জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাজপুত্ৰ বুধক শিল্প, শিক্ষা আৰু বাণিজ্যৰ কাৰক হিচাপে বিবেচনা কৰা হয়৷ ৭ এপ্ৰিলত মীন ৰাশিত মাৰ্গী হৈছে বুধ৷ আগন্তুক ৭ মে পৰ্যন্ত এই ৰাশিতেই অৱস্থান কৰিব৷ বিগত ১৫ মাৰ্চৰ পৰা বুধে বক্ৰী গতিত বিচৰণ আৰম্ভ কৰিছিল৷ আকৌ ৭ এপ্ৰিলত মীন ৰাশিত প্ৰৱেশ কৰিছে বুধে৷ বুধৰ মাৰ্গী দশাই ৪ ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব৷ সৌভাগ্যৰ দুৱাৰ খুলিছে কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
বুধৰ চিধা পথত কৰা গতি বৃষ ৰাশিৰ জাতকৰ বাবে লাভজনক৷ বহুদিন ধৰি কৰোবাত ধন ফচি আছে যদি এইসময়ত লাভ কৰিবই৷ নিশাৰ ভিতৰতে অৰ্থপ্ৰাপ্তিৰো সম্ভাৱনা আছে৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ পৰিয়ালত শান্তি থাকিব৷ চাকৰিয়ালে কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
মিথুন ৰাশি
বুধৰ শুভ প্ৰভাৱত মিথুন ৰাশিৰ সুদিন উভতিব৷ বহু দিন ধৰি থকা ঋণ এই সময়ত শোধ কৰিব পাৰিব৷ অসম্পূৰ্ণ কামো এইবাৰ শেষ কৰাৰ সুযোগ পাব৷ আইনী গোচৰত আপোনাৰ পক্ষে সিদ্ধান্ত লোৱা সহজ হব৷ স্বাস্থ্যৰ দিশত নজৰ ৰাখক৷ মানসিক স্বাস্থ্য ঠিকে থাকিব৷
সিংহ ৰাশি
বুধৰ চিধা গতিত সিংহ ৰাশিৰ ভাগোদয় হব৷ পাৰিবাৰিক সুখ সমৃদ্ধি বাঢ়িব৷ টকা পইছাৰ সমস্যা দূৰ হব৷ কৰ্মক্ষেত্ৰত উন্নতিৰ সুযোগ আহিব৷ যিসকলে নতুন চাকৰি বা ব্যৱসায় কৰিব খুজিছে তেওঁলোকৰ বাবে এয়া ইতিবাচক সময়৷ ব্যৱসায়ীয়ে ডাঙৰ কোনো বিনিয়োগ কৰিব পাৰে৷
তুলা ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















