• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিখা মজিন্দাৰ বৰুৱা সমুখেৰেই চোৰে নিছিল অগ্নিনাভ মন্দিৰৰ মূৰ্তি, পাছে ২৪ ঘণ্টা নহওঁতেই ধৰা পৰে চোৰ

শিখা মজিন্দাৰ বৰুৱা সমুখেৰেই চোৰে নিছিল অগ্নিনাভ মন্দিৰৰ মূৰ্তি, পাছে ২৪ ঘণ্টা নহওঁতেই ধৰা পৰে চোৰ

1 year ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

15 minutes ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

2 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

2 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

3 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

5 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

6 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

6 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

7 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

7 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

19 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিখা মজিন্দাৰ বৰুৱা সমুখেৰেই চোৰে নিছিল অগ্নিনাভ মন্দিৰৰ মূৰ্তি, পাছে ২৪ ঘণ্টা নহওঁতেই ধৰা পৰে চোৰ

editor by editor
November 29, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
শিখা মজিন্দাৰ বৰুৱা সমুখেৰেই চোৰে নিছিল অগ্নিনাভ মন্দিৰৰ মূৰ্তি, পাছে ২৪ ঘণ্টা নহওঁতেই ধৰা পৰে চোৰ
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিখা মজিন্দাৰ বৰুৱা সমুখেৰেই চোৰে নিছিল অগ্নিনাভ মন্দিৰৰ মূৰ্তি, পাছে ২৪ ঘণ্টা নহওঁতেই ধৰা পৰে চোৰ

পুৱতি নিশা চুৰি হৈছিল ৰাজ্যৰ ভিতৰতে অন্যতম মন্দিৰ নাজিৰাৰ বাব অগ্নিনাভৰ মূল বিগ্ৰহ। দুই চোৰে চুৰি কৰি নিছিল শিৱ বাবাৰ মূৰ্তি। পাছে ২৪ ঘণ্টাৰ ভিতৰতে ধৰা পৰে দুই চোৰ।

আজি আৰক্ষীৰ দলে ক্ষীপ্ৰ তদন্তৰ অন্তত ধৰা পেলায় তিতাবৰৰ চোৰ কৰিব আলীক। পাছে কৰিব আলীৰ সংগী আন এটা চোৰ আৰিফ আলী পলাই সাৰিবলৈ সক্ষম হয়।

নাজিৰাৰ শিমলুগুৰি ট্ৰেইন ষ্টেছনৰ পৰাই জি আৰ পিৰ সহযোগত নাজিৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় চোৰ কৰিবক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি শিখা মজুমদাৰ বৰুৱাৰ সমুখেৰেই চোৰে কাপোৰৰ টোপোলা কৰি লৈছিল শিৱ বাবাৰ মূৰ্তি। লগতে নিছিল ভক্তই দান কৰা সোণ-ৰূপৰ আ-অলংকাৰ, ৰূপৰ ডম্বৰু, সোণ-ৰূপৰ বেলপাত আদি।

উল্লেখ্য যে, ২০১৫ চনত স্থাপন হৈছিল অগ্নিনাভ মন্দিৰ। সপোনত দেখা শিৱ বাবাৰ ৰূপটোকে মূৰ্তি হিচাপে বনাই আনি ঘৰতে মন্দিৰ বনাই প্ৰতিষ্ঠা কৰিছিল। ২০২০ চনত পৰা জনপ্ৰিয় হবলৈ ধৰিছিল এই মন্দিৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Agninabh mandirassamBaba AgninabhBaba Agninabh TempleIdol Thief
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
Next Post
ৱাৰ্ম আপ মেছ এৰি হঠাতে নোহোৱা হ’ল বিৰাট-বুমৰাহ-ৰাহুল-জয়ছৱাল, সকলোৰে মনত ডাঙৰ প্ৰশ্ন !

ৱাৰ্ম আপ মেছ এৰি হঠাতে নোহোৱা হ'ল বিৰাট-বুমৰাহ-ৰাহুল-জয়ছৱাল, সকলোৰে মনত ডাঙৰ প্ৰশ্ন !

অতিকে শোকাৱহ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে

অতিকে শোকাৱহ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ বন্ধুৱে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.