• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী …আছে আৰু বহুতো নাম

বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী …আছে আৰু বহুতো নাম

2 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

56 minutes ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

2 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

4 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

4 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

5 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

5 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

6 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

7 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

7 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

8 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী …আছে আৰু বহুতো নাম

editor by editor
March 19, 2024
in অসম, গুৱাহাটী, ভাৰত
0
বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী …আছে আৰু বহুতো নাম
0
SHARES
165
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী ২য়…আছে আৰু বহুতো নাম

সমগ্ৰ বিশ্বৰ ভিতৰত আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটীৰ নাম। দ্বিতীয় স্থানত আছে গুৱাহাটী মহানগৰ।

ছুইজাৰলেণ্ডৰ গ্ৰুপ আই কিউ এয়াৰ ইনডেক্সত প্ৰকাশিত তথ্য অনুসৰি ভাৰতৰ ৫ খন চহৰৰেই নাম সন্নিবিষ্ট আছে আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষ ১০ৰ ভিতৰত।

সেই তালিকাৰেই শীৰ্ষৰ দ্বিতীয়ত অসম তথা উত্তৰ পূৱৰ অন্যতম চহৰ গুৱাহাটীৰ নাম।  আনহাতে বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৰাজধানী হিচাপে বিবেচিত হৈছে দেশৰ ৰাজধানী দিল্লী।

কেৱল দিল্লীয়েই নহয় বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰৰ তালিকাতো স্থান পাইছে দেশৰ এখন চহৰে। সেইখন হৈছে বিহাৰৰ চহৰ বেলুচৰাই। সকলোতকৈ বেয়া বায়ুৰ গুণাগুণৰ তালিকাত দিল্লী শীৰ্ষত।

কেৱল সেয়াই নহয়, দেশৰ তালিকাৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ প্ৰদূষিত দেশৰ ভিতৰত ভাৰত তৃতীয় স্থানত। এই স্থানত শীৰ্ষত আছে ভাৰতৰে চুবুৰীয়া অন্য দুখন দেশ ক্ৰমে বাংলাদেশ আৰু পাকিস্তান।। ১৩৪ খন দেশৰ ভিতৰত কৰা হৈছিল এই পৰীক্ষা।

উল্লেখ্য যে, দিল্লী কেৱল এইবাৰেই নহয়, ইয়াৰ পূৰ্বে একেলেথাৰিয়ে ৪ বাৰ সবাতোকৈ প্ৰদূষিত ৰাজধানী হিচাপে বিবেচিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhiindiaMost PollutedPollution
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

March 18, 2026
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব
জীৱনশৈলী

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

March 18, 2026
Next Post
হাইলাকান্দিৰ ইউনিচেক্স পাৰ্লাৰত হাহাকাৰ, আৰক্ষীৰে ভৰি পৰিল মুহুৰ্ততে

হাইলাকান্দিৰ ইউনিচেক্স পাৰ্লাৰত হাহাকাৰ, আৰক্ষীৰে ভৰি পৰিল মুহুৰ্ততে

গুৱাহাটীত গ্ৰীণবাছে মহতিয়ালে এজন অটো চালকক, আহত কেইবাজনো

গুৱাহাটীত গ্ৰীণবাছে মহতিয়ালে এজন অটো চালকক, আহত কেইবাজনো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.