• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত জীৱনলৈ আহিব বিৰাট পৰিবৰ্তন, ২০২৫ কেনে হ’ব মিথুন ৰাশিৰ জাতকৰ?

নতুন বছৰত জীৱনলৈ আহিব বিৰাট পৰিবৰ্তন, ২০২৫ কেনে হ’ব মিথুন ৰাশিৰ জাতকৰ?

1 year ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

15 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

15 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

16 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

16 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

17 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

17 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

17 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

18 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

18 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

18 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

19 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত জীৱনলৈ আহিব বিৰাট পৰিবৰ্তন, ২০২৫ কেনে হ’ব মিথুন ৰাশিৰ জাতকৰ?

নতুন বছৰত জীৱনলৈ আহিব বিৰাট পৰিবৰ্তন, ২০২৫ কেনে হ’ব মিথুন ৰাশিৰ জাতকৰ?

editor by editor
December 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
নতুন বছৰত জীৱনলৈ আহিব বিৰাট পৰিবৰ্তন, ২০২৫ কেনে হ’ব মিথুন ৰাশিৰ জাতকৰ?
0
SHARES
349
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৫ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন৷ নতুন বছৰত ৰাশিচক্ৰৰ তৃতীয় ৰাশি মিথুনৰ জাতকৰ ২০২৫ চন কেনে হ’ব? জ্যোতিষ গণনা অনুসৰি ২০২৫ মিথুন ৰাশিৰ জাতকৰ জীৱনত বেছ কিছু উল্লেখযোগ্য পৰিবৰ্তন আহিব৷

প্ৰেম জীৱন

নতুন বছৰত নিজৰ প্ৰেম জীৱনত আৰু অলপ মনোযোগী হৈ পৰিব মিথুন ৰাশিৰ জাতক৷ সংগীক অলপ বেছি সময় দিয়ক৷ অন্যথা দুজনৰ মাজত ভুল বুজাবুজিয়ে দেখা দিব পাৰে৷ ২০২৫ত মিথুন ৰাশিৰ দ্বাদশ ঘৰত থাকিব বৃহস্পতি৷ গুৰু গ্ৰহৰ প্ৰভাৱত পাৰ্টনাৰৰ সৈতে কিছু দূৰত্ব আহিব পাৰে মিথুন ৰাশিৰ জাতকৰ৷ মে মাহত বৃহস্পতিৰ প্ৰথম ঘৰত গোচৰ কৰাৰ সৈতে পৰিস্থিতি বহুপৰিমানে উন্নত হ’ব৷ এই সময়ত আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাস বাঢ়িব৷ নতুন বন্ধু গোটাব পাৰিব৷

অৰ্থ আৰু কেৰিয়াৰ

২০২৫ চনৰ প্ৰথম ৬মাহ আৰ্থিক দিশত নানান সমস্যাত ভূগিব মিথুন ৰাশিৰ জাতক৷ উন্নতিৰ সুযোগো পাব আপুনি৷ সকলো প্ৰতিকূলতা আৰু উন্নতিৰ সুযোগৰ মাজত আপুনি আপোনাৰ বেলেন্স বজাই ৰাখিব পাৰিব৷ বৃহস্পতি দ্বাদশ ঘৰত থকাৰ সময়ত খৰচ বাঢ়িব পাৰে৷ সন্মুখৰ বছৰত কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ কৰ্মসূত্ৰে বিদেশলৈ যাব পাৰে৷ ২৯ মাৰ্চত শনিয়ে দশম ঘৰত গোচৰ কৰিলে বৃহৎ সাফল্য পাব৷

স্বাস্থ্য

আগন্তুক বছৰৰ প্ৰথম ৬মাহ স্বাস্থ্যৰ যত্ন লওক মিথুন ৰাশিৰ জাতকে৷ দ্বাদশ ঘৰত থকা বৃহস্পতিয়ে আপোনাৰ টেনছন বঢ়াব৷ এই সময় পৰ্যন্ত বিশ্ৰাম লওক, সুষম আহাৰ খাওক৷ দৈনিক ব্যায়াম কৰক৷ বৃহস্পতিয়ে প্ৰথম ঘৰত আহিলেই আপোনাৰ এনাৰ্জি বাঢ়িব৷ বছৰৰ শেষ ৬মাহ শৰীৰৰ স্বাস্থ্য ভালে থাকিব৷

বছৰৰ কোনকেইটা মাহ ভাল কোনকেইটা বেয়া?

আগন্তুক বছৰ মিথুন ৰাশিৰ জাতকৰ ভাল হ’ব সেইসমূহ হৈছে মে, জুন আৰু ছেপ্টেম্বৰ৷ এই তিনি মাহ সকলো কামতেই সৌভাগ্য লাভ কৰিব৷ কেৰিয়াৰত উন্নতিৰ সুযোগ পাব৷ ব্যক্তিগত সম্পৰ্ক ভালে থাকিব৷

বেয়া মাহ হ’ব জানুৱাৰী, ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহ আগন্তুক বছৰ সকলোতকৈ বেয়া হ’ব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি আৰ্থিক সংকটত থাকিব৷ শৰীৰ, স্বাস্থ্য ভাল নাথাকিব৷ এই সময়ত সকলো কামেই সাবধানে কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?
জীৱনশৈলী

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
Next Post
কাইলৈ কৃষ্ণা পঞ্চমীত ৰবি যোগ, মহালক্ষ্মীৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

কাইলৈ কৃষ্ণা পঞ্চমীত ৰবি যোগ, মহালক্ষ্মীৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

ৰিয়েল লাইফত মাতৃ হ’ল গোপী বহু, পুত্ৰ নে কন্যা সন্তান আহিল দেৱলীনাৰ কোলালৈ?

ৰিয়েল লাইফত মাতৃ হ’ল গোপী বহু, পুত্ৰ নে কন্যা সন্তান আহিল দেৱলীনাৰ কোলালৈ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.