পশ্চিমবংগত মমতাৰ নতুন খেলা। তৃণমূললৈ উভতি আহিল মুকুল ৰয়। বংগ বিজেপিত মোক্ষম আঘাত দিদিৰ। ঘৰৰ ল’ৰা ঘৰলৈ, ক’লে মমতাই।