• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধোনীৰ এটা এৰিব নোৱাৰা অভ্যাস, সেই অভ্যাসৰ অসমৰ সৈতে আছে সম্পৰ্ক

ধোনীৰ এটা এৰিব নোৱাৰা অভ্যাস, সেই অভ্যাসৰ অসমৰ সৈতে আছে সম্পৰ্ক

2 years ago
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

6 minutes ago
মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

1 hour ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!

2 hours ago
ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

3 hours ago
গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

3 hours ago
বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

5 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

5 hours ago
চলমান-আমিৰৰ প্ৰিয় নায়িকা, এতিয়া কোটি কোটি টকাৰ মালিক!

চলমান-আমিৰৰ প্ৰিয় নায়িকা, এতিয়া কোটি কোটি টকাৰ মালিক!

6 hours ago
কপাল ফুলিব আপোনাৰ, কুবেৰৰ আশীৰ্বাদ পাবলৈ পালন কৰক এই নিয়ম

কপাল ফুলিব আপোনাৰ, কুবেৰৰ আশীৰ্বাদ পাবলৈ পালন কৰক এই নিয়ম

6 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

আঁতৰিব জীৱনৰ সকলো বিপদ, মাথোঁ সোমবাৰে জপ কৰক এইকেইটা মন্ত্ৰ

8 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ধোনীৰ এটা এৰিব নোৱাৰা অভ্যাস, সেই অভ্যাসৰ অসমৰ সৈতে আছে সম্পৰ্ক

editor by editor
October 29, 2024
in Uncategorized
0
ধোনীৰ এটা এৰিব নোৱাৰা অভ্যাস, সেই অভ্যাসৰ অসমৰ সৈতে আছে সম্পৰ্ক
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধোনীৰ এটা এৰিব নোৱাৰা অভ্যাস, সেই অভ্যাসৰ অসমৰ সৈতে আছে সম্পৰ্ক

ভাৰতীয় ক্ৰিকেটৰ অতিকে জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ বিষয়ে সকলোৱে জানে। ধোনীৰ প্ৰিয় অপ্ৰিয় বোৰো অনুৰাগীৰ নখ দৰ্পনত।

ধোনীৰ বাইকৰ প্ৰতি থকা দুৰ্বলতা কাৰো অজ্ঞাত নহয়। নিজৰ ঘৰতেই ধোনীয়ে নিজৰ বাইকৰ কালেকছন ৰাখিবৰ বাবে এটা সুকীয়াকৈ ঘৰো বনাই লৈছে।

পাছে বাইক পাগল ধোনীৰ আৰু এটা অভ্যাস আছে, যি অভ্যাসৰ বাবে ঘৰতেই হওক, বা কোনো খেলৰ সময়তেই হওক, ধোনীক সেই অভ্যাসৰ সৈতে দেখিবই।

যি অভ্যাসৰ অসমৰ সৈতে আছে সম্পৰ্ক।

হয়, ঠিকেই ধৰিছে, চাহৰ বাবে বিখ্যাত অসমৰ চাহৰ দীবানা ধোনী। বাইকৰ লগতে চাহ পাগল ধোনী।

বহু ঠাইত হাতত চাহৰ কাপ লৈ থকা দেখা যায় মহেন্দ্ৰ সিং ধোনীক। যি অভ্যাস কোনোদিনে বাদ দিব পৰা নাই ধোনীয়ে।

সদ্যহতে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ধোনীৰ। যি ভিডিঅত ধোনীক চেন্নাই ছুপাৰ কিংগছ দলৰ ড্ৰেছিং কোঠাত চাহৰ কাপ লৈ থিয় হৈ থকা দেখা গৈছে। ধোনীয়ে নিজেও সদৰি কৰিছে চাহৰ প্ৰতি থকা তেখেতৰ দুৰ্বলতা।

এক সাক্ষাততো ধোনীয়ে কৈছে- কোনো লোকে যদি তেখেতক চাহ অফাৰ কৰে তেন্তে তেওঁ না কৰিব নোৱাৰে। অন্য এক সাক্ষাততো কোনোৱে সুধিছিল যে, এনে কি দেশীয় খাদ্য আছে যাৰ ভোক কোনোদিনে নকমে। এই প্ৰশ্নৰ উত্তৰতো একে উশাহেই কৈছিল- চাহ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
Next Post
যাত্ৰী ভৰ্তি বাছৰ অতিকে ভয়ংকৰ দুৰ্ঘটনা- ১২ নিহত ৪০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

যাত্ৰী ভৰ্তি বাছৰ অতিকে ভয়ংকৰ দুৰ্ঘটনা- ১২ নিহত ৪০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

৪ দিন পূৰ্বেই নিহত হৈছিল পুত্ৰ, একেটা ঘৰতে থাকিয়ো অজ্ঞাত অন্ধ পিতৃ-মাতৃ, মাত দি থাকিল পুত্ৰক

৪ দিন পূৰ্বেই নিহত হৈছিল পুত্ৰ, একেটা ঘৰতে থাকিয়ো অজ্ঞাত অন্ধ পিতৃ-মাতৃ, মাত দি থাকিল পুত্ৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.