• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

4 months ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

32 minutes ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

1 hour ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

2 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

2 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

3 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

3 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

4 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

5 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

5 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

6 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

7 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

editor by editor
May 13, 2026
in জীৱনশৈলী, বিবিধ
0
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই
0
SHARES
272
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহ মাত্ৰেই পৃথক৷ দোষ-গুণ মিলিয়েই মানুহ৷ কোনো যদি বেছি চালাক কোনোবা আকৌ অঁকৰা৷ কোনোৱা আকৌ অত্যন্ত ভাল স্বভাৱৰ৷ কিন্তু কাৰ মনত কি আছে সেয়া দিব পাৰে জাতকৰ জন্মতাৰিখেহে৷ সংখ্যাতত্ত্বই কৈছে কিছু এনে মানুহ থাকে যি বাহিৰৰ পৰা অত্যন্ত শান্ত, নিৰীহ আৰু সহজ সৰল ধাৰণা হলেও তেওঁলোকৰ মনৰ ভিতৰত চলি থাকে গভীৰ চিন্তা আৰু নানান খেলা৷ সংখ্যাতত্ত্ব অনুসৰি কিছু বিশেষ মূল্যাংক বা জন্মসংখ্যাৰ জাতকৰ এনে তীক্ষ্ণ বুদ্ধি, পৰ্যবেক্ষণ ক্ষমতা আৰু কৌশলগত চিন্তাভাৱনা থাকে যিয়ে তেওঁলোকক মাষ্টাৰমাইণ্ড পাৰ্ছনেলিটি হিচাপে পৰিচিত কৰি তোলে৷

নিউমাৰলজিত মূল্যাংক নিৰ্ধাৰণ কৰা হয় জন্মতাৰিখৰ ভিত্তিত৷ উদাহৰণস্বৰূপে, আপোনাৰ জন্ম যদি কোনো মাহৰ ৮, ১৭, ২৬ তাৰিখে হয় তেতিয়া তেওঁলোকৰ মূল্যাংক হ’ব ৮৷

মূল্যাংক ৫

যাৰ জন্ম ৫, ১৪, ২৩ তাৰিখে তেওঁলোকৰ মূল্যাংক হয় ৫৷ এই সংখ্যাৰ উপৰত বুদ্ধিৰ গ্ৰহ বুধৰ প্ৰভাৱ থাকে৷ তেওঁলোক অত্যন্ত স্মাৰ্ট, দ্ৰুত সিদ্ধান্ত ল’বলৈ সক্ষম আৰু কথা কোৱাতো অত্যন্ত দক্ষ হয়৷ বাহিৰৰ পৰা শান্ত আৰু নিৰীহ ধাৰণা হলেও ভিতৰি অত্যন্ত ঠাণ্ডা মাথাৰ মানুহ৷ যিকোনো পৰিস্থিতিত খুবেই ভালধৰণে বিশ্লেষণ কৰে৷ মাইণ্ড গেমতো দক্ষ৷ তেওঁলোকে কৌশলেৰে পৰাজিত কৰিবলৈ ভালকৈয়ে জানে৷

মূল্যাংক ৭

৭, ১৬ বা ২৫ তাৰিখে জন্ম লোৱা ব্যক্তিৰ মূল্যাংক হৈছে ৭৷ তেওঁলোকৰ ওপৰত কেতু গ্ৰহৰ প্ৰভাৱ থাকে৷ যাৰবাবে খুবেই শান্ত, গভীৰ চিন্তাশীল আৰু পৰ্যবেক্ষণশীল স্বভাৱৰ হয়৷ তেওঁলোকে বেছি কথা নকয়৷ কিন্তু চাৰিওপাশৰ সকলোবোৰ খুবেই মনোযোগ দি লক্ষ্য কৰে৷ প্ৰয়োজনত নীৰৱে নিজৰ পৰিকল্পনা বাস্তবায়ন কৰে৷

মূল্যাংক ৮

৮, ১৭ আৰু ২৬ তাৰিখে জন্ম লোৱা ব্যক্তিৰ মূল্যাংক ৮৷ এই জাতকে ধীৰগতিত হলেও অত্যন্ত পৰিশ্ৰমী আৰু লক্ষ্যভেদী গুণৰ অধিকাৰী৷ নিজৰ কাম নীৰৱে সম্পন্ন কৰে আৰু বৃহৎ সাফল্য অৰ্জন কৰে৷ বহু সময়ত হঠাতেই তেওঁলোকৰ জীৱনলৈ সাফল্য আহে৷ তেওঁলোকৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে ধৈৰ্য্য আৰু সঠিক সময়ৰ বাবে অপেক্ষা কৰা৷ প্ৰতিশোধ বা ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো সময়ক খুবেই গুৰুত্ব দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ
অসম

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

September 18, 2026
Next Post
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.