• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মই বিজেপি দল নেৰো, গৌৰৱৰ সৈতে মোৰ সম্পৰ্ক বহু পুৰণি, অভিনন্দন জনোৱাটো অপৰাধ বুলি মুখ্যমন্ত্ৰীৰ পৰা শিকিলোঃ মৃণাল শইকীয়া

মই বিজেপি দল নেৰো, গৌৰৱৰ সৈতে মোৰ সম্পৰ্ক বহু পুৰণি, অভিনন্দন জনোৱাটো অপৰাধ বুলি মুখ্যমন্ত্ৰীৰ পৰা শিকিলোঃ মৃণাল শইকীয়া

2 years ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

অষ্টম দৰমহা আয়োগত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পেঞ্চন বন্ধ হ’ব নেকি? NC-JCM এ প্ৰকাশ কৰিছে সম্পূৰ্ণ সত্য

25 minutes ago
ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

ভাৰতক এশিকনি দিবলৈ গলৱান আক্ৰমণৰ নিৰ্দেশ দিয়া চীনা জেনেৰেলজনক চাকৰিৰ পৰা বৰ্খাস্ত, ছি জিনপিঙে প্ৰেৰণ কৰিছে বাৰ্তা

1 hour ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

2 hours ago
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

2 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

20 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

20 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

20 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

20 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

21 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

21 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

22 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মই বিজেপি দল নেৰো, গৌৰৱৰ সৈতে মোৰ সম্পৰ্ক বহু পুৰণি, অভিনন্দন জনোৱাটো অপৰাধ বুলি মুখ্যমন্ত্ৰীৰ পৰা শিকিলোঃ মৃণাল শইকীয়া

মই বিজেপি দল নেৰো, গৌৰৱৰ সৈতে মোৰ সম্পৰ্ক বহু পুৰণিঃ মৃণাল শইকীয়া

editor by editor
June 5, 2024
in অসম, জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
মই বিজেপি দল নেৰো, গৌৰৱৰ সৈতে মোৰ সম্পৰ্ক বহু পুৰণি, অভিনন্দন জনোৱাটো অপৰাধ বুলি মুখ্যমন্ত্ৰীৰ পৰা শিকিলোঃ মৃণাল শইকীয়া
0
SHARES
542
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
প্ৰথমে পঢ়ক এই বিশেষ পোষ্টটো, – ‘যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষ ভাৱে অভিনন্দন। এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে – ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰাত নেতৃত্ব আৰু দৰ্পী ভাষণে নিৰ্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে। লগতে অসমৰ পৰা নিৰ্বাচিত সকলো প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো।’ এই পোষ্ট খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ৷
বিজেপিৰ বিধায়ক হৈয়ো মৃণাল শইকীয়াই বিজেপিৰ পৰা জয়ী হোৱা প্ৰাৰ্থীসকলক শুভেচ্ছা নজনাই গৌৰৱ গগৈক শুভেচ্ছা জনোৱাৰ দিশতো সকলোৰে দৃষ্টিগোচৰো হয়৷
মৃণাল শইকীয়াৰ এই বিশেষ পোষ্টৰ পাছতেই মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয়, ‘মৃণাল শইকীয়া হয়তো বিজেপিত বেছি দিন নাথাকে৷ মৃণাল শইকীয়াই প্ৰধানমন্ত্ৰীক অভিনন্দন নিদি গৌৰৱ গগৈক দিছে৷ হয়তো তেওঁ কংগ্ৰেছত যোগদান কৰিব৷ যেনেকৈ আমাৰ তালৈ কংগ্ৰেছী আহিছে, আমাৰ পৰাও দুই এজন কংগ্ৰেছলৈ যাব পাৰে৷ হয়তো মৃণাল শইকীয়াই সিদ্ধান্ত লৈছে৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক মাজতে সমালোচনা কৰিছে, ৬০হাজাৰ ভোটত অগ্ৰগতি লোৱা মানুহ এজনক লীড নোলোৱা মানুহে সমালোচনা কৰিছে৷’
মুখ্য়মন্ত্ৰীৰ মন্তব্য়ৰ পাছতেই, বিজেপি দল ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিছে বিজেপিৰ বিধায়ক মৃনাল শইকীয়াই ৷ মুখ্যমন্ত্ৰীয়ে বিধায়ক মৃনাল শইকীয়াই বিজেপি দল ত্যাগ কৰিব বুলি কোৱা মন্তব্য প্ৰতুৎত্তৰো দিছে বিধায়কগৰাকীয়ে ৷ শইকিয়াই কয়, ‘মুখ্যমন্ত্ৰীগৰাকীৰ সোঁৱেবাঁৱে থকা লোকসকলৰ উচতনিৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিছে ৷’
উল্লেখ্য যে কালিৰ দিনটোত বিধায়কগৰাকীয়ে কংগ্ৰেছ দলৰ যোৰহাট সমষ্টিৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈক সামাজিক মাধ্যমত শুভেচ্ছা জনাই ৰোষত পৰিছিল দলৰ৷ তাৰ পিছতেই সামাজিক মাধ্যমত বিধায়কগৰাকী প্ৰসংগত যথেষ্ট তোলপাৰ লগাইছিল ৷ বিধায়কগৰাকীয়ে উল্লেখ কৰে যে বিৰোধী হ’ল বুলিয়েই যে কোনোবা শত্ৰু হ’ব সেইয়া নহয়, তৰুণ গগৈৰ পৰিয়ালৰ লগত বিধায়কগৰাকীৰ সম্পৰ্ক এতিয়াৰ নহয় ৷ ১৯৯৮ চনতেই তেতিয়াৰ কলিয়াবৰ লোকসভা সমষ্টিত তৰুন গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিধায়ক মৃনাল শইকীয়াই ৷ তেতিয়াৰ পৰাই তৰুন গগৈৰ পৰিয়ালৰ সৈতে সুসম্পৰ্ক থকাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো অতি নগন্য কথা বুলি উল্লেখ বিধায়ক মৃনাল শইকীয়াৰ ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!
জীৱনশৈলী

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

August 30, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Next Post
পৃথিৱী ভালে নাই! ২০০০ বছৰৰ সৰ্বাধিক গৰম চলিত বৰ্ষত… নিৰ্বাচনী ধামখুমীয়াত আপুনিও পাহৰিছে নেকি, আজি বিশ্ব পৰিবেশ দিৱস

পৃথিৱী ভালে নাই! ২০০০ বছৰৰ সৰ্বাধিক গৰম চলিত বৰ্ষত… নিৰ্বাচনী ধামখুমীয়াত আপুনিও পাহৰিছে নেকি, আজি বিশ্ব পৰিবেশ দিৱস

ৰায়বৰেলীক মাতৃ ছোনীয়াতকৈয়ো বেছি ভোটত জিকিল ৰাহুল, ৱাইনাডত জয়ী হ’লেও কমিল ভোট

ৰায়বৰেলীক মাতৃ ছোনীয়াতকৈয়ো বেছি ভোটত জিকিল ৰাহুল, ৱাইনাডত জয়ী হ’লেও কমিল ভোট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.