• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰ্গিল যুদ্ধত জড়িত আছিল পাকিস্তানী সেনাই, ২৫ বছৰ পাছত প্ৰথম স্বীকাৰোক্তি পাক সেনাপ্ৰধানৰ

কাৰ্গিল যুদ্ধত জড়িত আছিল পাকিস্তানী সেনাই, ২৫ বছৰ পাছত প্ৰথম স্বীকাৰোক্তি পাক সেনাপ্ৰধানৰ

2 years ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

23 minutes ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

5 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

6 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

6 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

7 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

8 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

8 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

10 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

10 hours ago
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট

11 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

১ লাখ টকাৰ তললৈ নামিব নেকি সোণৰ মূল্য? গহনা কিনাৰ পূৰ্বে জানি লওক

11 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

কি বাহনেৰে ধৰালৈ আগমণ কৰিব দেৱী দুৰ্গাই? জানক কি ভাল কি বেয়া

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাৰ্গিল যুদ্ধত জড়িত আছিল পাকিস্তানী সেনাই, ২৫ বছৰ পাছত প্ৰথম স্বীকাৰোক্তি পাক সেনাপ্ৰধানৰ

কাৰ্গিল যুদ্ধত জড়িত আছিল পাকিস্তানী সেনাই, ২৫ বছৰ পাছত প্ৰথম স্বীকাৰোক্তি পাক সেনাপ্ৰধানৰ

editor by editor
September 7, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কাৰ্গিল যুদ্ধত জড়িত আছিল পাকিস্তানী সেনাই, ২৫ বছৰ পাছত প্ৰথম স্বীকাৰোক্তি পাক সেনাপ্ৰধানৰ
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাৰ্গিল যুদ্ধত জড়িত আছিল তেওঁলোকৰ সেনাই৷ ২৫ বছৰ পাছত স্বীকাৰ কৰিলে পাকিস্তানে৷ পাকিস্তানৰ প্ৰতিৰক্ষা দিৱসৰ এক অনুষ্ঠানত সেই দেশৰ সেনাপ্ৰধান জেনেৰেল ৱাছিম মুনিৰে কয়, ‘ভাৰত আৰু পাকিস্তানৰ মাজত ১৯৪৮, ১৯৬৫, ১৯৭১ আৰু কাৰ্গিল যুদ্ধত আমাৰ বহু সেনাই আত্মবলিদান দিছে৷’

১৯৯৯ চনত ৰক্তক্ষয়ী কাৰ্গিল যুদ্ধৰ সাক্ষী আছিল ভাৰত৷ তিনি মাহ ধৰি জম্মু আৰু কাশ্মীৰৰ দ্ৰাছ কাৰ্গিল চেক্টৰত চলিছিল এই যুদ্ধ৷ পাকিস্তানৰ ফালৰ পৰা অনুপ্ৰৱেশ চলিয়েই থাকে কাৰ্গিলত৷ শত্ৰু মোকাবিলাৰ বাবে সেয়ে ভাৰতে আৰম্ভ কৰে ‘অপাৰেছন বিজয়৷’ অসংখ্য জোৱানে বলিদান দিছে এই যুদ্ধত৷ জোৱানৰ বলীদানতেই জয়ী হয় ভাৰত৷ সেই যুদ্ধৰ ২৫ বছৰ সম্পূৰ্ণ হৈছে৷

সেই যুদ্ধৰ ২৫ বছৰ পাছত পাকিস্তানে তেওঁলোকৰ সেনা এই যুদ্ধত জয়ী থকাৰ কথা স্বীকাৰ কৰি লৈছে৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে অৱসৰপ্ৰাপ্ত লেফ্টেনেন্ট জেনেৰেল শাহিদ আজিজ, পাৰভেজ মুছাৰফ আৰু নৱাজ শাৰিফে কাৰ্গিল যুদ্ধত পাকিস্তান জড়িত থকাৰ কথা স্বীকাৰ কৰিছে৷ কিন্তু তৎকালীন ইছলামাবাদ চৰকাৰৰ দাবী আছিল, ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত পাক সেনাৰ কোনো হাত নাই৷ কাশ্মীৰৰ স্বাধীনতা সংগ্ৰামী মুজাহিদিনেই অনুপ্ৰৱেশ কৰিছিল ভাৰতত৷ পাকিস্তানী সেনাই কেৱল সীমান্তত টহলহে দিছিল৷

কাৰ্গিল যুদ্ধৰ পাছত পাকিস্তানে নিজৰ সেনাৰ মৃতদেহ লৈ যাবলৈ অস্বীকাৰ কৰিছিল৷ নিহত পাক সেনাসকলক শেষকৃত্য হৈছিল ভাৰততেই৷ প্ৰধানমন্ত্ৰী পদ হেৰুওৱাৰ পাছত নয়াদ শ্বৰিফে স্বীকাৰ কৰিছিল, কাৰ্গিল যুদ্ধত জড়িত আছিল পাক সেনাই৷ ১৯৯৯ চনত লাহোৰ চুক্তিও ভংগ কৰিছিল পাকিস্তানেই৷ সেই চুক্তি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সৈতে কৰিছিল নৱাজ শ্বৰিফে৷ নিজৰ আত্মজীৱনী ‘ইন দ্যা লাইফ অফ ফায়াৰ’ ত পাকিস্তানৰ তৎকালীন সেনাপ্ৰধান পাৰভেজ মুছাৰফেও স্বীকাৰ কৰিছিল কাৰ্গিল যুদ্ধত অনুপ্ৰৱেশকাৰীৰ মাজত আছিল পাক সেনা৷ ১৯৯৯ চনৰ ৩মেৰ পৰা আৰম্ভ কৰি ২৬ জুলাই পৰ্যন্ত চলিঠিল কাৰ্গিল যুদ্ধ৷ পাকিস্তানি সেনাক পৰাস্ত কৰিবলৈ ভাৰতীয় জোৱানে বিশেষ চক্ৰবেহু তৈয়াৰ কৰিছিল৷ সেই চক্ৰবেহুৱেই ভাৰতক দিলে জয়ৰ সোৱাদ৷

কাৰ্গিল যুদ্ধত অসংখ্য ভাৰতীয় জোৱান শ্বহীদ হৈছিল৷ কাৰ্গিলৰ ১৫-১৬ হাজাৰ ফুট ওখ পাকিস্তানত ভাৰতে কেইবাটাও স্থান নিজৰ দখললৈ আনিছিল৷ উত্তৰত ভাৰতীয় সেনাই দুৰ্গম এলেকাৰে পাকিস্তানী বাহিনীক ঘেৰি ধৰিছিল ভাৰতীয় সেনাই৷ আন্তৰ্জাতিক মহলৰ একাংশৰ মতে কাৰ্গিল যুদ্ধৰ সময়ত আমেৰিকাই হস্তক্ষেপ কৰিব অনুমান কৰিছিল পাৰভেজ মুছাৰফে৷ কিন্তু তাৰ পূৰ্বেই পাক সেনাক পৰাস্ত কৰে ভাৰতে৷ ১৯৯৯ চনৰ ২৫ জুলাইত বিজয় ঘোষণা কৰে ভাৰতীয় সেনাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন
জীৱনশৈলী

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

October 10, 2026
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ
বিনোদন

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

October 9, 2026
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ
অসম

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

October 9, 2026
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!
বাণিজ্য

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

October 9, 2026
Next Post
পলাই থাকিলেও আৰক্ষীয়ে দাখিল কৰিব চুমিৰ বিৰুদ্ধে চাৰ্জশ্বীট, ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাব এই বিশেষ দলে

পলাই থাকিলেও আৰক্ষীয়ে দাখিল কৰিব চুমিৰ বিৰুদ্ধে চাৰ্জশ্বীট, ট্ৰেডিং প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান চলাব এই বিশেষ দলে

মা দুৰ্গাই কিয় সিংহক বাহন হিচাপে বাচি লৈছিল? এইবাৰ দুৰ্গাপুজা কিয় বিশেষ?

মা দুৰ্গাই কিয় সিংহক বাহন হিচাপে বাচি লৈছিল? এইবাৰ দুৰ্গাপুজা কিয় বিশেষ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.