• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি গৈছে বিশেষ অফাৰ, কেৱল মাত্ৰ ১০ টকাকে ক্ৰয় কৰক সোণ

1 year ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

10 minutes ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

55 minutes ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

1 hour ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

2 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

4 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

5 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

6 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহি গৈছে বিশেষ অফাৰ, কেৱল মাত্ৰ ১০ টকাকে ক্ৰয় কৰক সোণ

editor by editor
October 29, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
আহি গৈছে বিশেষ অফাৰ, কেৱল মাত্ৰ ১০ টকাকে ক্ৰয় কৰক সোণ
0
SHARES
323
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহি গৈছে বিশেষ অফাৰ, কেৱল মাত্ৰ ১০ টকাকে ক্ৰয় কৰক সোণ

দীপাৱলীৰ পূৰ্বে ধনতেৰাছ উপলক্ষে আহিছে এক বিশেষ অফাৰ, কেৱল মাত্ৰ ১০ টকাতে ক্ৰয় কৰক সোণ। জিঅ’ ফাইনেন্স চাৰ্ভিচেছ লিমিটেডে আৰম্ভ কৰিছে এই বিশেষ সোণ ক্ৰয়ৰ অফাৰ। এই অফাৰৰ নাম স্মাৰ্টগল্ড আঁচনি।

স্মাৰ্টগল্ড আঁচনিত সোণত কৰা বিনিয়োগ ডিজিটেলভাৱে সোণ ক্ৰয় কৰিও ৰিডিম কৰিব পাৰি। সোণৰ বিনিয়োগৰ পৰা লাভ কৰা স্মাৰ্টগল্ড ইউনিটসমূহ যিকোনো সময়তে নগদ ধন, সোণৰ মুদ্ৰা বা গহনালৈ ৰূপান্তৰিত কৰিব পাৰি। আমোদজনক কথাটো হ’ল, স্মাৰ্টগল্ডত হাজাৰ হাজাৰ বা লাখ লাখ টকা বিনিয়োগ কৰাৰ প্ৰয়োজন নাই, মাত্ৰ ১০ টকাত সোণ কিনিব পাৰি।

জিঅ’ ফাইনেন্স এপত স্মাৰ্টগল্ড আঁচনিত সোণত বিনিয়োগৰ দুটা বিকল্প। প্ৰথমতে বিনিয়োগৰ মুঠ পৰিমাণ নিৰ্ণয় কৰিব পাৰে, দ্বিতীয়তে সোণৰ ওজন অৰ্থাৎ গ্ৰামত বিনিয়োগ কৰিব পাৰে। ভৌতিক সোণৰ ডেলিভাৰী ০.৫ গ্ৰাম আৰু তাৰ ওপৰৰ হোল্ডিঙত সীমাবদ্ধ থাকিব। ০.৫ গ্ৰাম, ১ গ্ৰাম, ২ গ্ৰাম, ৫ গ্ৰাম আৰু ১০ গ্ৰাম মূল্যত উপলব্ধ হ’ব। গ্ৰাহকে ইচ্ছা কৰিলে এপটোত পোনপটীয়াকৈ সোণৰ মুদ্ৰা ক্ৰয় কৰিও হোম ডেলিভাৰীৰ সুবিধা ল’ব পাৰে।

গ্ৰাহকৰ সোণ সুৰক্ষিত ৰাখিবলৈ বিনিয়োগৰ পিছত বিনিয়োগৰ সমান ২৪ কেৰেট সোণ স্মাৰ্টগল্ডত ক্ৰয় কৰি বীমাকৃত ভল্টত ৰখা হ’ব। ইয়াৰ ফলত আপুনি কেৱল সোণ চম্ভালিব পৰাৰ পৰা মুক্ত হোৱাই নহয়, চুৰিৰ চিন্তাও কৰিব নালাগিব। Jio Finance app ত যেতিয়াই মন যায় সোণৰ লাইভ মাৰ্কেটৰ দাম চাব পাৰিব। ডিজিটেল সোণ কিনাৰ সুবিধাজনক, সুৰক্ষিত আৰু স্বজ্ঞাত উপায় হৈছে SmartGold।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: DhanterasDhanteras special offerGold CoinGold Coin Reliancejio offer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?
জীৱনশৈলী

March 30, 2026
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
জীৱনশৈলী

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

March 30, 2026
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ
জীৱনশৈলী

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

March 30, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
Next Post
আজিৰ ধনতেৰাছৰ দিনটোত এই ৫ কাম কৰিলে কেতিয়াও নহয় ধনৰ অভাৱ

ধোনীৰ এটা এৰিব নোৱাৰা অভ্যাস, সেই অভ্যাসৰ অসমৰ সৈতে আছে সম্পৰ্ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন