• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাগালেণ্ডৰ পৰা প্ৰথমগৰাকী পেৰালিম্পিক বিজয়ীলৈ নাগালেণ্ড চৰকাৰে ঘোষণা কৰিলে ১.৫ কোটি টকা পুৰস্কাৰ মূল্য

2 years ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

32 minutes ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

1 hour ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

2 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

3 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

4 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

5 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

6 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

7 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

নাগালেণ্ডৰ পৰা প্ৰথমগৰাকী পেৰালিম্পিক বিজয়ীলৈ নাগালেণ্ড চৰকাৰে ঘোষণা কৰিলে ১.৫ কোটি টকা পুৰস্কাৰ মূল্য

নাগালেণ্ডৰ পৰা প্ৰথমগৰাকী পেৰালিম্পিক বিজয়ীলৈ নাগালেণ্ড চৰকাৰে ঘোষণা কৰিলে ১.৫ কোটি টকা পুৰস্কাৰ মূল্য

editor by editor
September 7, 2024
in উত্তৰ-পূব, ক্ৰীড়া, জীৱনশৈলী
0
নাগালেণ্ডৰ পৰা প্ৰথমগৰাকী পেৰালিম্পিক বিজয়ীলৈ নাগালেণ্ড চৰকাৰে ঘোষণা কৰিলে ১.৫ কোটি টকা পুৰস্কাৰ মূল্য
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ পূবলৈ অলিম্পিকত মেডেল নাহিলেও পেৰালিম্পিকে ৰাখিলে নাক৷উত্তৰ পূবৰ পৰা হোটেজ ছেমাই দেশলৈ আনিলে ব্ৰঞ্জৰ পদক৷ৰাজ্য তথা দেশলৈ সন্মান কঢ়িয়াই অনা হোটেজ চেমালৈ ১.৫ কোটি টকা পুৰস্কাৰ মূল্য ঘোষণা কৰিছে নাগালেণ্ড চৰকাৰে৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই ঘোষণা কৰিছে এই পুৰস্কাৰ মূল্য৷ শনিবাৰে পুৰুষৰ শ্বট ফুট এফ ৫৭ৰ ফাইনেলৰ পেৰা মাল্টি ইভেণ্টত দেশৰ হৈ ব্ৰঞ্জৰ পদক আজুৰিছে হোকেট ছেমাই৷ হোকাটোৱে ১৪.৬৫ মিটাৰ শ্ব ফুট থ্ৰ’ কৰি  ৰেকৰ্ড গঢ়িছে৷

নাগালেণ্ডৰ পৰা প্ৰথমগৰাকী পেৰালিম্পিকৰ পদকধাৰী হিচাপে তেওঁক লৈ গৌৰৱাম্বিত নাগালেণ্ড চৰকাৰ৷ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে হোকেটক শুভেচ্ছা জনাই এক্স হেণ্ডেলত লিখিছে, ‘ আমি #ParalympicsGames in Shot Put ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে Mr. Hokato Hotozhe Semaক অভিনন্দন জনাইছো৷ আমি তেওঁক লৈ গৌৰৱ আৰু আনন্দও অনুভৱ কৰিছো। তেওঁ ভাৰতক গৌৰৱান্বিত কৰাৰ লগতে নাগালেণ্ডকো বিশ্বৰ প্ৰেক্ষাপটত তুলি ধৰিছে। নাগালেণ্ডৰ পৰা প্ৰথম অলিম্পিক পদক বিজয়ী হোৱাৰ বাবে আমি অত্যন্ত সুখী৷ চৰকাৰে তেওঁৰ পুৰস্কাৰ মূল্য ১.৫ কোটি টকা আগবঢ়োৱা হ’ব৷’

খেলুৱৈগৰাকীৰ পদক লাভৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেওঁক অভিনন্দন জনায়। নিজৰ অফিচিয়েল এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোদীয়ে হোকাটেক প্ৰশংসা কৰাৰ লগতে অভিনন্দন জনাইছে৷  এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “আমাৰ জাতিৰ বাবে আৰু এটা গৌৰৱৰ মুহূৰ্ত৷ হোকাটো হোটোজে ছেমাই পুৰুষৰ শ্বটপুট এফ৫৭ত ব্ৰঞ্জৰ পদক দেশলৈ আনিছে৷ তেওঁৰ অবিশ্বাস্য শক্তি আৰু দৃঢ়তা ব্যতিক্ৰমী। তেওঁলৈ অভিনন্দন।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
Next Post
কাৰ্গিল যুদ্ধত জড়িত আছিল পাকিস্তানী সেনাই, ২৫ বছৰ পাছত প্ৰথম স্বীকাৰোক্তি পাক সেনাপ্ৰধানৰ

পলাই থাকিলেও আৰক্ষীয়ে দাখিল কৰিব চুমিৰ বিৰুদ্ধে চাৰ্জশ্বীট, ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাব এই বিশেষ দলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন