• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আচৰিত! প্ৰতিদিনেই ভিন্ন পুৰুষেৰে মধুনিশা যাপনৰ বাবে মাতৃয়ে পঠিয়াই জীয়াৰীক, কিন্তু কিয়?

আচৰিত! প্ৰতিদিনেই ভিন্ন পুৰুষেৰে মধুনিশা যাপনৰ বাবে মাতৃয়ে পঠিয়াই জীয়াৰীক, কিন্তু কিয়?

3 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

13 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

15 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

15 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

16 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

16 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

17 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

17 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

18 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

18 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

19 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

20 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

আচৰিত! প্ৰতিদিনেই ভিন্ন পুৰুষেৰে মধুনিশা যাপনৰ বাবে মাতৃয়ে পঠিয়াই জীয়াৰীক, কিন্তু কিয়?

editor by editor
September 25, 2022
in অপৰাধ, বিশ্ব
0
আচৰিত! প্ৰতিদিনেই ভিন্ন পুৰুষেৰে মধুনিশা যাপনৰ বাবে মাতৃয়ে পঠিয়াই জীয়াৰীক, কিন্তু কিয়?
0
SHARES
47.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মাতৃ এনেকুৱাও হ’ব পাৰে! ইমান নিকৃষ্ট কেনেকৈ? ‘জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী’- মাতৃক লৈ এই শ্লোক সৰ্বজনবিদিত। কিন্তু এইগৰাকী মাতৃয়ে নিজ কন্যাকেই একাধিক পুৰুষেৰে মধুনিশা যাপনৰ বাবে পঠিয়াইছে। প্ৰতিদিনেই ভিন্ন পুৰুষৰ সৈতে নিশা যাপনৰ বাবে কন্যাক পঠিয়াইছে মাতৃয়ে।

ঘটনাটো মালয়েছিয়াৰ। মাতৃয়ে এনেদৰে মধুনিশা যাপনৰ বাবে পঠিওৱা কন্যাৰ বয়স মাত্ৰ ১৭ বছৰ। কিশোৰীগৰাকীক মাতৃৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য। নিৰ্যাতিতা কিশোৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰথমেই এজন ৬০ বছৰীয়া ব্যক্তিৰে নিশা যাপনৰ বাবে মাতৃয়ে পঠিয়াই। জোৰকৈ বয়স্ক ব্যক্তিগৰাকীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। গডফাদাৰ বুলি সম্বোধন কৰা সেই ব্যক্তিৰে সম্পৰ্ক স্থাপনৰ পিছতেই বহু টকাও দিছিল বুলি মন্তব্যত উল্লেখ কৰিছে।

বৃদ্ধগৰাকীৰে প্ৰায় প্ৰতিদিনেই সম্পৰ্ক গঢ়িবলৈ মাতৃয়ে কিশোৰীগৰাকীক বাধ্য কৰোৱাইছিল। অত্যাধিক ঋণৰ বোজা আঁতৰাবলৈকে মাতৃয়ে এনেদৰে সম্বন্ধ স্থাপনৰ বাবে পঠিয়াই ধন আদায় কৰিছিল বৃদ্ধৰ পৰা। কেৱল সেইগৰাকী বৃদ্ধৰ পৰাই ধন আদায় কৰিছিল এনে নহয়। লাহে লাহে মাতৃগৰাকীয়ে নিয়মিতভাৱে বিভিন্ন পুৰুষেৰে মধুনিশা যাপনৰ বাবে পঠিয়াই কিশোৰীগৰাকীক।

বহু পৰিমানৰ ঋণৰ বোজাত পোত গৈ থকা মাতৃগৰাকীয়ে ঋণ আদায় দিয়াৰ সহজ পন্থা হিচাপে জীয়াৰীক ব্যৱহাৰ কৰিবলৈ ধৰে। কিশোৰীগৰাকীয়ে মাতৃৰ কাৰ্যকলাপত অতিষ্ঠ হৈ ঘৰ এৰি পলায়নৰ সিদ্ধান্ত লয়। এনেকৈয়ে চলিত বৰ্ষৰ মাৰ্চ মাহত ঘৰ এৰি শিশু আৱাসত থাকিবলৈ লয়। কিন্তু আৱাসত থকাৰ সময়তে মাতৃগৰাকীয়ে পুনৰ সেই আৱাসৰ পৰা কিশোৰীগৰাকীক এনেদৰে কাৰো সৈতে নিশা যাপনৰ বাবে প্ৰেৰণ নকৰাৰ লিখিত প্ৰতিশ্ৰুতিৰে ঘৰলৈ উভতাই আনে।

কিশোৰীগৰাকীক ঘৰলৈ উভতাই অনাৰ পিছতেই মাতৃগৰাকীয়ে সেই শিশু আৱাসৰ বিৰুদ্ধেই জীয়াৰীক কিডনেপ কৰাৰ অভিযোগ আনে। কিশোৰীক ঘৰলৈ উভতাই আনিও সলনি নহ’ল মাতৃৰ কাৰ্যকলাপ। অৱশেষত মাতৃৰ কাৰ্যকলাপত অতিষ্ঠ হৈ কিশোৰীগৰাকীয়ে আৰক্ষীৰ কাষ চাপিছে। আৰক্ষীয়ে কিশোৰীগৰাকীৰ অভিযোগৰ ভিত্তিতেই এগৰাকী ৫৭ বছৰীয়া ব্যক্তিক ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰো কৰে। ইপিনে মাতৃগৰাকীকো অপৰাধী ঘোষণা কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 9, 2026
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’
জীৱনশৈলী

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

February 5, 2026
এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি
জীৱনশৈলী

এয়াৰ ইণ্ডিয়াৰ বাবে যাত্ৰীৰ সুৰক্ষা প্ৰথম অগ্ৰাধিকাৰ নহয় নেকি? লণ্ডনৰ পৰা উৰি অহা বোয়িং ৭৮৭ৰ ফুয়েল কন্ট্ৰোল ছুইচত বিসংগতি

February 3, 2026
৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?
জীৱনশৈলী

৪.৫২ লাখ কোটি টকাৰ চুক্তি, ৰাছিয়াৰ তেল ক্ৰয় নকৰে ভাৰতে, ভাৰত-আমেৰিকাৰ চুক্তিত কি কি আছে?

February 3, 2026
Next Post
ৰাষ্ট্ৰসংঘত ভাৰত বন্দনা! দৰিদ্ৰ দেশৰ পৰা বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশলৈ কেনেকৈ এই উত্তৰণ ভাৰতৰ?

ৰাষ্ট্ৰসংঘত ভাৰত বন্দনা! দৰিদ্ৰ দেশৰ পৰা বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশলৈ কেনেকৈ এই উত্তৰণ ভাৰতৰ?

‘ধনৰ অভাৱ নাই ৩০ টা সন্তান জন্ম দিয়া’, পুত্ৰ এলন মাস্কক পৰামৰ্শ পিতৃৰ

'ধনৰ অভাৱ নাই ৩০ টা সন্তান জন্ম দিয়া’, পুত্ৰ এলন মাস্কক পৰামৰ্শ পিতৃৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.