দখল কৰে।

ইয়াৰ দ্বাৰা ভাৰতে এতিয়ালৈকে দুবাৰ টি-২০বিশ্বকাপ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে ২০০৭ চনত বিশ্বকাপ দখল কৰিছিল। তাৰ পিছত এইবাৰ ২০২৪ চনত দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ দখল কৰে।

এইবাৰৰ চূড়ান্ত খেলখনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড বি চি চি আইৰ সচিব জয় শ্বাহে কৰা ভৱিষ্যতবাণী সঁচা প্ৰমাণিত হয় । জয় শ্বাহে খেলখনৰ পূৰ্বে কৈছিল যে, এইবাৰ ভাৰতীয় দলে ৰোহিত শৰ্মাৰ নেতৃত্বত ব্ৰিজটাউনৰ খেলপথাৰত ভাৰতীয় বিজয় পতাকা উৰুৱাব। শেষত সেয়াই সঁচা প্ৰমাণিত হয়। ভাৰতে খেল খনৰ অন্তত ভাৰতীয় পতাকা উৰুৱাই।

সেই সফলতাৰ পাছত এইবাৰ জয় শ্বহে পুনৰ আন এক ভৱিষ্যতবাণী কৰিছে। তেখেতে কয় যে, ৰোহিত শৰ্মাৰ নেতৃত্বতে ভাৰতীয় ক্ৰিকেট দলে অহা বছৰ আই চি চি চেম্পিয়ন ট্ৰফি আৰু ৱৰ্ল্ড টেষ্ট চেম্পিয়নচিপ ফাইনেলত জয়ী হ’ব।

জয় শ্বাহৰ এই কথাৰ পৰাই স্পষ্ট প্ৰমাণিত হয় যে, আই চি চি চেম্পিয়ন ট্ৰফি আৰু ৱৰ্ল্ড টেষ্ট চেম্পিয়নচিপ দুয়োখন প্ৰতিযোগিতাতে ভাৰতীয় দলক ৰোহিত শৰ্মাইয়ে অধিনায়কত্ব কৰিব। উল্লেখ্য যে, ৰোহিত শৰ্মাই বৰ্তমানে টি-২০ আন্তঃৰাষ্ট্ৰীয় চিৰিজৰ পৰা অৱসৰ ঘোষণা কৰিছে।

এতিয়া ৰোহিতৰ লক্ষ্য পৰৱৰ্তী দুই প্ৰতিযোগিতাতো ভাৰতক জয়ৰ সোৱাদ দিয়া। লগতে অধিনায়ক হিচাপে নিজৰ নাম গঢ়া। দুয়োখন প্ৰতিযোগিতাই ২০২৫ চনত অনুষ্ঠিত হ’ব। ৱৰ্ল্ড টেষ্ট চেম্পিয়নচিপ অহা বছৰৰ জুন মাহত লৰ্ডছত অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bcciCaptain Rohit SarmaIndian Cricket TeamJay ShahTeam. Indian Team. Rohit Sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি
জীৱনশৈলী

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

September 8, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

September 8, 2026
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
Next Post
অনন্ত-ৰাধিকাৰ সংগীত মেহফিল জমাব নোৱাৰিলে জাষ্টিন বেইবাৰে, বাদশ্বাহৰ পাঞ্জাৱী গীতেই দিলে ধামাকা, ধামাকাৰ বাবে বাদশ্বাহে ল’লে কিমান কোটি ধন?

অনন্ত-ৰাধিকাৰ সংগীত মেহফিল জমাব নোৱাৰিলে জাষ্টিন বেইবাৰে, বাদশ্বাহৰ পাঞ্জাৱী গীতেই দিলে ধামাকা, ধামাকাৰ বাবে বাদশ্বাহে ল’লে কিমান কোটি ধন?

ইমান নিৰ্দয় নহ’ব, অলপ উদাৰ হওক, চিঠি লিখি যোগী আদিত্যনাথক উদাৰ হ’বলৈ কিয় আহ্বান জনালে ৰাহুল গান্ধীয়ে?

ইমান নিৰ্দয় নহ’ব, অলপ উদাৰ হওক, চিঠি লিখি যোগী আদিত্যনাথক উদাৰ হ’বলৈ কিয় আহ্বান জনালে ৰাহুল গান্ধীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.