• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমে ভাইৰেল চিডি, এতিয়া কেলেংকাৰী, স্বামী গোবিন্দানন্দ সৰস্বতীৰ বিৰুদ্ধে অভিযোগৰ পাছতে স্তম্ভিত সন্ত সমাজ

প্ৰথমে ভাইৰেল চিডি, এতিয়া কেলেংকাৰী, স্বামী গোবিন্দানন্দ সৰস্বতীৰ বিৰুদ্ধে অভিযোগৰ পাছতে স্তম্ভিত সন্ত সমাজ

2 years ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

23 minutes ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

44 minutes ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

1 hour ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

2 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

3 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

4 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

4 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

5 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

15 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

15 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰথমে ভাইৰেল চিডি, এতিয়া কেলেংকাৰী, স্বামী গোবিন্দানন্দ সৰস্বতীৰ বিৰুদ্ধে অভিযোগৰ পাছতে স্তম্ভিত সন্ত সমাজ

editor by editor
August 1, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
প্ৰথমে ভাইৰেল চিডি, এতিয়া কেলেংকাৰী, স্বামী গোবিন্দানন্দ সৰস্বতীৰ বিৰুদ্ধে অভিযোগৰ পাছতে স্তম্ভিত সন্ত সমাজ
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমে ভাইৰেল চিডি, এতিয়া কেলেংকাৰী, স্বামী গোবিন্দানন্দ সৰস্বতীৰ বিৰুদ্ধে অভিযোগৰ পাছতে স্তম্ভিত সন্ত সমাজ

যৌন চিডি কেলেংকাৰীৰ পিছত এইবাৰ এগৰাকী মহিলাক নিৰ্যাতনৰ গোচৰত অভিযুক্ত হৈ পৰিছে স্বামী গোবিন্দানন্দ সৰস্বতী। এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি এই বিষয়ৰ তদন্তও আৰম্ভ হৈছে।

ইয়াৰ পূৰ্বে যৌন চিডি কেলেংকাৰীৰ বাবে স্বামীয়ে বিতৰ্কৰ সৃষ্টি কৰিছিল। এতিয়া তেওঁৰ বিৰুদ্ধে উত্থাপিত নিৰ্যাতনৰ অভিযোগত স্তম্ভিত হৈ পৰিছে সমগ্ৰ সন্ত সমাজ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰে এগৰাকী সেবীকাই। তদুপৰি আৰক্ষীয়ে এই গোচৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন হৈছে।

বিষয়টো পোহৰলৈ অহাৰ পিছতে শিষ্য মণ্ডলৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ আশুতোষ ব্ৰহ্মচাৰীয়ে ভুক্তভোগীৰ সমৰ্থনত আহিছে। স্বামী গোবিন্দনন্দ সৰস্বতীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক দাবী জনাইছে। বিষয়টো আৰক্ষী অধীক্ষক পোৱাৰ লগে লগে তদন্ত অব্যাহত আছে।

সাধ্বীয়ে স্বামীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি মধ্য প্ৰদেশৰ নৰসিংহপুৰৰ আৰক্ষী অধীক্ষকক দিয়া এজাহাৰত সাধ্বীয়ে কয় যে তেওঁ প্ৰথমবাৰৰ বাবে স্বামীক শ্ৰীধামত লগ পাইছিল। সেই সময়ত স্বামীয়ে মহিলাগৰাকীক নিজৰ দাসী বনাবলৈ প্ৰস্তাৱ দিছিল, স্বামীৰ সেই প্ৰস্তাৱ সৌভাগ্য বুলি গ্ৰহন কৰিছিল মহিলাগৰাকীয়ে। তেতিয়াৰ পৰাই মহিলাগৰাকী আশ্ৰমত স্বামীৰ দাসী হিচাপে সেৱা কৰি আছিল।

এদিন সন্ধিয়া স্বামী গোবিন্দানন্দে চাহ বনাবলৈ নিৰ্দেশ দি মহিলাগৰাকীৰ পিছে পিছে নিজেও গৈ পাকঘৰত উপস্থিত হয়। মহিলাগৰাকীয়ে অভিযোগ কৰে যে প্ৰথমে দুয়ো একেলগে থিয় হৈ কথা পাতিবলৈ আৰম্ভ কৰে, তাৰ পিছত স্বামীয়ে মহিলাগৰাকীক হাতত ধৰি নিজৰ ফালে টানি পিছফালৰ পৰা ধৰি লয়। কোনোমতে মহিলাগৰাকীয়ে নিজকে সেই কবলৰ পৰা মুক্ত কৰি ওলাই যায়। পিছত পৰিয়ালৰ লোকৰ লগত কথা পাতি স্বামীৰ বিৰুদ্ধে আৰক্ষীত এজাহাৰ দাখিল কৰে। অভিযোগৰ পাছতে তদন্তৰ নিৰ্দেশ দিছে গোটেগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকে।

স্বামী গোবিন্দনন্দ সৰস্বতী কোন?
স্বামী বিষ্ণুদেৱানন্দৰ শিষ্য স্বামী গোবিন্দানন্দ সৰস্বতী জ্যোতিৰ্মাথ ট্ৰাষ্টৰ মুৰব্বী। জ্যোতিষ পীঠৰ শংকৰাচাৰ্য স্বামী অবিমুখেশ্বৰানন্দৰ বিৰুদ্ধে বিবৃতি দি তেওঁ লাইমলাইটলৈ আহিছিল। তেওঁৰ বিৰুদ্ধে এখন চেক্স চিডিও ওলাইছিল, যাৰ সন্দৰ্ভত উত্তৰ প্ৰদেশৰ পূৰ্বৰ চৰকাৰৰ সময়ত যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল। প্ৰায় ৩০ বছৰ ধৰি যোগ আৰু বেদান্ত দৰ্শন শিকোৱাৰ অভিজ্ঞতা আছে স্বামীৰ।

১৯৮৭ চনত তেওঁ সাংসাৰিক জীৱনৰ পৰা অব্যাহতি লৈ কেৰালাৰ শিৱানন্দ আশ্ৰমত আশ্ৰয় লৈ সাধু হোৱাৰ পথ আৰম্ভ কৰে। আন্তঃৰাষ্ট্ৰীয় শিৱানন্দ যোগ বেদান্ত কেন্দ্ৰ সংস্থাৰ পৰা যোগ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ মাদুৰাইত শিৱানন্দ যোগ বেদান্ত মীনাক্ষী আশ্ৰম মুকলি কৰিছিল। ২০০৩ চনৰ পৰা ২০১০ চনলৈ তেওঁ তাত কাম কৰিছিল। ২০১০ চনৰ এপ্ৰিল মাহত তেওঁ দক্ষিণ ভাৰতত আশ্ৰম শিৱানন্দ যোগ বিদ্যা পীঠম প্ৰতিষ্ঠা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Allegationlmolestation allegationsex allefationswami govindananda swarswati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই
জীৱনশৈলী

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

March 18, 2026
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
Next Post
উত্তৰাখণ্ডৰ কেদাৰনাথত আকৌ ভূমিস্খলন! আৱদ্ধ ২০০ৰো অধিক যাত্ৰী

উত্তৰাখণ্ডৰ কেদাৰনাথত আকৌ ভূমিস্খলন! আৱদ্ধ ২০০ৰো অধিক যাত্ৰী

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

শাওণ মাহত শিৱলিংগত পানী ঢলাৰ পাছত সেই পানী শৰীৰৰ তিনিটা অংগত লগালেই দূৰ হ’ব ৰাহু-কেতুৰ দোষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.