• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানেনে, তিৰুপতি বালাজী মন্দিৰৰ সেই আচৰিত কথা, বৈজ্ঞানিকে আজি পৰ্যন্ত পোৱা নাই ইয়াৰ সমাধান

জানেনে, তিৰুপতি বালাজী মন্দিৰৰ সেই আচৰিত কথা, বৈজ্ঞানিকে আজি পৰ্যন্ত পোৱা নাই ইয়াৰ সমাধান

2 years ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

8 hours ago
কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

কোনো উপায়েৰেই চুলি সৰা কমাব পৰা নাই? শৰীৰত এই ৫ ভিটামিনৰ অভাৱেই প্ৰকৃত কাৰণ নহয়তো? কেনেকৈ এই ঘাটি দূৰ কৰিব?

8 hours ago
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

9 hours ago
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

9 hours ago
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

10 hours ago
ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

ঘনে ঘনে মুড ছুইং! ছাইলেণ্ট ষ্ট্ৰোকত আক্ৰান্ত নেকি আপুনি?

10 hours ago
পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম… প্ৰতিদিনে ৪০০ টকা ছেভিংছ কৰিয়েই লাভ কৰিব ২০ লাখ, কিন্তু কেনেকৈ?

10 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

11 hours ago
পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

পাঁচ কামঃ ক্ষোভিত হয় শনিদেৱ, ঘটিব পাৰে সৰ্বনাশ! জীৱনলৈ নামি আহে দুঃসময়ৰ কলা ছায়া

11 hours ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

11 hours ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

12 hours ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জানেনে, তিৰুপতি বালাজী মন্দিৰৰ সেই আচৰিত কথা, বৈজ্ঞানিকে আজি পৰ্যন্ত পোৱা নাই ইয়াৰ সমাধান

editor by editor
September 22, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
জানেনে, তিৰুপতি বালাজী মন্দিৰৰ সেই আচৰিত কথা, বৈজ্ঞানিকে আজি পৰ্যন্ত পোৱা নাই ইয়াৰ সমাধান
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানেনে, তিৰুপতি বালাজী মন্দিৰৰ সেই আচৰিত কথা, বৈজ্ঞানিকে আজি পৰ্যন্ত পোৱা নাই ইয়াৰ সমাধান

ভাৰতবৰ্ষ বুলিলেই বহু মঠ-মন্দিৰৰ ভুমি। ভাৰতৰ প্ৰতিটো প্ৰান্ততে পোৱা যাব বিভিন্ন মন্দিৰ। এই মন্দিৰৰ বোৰৰ ভিতৰত আকৌ আছে কিছুমান এনে মন্দিৰ যি মন্দিৰৰ কিছুমান আচৰিত কথাই ভক্তক অধিক আকৰ্ষণ কৰে। যাৰ সমাধান আজি পৰ্যন্ত বৈজ্ঞানিকে বিচাৰি পোৱা নাই।

এই ৰহস্যময় মন্দিৰসমূহৰ ভিতৰত অন্যতম হৈছে দক্ষিণ ভাৰতত অৱস্থিত ভগৱান তিৰুপতি বালাজীৰ মন্দিৰ। ভগৱান তিৰুপতী বালাজীৰ অলৌকিক আৰু ৰহস্যময় মন্দিৰ ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে বিখ্যাত। ভগৱান বিষ্ণুৰ প্ৰতি উৎসৰ্গিত এই মন্দিৰটো ভাৰতীয় স্থাপত্য আৰু কাৰুকাৰ্য্যৰ এক উৎকৃষ্ট নিদৰ্শন। অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাৰ তিৰুমালা পৰ্বতত অৱস্থিত এই সুন্দৰ মন্দিৰটো ভাৰতৰ অন্যতম প্ৰধান তীৰ্থস্থান।

বৰ্তমানে এই মন্দিৰৰ প্ৰসাদ হিচাপে ভক্তৰ মাজত বিতৰণ কৰা লাড়ুত জন্তুৰ চৰ্বি উদ্ধাৰৰ বাবে বিতৰ্কৰ মাজত। অৱশ্যে সেই বিতৰ্কৰো অন্ত পৰাৰ দিশে অগ্ৰসৰ। সেই তিৰুপতি মন্দিৰতেই নিহিত হৈ আছে কিছুমান আচৰিত কথা।

ভগৱান তিৰুপতি বালাজীৰ প্ৰকৃত নাম শ্ৰী ভেংকটেশ্বৰ স্বামী যি স্বয়ং ভগৱান বিষ্ণু। ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শ্ৰী ভেংকটেশ্বৰ পত্নী পদ্মৱতীৰ সৈতে তিৰুমালাত বাস কৰে। ভক্ত ভেংকটেশ্বৰক সঁচা অন্তৰেৰে প্ৰাৰ্থনা কৰা ভক্তসকলৰ সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। ভক্তসকলে নিজৰ ভক্তি অনুযায়ী ইয়ালৈ আহি তিৰুপতি মন্দিৰত চুলি দান কৰে।

কোৱা হয় যে ভগৱান ভেংকটেশ্বৰ স্বামীৰ মূৰ্তিৰ চুলি সঁচা। এই চুলিত কেতিয়াও যোঁট নাবান্ধে আৰু সদায় কোমল হৈ থাকে। ভগৱান বিষ্ণু নিজেই ইয়াত বাস কৰে বুলি বিশ্বাস কৰা হয়। মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰিলে দেখা যাব যে ভগৱান শ্ৰী ভেংকটেশ্বৰৰ মূৰ্তি গৰ্ভগৃহৰ কেন্দ্ৰত আছে। কিন্তু আপুনি তাৰ পৰা ওলাই অহাৰ লগে লগে স্তম্ভিত হ’ব, কাৰণ ওলাই অহাৰ পিছত দেখা যায় যে ঈশ্বৰৰ মূৰ্তিটো সোঁফালে অৱস্থিত।

তিৰুপতী বালা মন্দিৰত ভগৱান ভেংকটেশ্বৰৰ মূৰ্তি অতিপ্ৰাকৃতিক। ইয়াক বিশেষ শিলৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। এই প্ৰতিমূৰ্তি ইমানেই প্ৰাণৱন্ত যে ইয়াত যেন ভগৱান বিষ্ণু নিজেই বহি আছে। ভক্তই দাবি কৰা আনুসৰি, ভগৱানৰ মূৰ্তিত ঘামচি, ঘামৰ টোপাল আদি দেখা যায়। সেয়েহে মন্দিৰৰ উষ্ণতা কম ৰখা হয়।

প্ৰত্যক বৃহস্পতিবাৰে ভগৱান ভেংকটেশ্বৰৰ প্ৰতিমাৰ ওপৰত চন্দনৰ পেষ্ট প্ৰয়োগ কৰা হয় তাৰ পিছত এক আচৰিত ৰহস্য প্ৰকাশ পায়। ভগৱানৰ শৃংগাৰ আঁতৰা গা ধুই চন্দনৰ পেষ্ট লগাই এই পেষ্ট আঁতৰাই দিলে ভগৱান ভেংকটেশ্বৰৰ হৃদয়ত দেৱী লক্ষ্মীৰ মূৰ্তি দেখা যায়। শ্ৰী ভেংকটেশ্বৰ স্বামী মন্দিৰত সদায় এটা চাকি জ্বলি থাকে আৰু আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল এই চাকিত কেতিয়াও তেল বা ঘিউ ব্যৱহাৰ কৰা নহয়। ইয়াৰ উপৰিও কোনে প্ৰথমে কেতিয়া এই চাকি জ্বলাইছিল সেয়াও জানিব পৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: MystryMystry Of Bajali templeTirupati bajali TempleTirupati balaji
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?
জীৱনশৈলী

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

April 11, 2026
শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত কি ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ? কেনেকৈ ৰক্ষা পাব?

April 11, 2026
কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে
জীৱনশৈলী

কেৱল বুকুৰ বিষেই নহয়, ষ্ট্ৰোকৰ পূৰ্বে গোপন সংকেত দিয়ে শৰীৰে, এইসমূহ লক্ষণক অৱহেলা কৰিলেই মৃত্যুৰ আশংকা বাঢ়ে

April 11, 2026
গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?
জীৱনশৈলী

গৃহঋণ ল’বলৈ আগ্ৰহী? জানক ২৫ লাখ টকাৰ ঋণৰ ক্ষেত্ৰত কোন বেংক লাভজনক? SBI নে PNB?

April 11, 2026
Next Post
শুক্ৰ নক্ষত্ৰমণ্ডলত বুধ ট্ৰেনজিটৰ বাবে ৩ ৰাশিয়ে বিপুল লাভ পাব, কেৰিয়াৰত আহিব তীব্ৰ গতি

শুক্ৰ নক্ষত্ৰমণ্ডলত বুধ ট্ৰেনজিটৰ বাবে ৩ ৰাশিয়ে বিপুল লাভ পাব, কেৰিয়াৰত আহিব তীব্ৰ গতি

এখন চিনেমাৰ আচৰিত কাহিনী, প্ৰথম দিনাৰ দৰ্শক মাথো ১০০, দ্বিতীয় দিনাৰ পৰা হাউচফুল, আজিয়ো অক্ষত ৰেকৰ্ড

এখন চিনেমাৰ আচৰিত কাহিনী, প্ৰথম দিনাৰ দৰ্শক মাথো ১০০, দ্বিতীয় দিনাৰ পৰা হাউচফুল, আজিয়ো অক্ষত ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.