• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বাস-প্রশ্বাসত কষ্ট, কথা কোৱাটো কষ্ট, চকু মেলি থাকিব পৰা নাই দিল্লী বাসী, ভয়ংকৰ পৰিস্থিতি

2 years ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

3 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

36 minutes ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

2 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

3 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

4 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

5 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

6 hours ago
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শ্বাস-প্রশ্বাসত কষ্ট, কথা কোৱাটো কষ্ট, চকু মেলি থাকিব পৰা নাই দিল্লী বাসী, ভয়ংকৰ পৰিস্থিতি

editor by editor
April 22, 2024
in ভাৰত
0
শ্বাস-প্রশ্বাসত কষ্ট, কথা কোৱাটো কষ্ট, চকু মেলি থাকিব পৰা নাই দিল্লী বাসী, ভয়ংকৰ পৰিস্থিতি
0
SHARES
288
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বাস-প্রশ্বাসত কষ্ট, কথা কোৱাটো কষ্ট, চকু মেলি থাকিব পৰা নাই দিল্লী বাসী, ভয়ংকৰ পৰিস্থিতি

ৰাজধানীত তাপমাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে অগ্নিকাণ্ডৰ ঘটনা বাঢ়ি যায়। দেওবাৰে পূব দিল্লীৰ গাজীপুৰত অৱস্থিত জাবৰ পাহাৰত অগ্নিকাণ্ড সংঘটিত হয়। কিছু সময়ৰ ভিতৰতে জুইয়ে জাবৰ পাহাৰৰ এক বৃহৎ অংশ আগুৰি ধৰিলে। পাছলৈ আৰু অধিক বিয়পি পৰে জুই। এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাই অগ্নিকাণ্ড।

জাবৰৰ জুইৰ পৰা নিৰ্গত ধোঁৱা ওচৰৰ কলনীবোৰলৈ বিয়পি পৰে। এনে পৰিস্থিতিত গাজীপুৰৰ আশে-পাশে বাস কৰা লোকসকলৰ চকুত জ্বলা-পোৰা কৰাৰ লগতে শ্বাসৰুদ্ধকৰ পৰিস্থিতি কৰি পেলাইছে। তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ বাহিৰেও অগ্নিনিৰ্বাপক বাহিনীৰ ৯খন বাহন সেই স্থানলৈ প্ৰেৰণ কৰা হয়। জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে।

ঘটনাক লৈ এজন স্থানীয় ব্যক্তিয়ে কয় যে জুইৰ ধোঁৱাৰ বাবে তেওঁলোকে উশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে। প্ৰদূষণৰ বাবে তেওঁলোকে কথা পাতিব পৰা নাই। কালি পুৱাৰে পৰা অগ্নিকাণ্ড সংঘটিত হৈ আছে। প্ৰশাসনে একো কৰা নাই। সেয়ে অতি সোনকালে চৰকাৰে এই সমস্যা সমাধান কৰক বুলি আশা সকলোৰে।

গাজীপুৰ লেণ্ডফিল স্থানত অব্যাহত আছে অগ্নিকাণ্ড। জুই নিৰ্বাপনৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এছ অ’ নৰেশ কুমাৰে জনোৱা মতে, লেণ্ডফিলত উৎপন্ন হোৱা গেছৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে। কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

জাবৰৰ পাহাৰৰ ওপৰৰ অংশত সংঘটিত হয় অগ্নিকাণ্ড। ইয়াৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে তাত উপস্থিত হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। গভীৰ নিশালৈকে নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, বৰ্তমান জুই নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। কিন্তু এঠাইত জুই নুমুৱালে আন ঠাইত জুই জ্বলি উঠে। লেণ্ড ফিল ছাইটৰ ওচৰত বাস কৰা স্থানীয় লোকসকলে কয় যে ইয়াত গ্ৰীষ্মকালত প্ৰায়ে জুই লাগে।

আৰক্ষীৰ মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৫.২২ বজাত গাজীপুৰৰ ভূমি ভৰোৱা স্থানত অগ্নিকাণ্ড সংঘটিত হোৱাৰ তথ্য লাভ কৰে। তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসমূহ সেই স্থানলৈ প্ৰেৰণ কৰা হৈছিল। পানী ঢালি দিলে জুই কমে যদিও ধোঁৱা বাঢ়ি যায়। পানী শুকাই গলে লগে লগে পুনৰ জুই জ্বলি উঠে। সেয়ে কিছু অসুবিধাৰ সন্মুখিন হৈছে সকলো।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhiDelhi FireDelhi PollutionGarbage FirePollution
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?
জীৱনশৈলী

April 10, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

April 10, 2026
মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’  বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!
জীৱনশৈলী

মোক নস্যাৎ কৰি পেলাব নোৱাৰে, মানুহৰ কাষত মই থাকিমেই, মানুহৰ কথা মই কমেই…’ বিজেপি দলত যোগ নিদিয়ে ৰাঘৱ চাড্ডাই!

April 10, 2026
Next Post
মাতৃৰ বিয়োগৰ পাছত ৫ বছৰে ধৰি কন্যাৰ সৈতে সংঘটিত হৈছিল এই, পলাই ন্যায়ালয়ৰ কাষ চপাত হে পোহৰলৈ

চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই শেষত গাধৰ গাখীৰ বিক্ৰী কৰি মাহে ২-৩ লাখ টকা উপাৰ্জন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন