• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ সতীদাহ প্ৰথা নেকি! স্বামীৰ শেষকৃত্যৰ পাছৰে পৰা সন্ধান নাই ৫৭ বৰ্ষীয় গোলাপীৰ

2 years ago
শিশু জন্ম হ’লেই লগে লগে DNA টেষ্ট বাধ্যতামূলক, ক’ত আৰম্ভ হৈছে এই নিয়ম? কিয় ইমান জৰুৰী জিনৰ পৰীক্ষা?

7 minutes ago
বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?

29 minutes ago
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

56 minutes ago
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

1 hour ago
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

2 hours ago
নিশা টোপনি গলেই নাক বন্ধ, অনবৰতে মূৰৰ বিষ, শীতত কিয় ভয়াৱহ হৈ উঠে ছাইনাচ? উপশমৰ উপায় কি?

13 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

14 hours ago
১৩৮ দিন ৩ৰাশিৰ জীৱনত ভাগ্যোদয়ৰ সুযোগ, ৩ মাহৰ পাছত আৰম্ভ হ’ব শনি বক্ৰীৰ এফেক্ট

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ দৰমহা বাঢ়িব ৩৫শতাংশ পৰ্যন্ত, কেতিয়াৰে পৰা একাউণ্টত সোমাব ধন?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

15 hours ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পুনৰ সতীদাহ প্ৰথা নেকি! স্বামীৰ শেষকৃত্যৰ পাছৰে পৰা সন্ধান নাই ৫৭ বৰ্ষীয় গোলাপীৰ

editor by editor
July 19, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
পুনৰ সতীদাহ প্ৰথা নেকি! স্বামীৰ শেষকৃত্যৰ পাছৰে পৰা সন্ধান নাই ৫৭ বৰ্ষীয় গোলাপীৰ
0
SHARES
118
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ সতীদাহ প্ৰথা নেকি! স্বামীৰ শেষকৃত্যৰ পাছৰে পৰা সন্ধান নাই ৫৭ বৰ্ষীয় গোলাপীৰ

১৮২৯ চনতে ভাৰতবৰ্ষত নিষিদ্ধ হোৱা এক কু প্ৰথা। স্বামীৰ মৃত্যুৰ পাছত সেই একেখন চিতাত পত্নীয়েও জীৱন্তে নিজকে শেষ কৰি দিব লাগিছিল। ৰাজা ৰাম মোহন ৰায়ৰ অশেষ প্ৰচেষ্ঠাৰ অন্তত শেষ হৈছিল নাৰীৰ প্ৰতি থকা সেই কুপ্ৰথাৰ।

মাজে মাজে চেগা-চেৰেকাকৈ দুই এক ঘটনা হৈ আহিছে , ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থাও লোৱা হৈছে। পাছে ২০২৪ চনতো তেনেই এক ঘটনা ঘটাৰ সন্দেহ। স্বামীৰ চিতা জ্বলাৰ পাছৰে পৰা কোনো সন্ধান নাই পত্নীৰো। যাৰ বাবে চাঞ্চল্যৰ সৃষ্টি হৈছে।

এইবাৰ এই ঘটনা ছত্তীশগড়ৰ ৰায়গড় জিলাৰ। ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা এগৰাকী মহিলাই বাতৰিৰ শিৰোনাম দখল কৰিছে। চৰ্চা চলিছে যে স্বামীৰ মৃত্যুৰ পিছত মহিলাগৰাকীৰ স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সেই একেই চিতাত পত্নীকো জীৱন্তে জ্বলাই দিছিল।

এই গোচৰ পোহৰলৈ অহাৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে আধুনিক ভাৰততো স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইত এগৰাকী নাৰীক জীৱিত অৱস্থাত জ্বলাই দিব পাৰিনে? আৰক্ষীৰ ৰেকৰ্ডতো মহিলাগৰাকী নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান সময়ত আৰক্ষীয়ে নিৰুদ্দেশ গোচৰ ৰুজু কৰা মহিলাগৰাকীৰ সন্ধানো আৰম্ভ কৰিছে।

এই সমগ্ৰ বিষয়টো ছত্তীশগড়-ওড়িশা সীমান্তৰ ওচৰৰ চিটকানী গাঁৱৰ ০০১৭ নম্বৰ ঘৰৰ সৈতে জড়িত। সকলো মানুহৰে এটাই প্ৰশ্ন,- ৫৭ বছৰীয়া গোলাপী গুপ্তা ক’ত? সন্তানক এৰি ক’ত গ’ল মাতৃগৰাকী।

চলিত ২০২৪ চনৰ ১৪ জুলাইত চিটকানী গাঁৱৰ পঞ্চ তথা পেছাত দৰ্জী ৬৫ বছৰীয়া জয়দেৱ গুপ্তাৰ মৃত্যু হয়। যোৱা ডেৰ বছৰ ধৰি নাকৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল জয়দেৱ। জয়দেৱৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতে পত্নী গোলাপী গুপ্তা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে।

জয়দেৱ আৰু গোলাপীৰ একমাত্ৰ পুত্ৰ সুশিলে কয় যে পিতৃৰ মৃত্যুৰ দিনা সন্ধিয়া প্ৰায় ৫.৩০ মান বজাত মৃতেদেহ দাহ কৰা হৈছিল। নিশা প্ৰায় ১০ বজালৈকে মাক সুশিলৰ লগতে আছিল। কিন্তু সকলো শুই পৰাৰ পাছতে নিশা প্ৰায় ১১.৪৫ মান বজাত সুশিল সাৰ পোৱাত মাক ঘৰত নাছিল। তেতিয়াৰ পৰাই আজি পৰ্যন্ত একো খবৰ নাই মাতৃ গোলাপীৰ।

পুত্ৰই লগতে আৰক্ষীৰ ওচৰত দিয়া ভাষ্য অনুসৰি, নিশাই তেওঁলোকে সন্ধান চলাওতে পিতৃৰ চিতাৰ কাষতে মাতৃৰ কাপোৰ আৰু চেণ্ডেল প্ৰত্যক্ষ কৰিছিল। সেয়ে মাতৃয়ে সেই একেই চিতাত নিজকে শেষ কৰি দিয়াৰ সন্দেহ। আনহাতে আৰক্ষীৰ সন্দেহ, পৰিয়াল আৰু গাঁওবাসীয়ে মিলি গোলাপীক একে চিতাত তুলি দিছিল। সেয়ে তদন্ত চলাই আছে আৰক্ষীয়ে, সন্দেহ সঁচা প্ৰমাণিত হলে দোষীয়ে কঠোৰ শাস্তি পাব বুলি মন্তব্য আৰক্ষীৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: jharkhandPolice InvestigationSatidahSatidah Pratha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিমান দুৰ্ঘটনাতো মৃত্যু নহ’ল, ৭বাৰকৈ যমৰ দুৱাৰৰ পৰা ওভতি অহা বিশ্বৰ আটাইতকৈ লাকী ব্যক্তিয়ে জয় কৰিছিল ৫ কোটি লটাৰীও, কোন এই ব্যক্তি?
জীৱনশৈলী

March 27, 2026
চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?
জীৱনশৈলী

চ’তৰ শেষত সূৰ্যৰ কৃপাত খুলিব ৪ৰাশিৰ ভাগ্যৰ জট, সুসময় উভতিব কাৰ কাৰ জীৱনলৈ?

March 27, 2026
এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?
জীৱনশৈলী

এতিয়াৰে পৰা ডলাৰত থাকিব ট্ৰাম্পৰ স্বাক্ষৰ, চলিছে ছপাৰ কাম, কেতিয়া মুকলি হ’ব বজাৰত?

March 27, 2026
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

March 27, 2026
Next Post
সাৱধান, বজাৰৰ পৰা ক্ৰয় কৰা বটলৰ পানী খাই আই চি ইউ পালেগৈ এজন যুৱক

বলীউডৰ সবাতোকৈ সুন্দৰী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন