• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাঙৰ ডাঙৰ অফিচাৰেও নাপায় ইমান দৰমহাঃ মুকেশ আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা কিমান?

ডাঙৰ ডাঙৰ অফিচাৰেও নাপায় ইমান দৰমহাঃ মুকেশ আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা কিমান?

1 year ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

31 minutes ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

9 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

10 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

11 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

12 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

12 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

13 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

14 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

14 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

15 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

15 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডাঙৰ ডাঙৰ অফিচাৰেও নাপায় ইমান দৰমহাঃ মুকেশ আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা কিমান?

ডাঙৰ ডাঙৰ অফিচাৰেও নাপায় ইমান দৰমহাঃ মুকেশ আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা কিমান?

editor by editor
November 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ডাঙৰ ডাঙৰ অফিচাৰেও নাপায় ইমান দৰমহাঃ মুকেশ আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা কিমান?
0
SHARES
277
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুকেশ আম্বানীৰ আয় সম্পৰ্কে সকলোৱেই জানে। বিভিন্ন ৰিপৰ্টত আম্বানী পৰিয়ালৰ সম্পত্তিৰ খবৰ প্ৰকাশ পাই আহিছে। এইবাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে গাড়ীচালকৰ আয় কিমান? আম্বানীৰ ড্ৰাইভাৰৰ দৰমহা শুনিলেই চকু কঁপালত উঠিব আপোনাৰ।

কেইবাটাও ৰিপৰ্টত দাবী কৰামতে মুকেশ আম্বানিৰ ব্যক্তিগত ড্ৰাইভাৰৰ ২০১৭ চনত প্ৰতিমাহৰ দৰমহা আছিল ২ লাখ টকা। বিগত ৬বছৰত এই ধনৰ পৰিমান বৃদ্ধি হৈছে। ২০১৭ চনত ড্ৰাইভাৰজনৰ বাৰ্ষিক ইনকাম আছিল ২৪ লাখ টকা। ড্ৰাইভাৰগৰাকীৰ দৰমহাৰ পৰিমান এজন অফিচাৰতকৈয়ো বেছি। আম্বানীৰ পৰিয়ালত ড্ৰাইভাৰৰ যোগান ধৰে এটা ব্যক্তিগত সংস্থাই। আম্বানীৰ ড্ৰাইভাৰ হ’বলৈকো কেইবাটাও কঠোৰ প্ৰশিক্ষণ মানি চলিব লাগে চালকে। চালকে মূলত আম্বানিৰ বুলেটপ্ৰুফ গাড়ী চলোৱাৰ দায়িত্ব দিয়া হয়। আম্বানীৰ চালক হ’বলৈ চালকসকলে এইকেইটা নিয়ম মানি চলাটো নিতান্তই প্ৰয়োজন।

যিকোনো পৰিস্থিতিত আম্বানীৰ ড্ৰাইভাৰে নিজকে শান্ত কৰি ৰাখিব লাগিব। চালকজনৰ বিলাসবহুল বাহন নতুবা যুদ্ধৰ বাহন চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। আম্বানীৰ চালকে ঘৰত কাম কৰা লোক, ছিকিউৰিটিৰ লগতে বীমা, ভাট্টা আদিৰো সুবিধা লাভ কৰে।

উল্লেখ্য যে মুকেশ আম্বানী বৰ্তমান ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি। বৰ্তমান তেওঁ এছিয়া মহাদেশৰো সকলোতকৈ ধনী ব্যক্তি। বিশ্বৰ ভিতৰত তেওঁ ১৩ সংখ্যক ধনী ব্যক্তি। আম্বানীৰ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ বজাৰ মূল্যৰে সকলোতকৈ মূল্যবান কৰ্পৰেছন। এই কোম্পানীৰ চেয়াৰমেন আৰু ডাইৰেক্টৰ খোদ মুকেশ আম্বানীয়েই। শেহতীয়াকৈ ৰিলায়েঞ্চৰ দায়িত্বভাৰ তেওঁ আকাশ আম্বানীৰ হাতত তুলি দিছে। আনহাতে ৰিলায়েঞ্চৰ ৰিটেইল চেইলৰ দায়িত্ব তুলি দিছে কন্যা ইশা আম্বানীৰ হাতত। আম্বানীৰ পুত্ৰ আৰু কন্যাই এতিয়া সমস্ত ৰিলায়েঞ্চৰ দায়িত্বভাৰ গ্ৰহণ কৰা বুলিও এক মিডিয়া ৰিপৰ্টে প্ৰকাশ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
Next Post
এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে?

এই গ্ৰহ দুৰ্বল হ’লেই ঘৰ এৰে লক্ষ্মীয়ে, কেনেকৈ বুজিব এই সমস্যা আপোনাৰো হৈছে?

শ্ৰী কৃষ্ণৰ প্ৰিয় আঘোণ মাহ! এই মাহতেই ৫ৰাশিয়ে পাব শ্ৰী কৃষ্ণৰ আশীৰ্বাদ

শ্ৰী কৃষ্ণৰ প্ৰিয় আঘোণ মাহ! এই মাহতেই ৫ৰাশিয়ে পাব শ্ৰী কৃষ্ণৰ আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.