মাতৃহাৰা হ’ল ভ্ৰাম্যমাণ নাট্যজগতৰ জনপ্ৰিয় অভিনেতা, ট্ৰেজেডি কিং মৃদুল ভূঞা।
বিয়লি ৪ বজাত ২ নং ৰঙাজান গাঁৱৰ বাসগৃহত মৃত্যু হয় মাতৃ কুঞ্জলতা ভূঞাৰ।
লখিমপুৰৰ থিয়েটাৰৰ মঞ্চত প্ৰথম দৰ্শনীৰ অভিনয় সামৰি অন্তেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব অভিনেতা গৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ