• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা

অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা

1 year ago
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

27 minutes ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

56 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

1 hour ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

2 hours ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

3 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

4 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

6 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

7 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

10 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

20 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

22 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা

editor by editor
September 2, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনেৰ পৰা পোহৰলৈ আহিছে এটা ডাঙৰ গোচৰ। ইয়াত অজিত পাৱাৰৰ প্ৰাক্তন এন চি পি কৰ্পৰেটৰক গুলীয়াই হত্যা কৰা হয়। নেতাগৰাকীৰ নাম বনৰাজ আন্দেকাৰ।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি বনৰাজক কোনো দীঘলীয়া ধাৰ থকা অস্ত্ৰৰে আক্ৰমণ কৰা হয়। এই আক্ৰমণত মৃত্যু হয় এন চি পিৰ নেতাগৰাকীৰ। বৰ্তমান আৰক্ষীয়ে বিষয়টোৰ তদন্তত ব্যস্ত।

আৰক্ষীৰ জানিবলৈ দিয়া অনুসৰি, দেওবাৰে নিশা পুনেৰ নানা পেঠ অঞ্চলত সংঘটিত হয় এই ঘটনা। পিষ্টলেৰে কেইবাজাঁই গুলীচালনা কৰে আক্ৰমণকাৰীয়ে। পিছত গুৰুতৰভাৱে আহত নেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বনৰাজক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান সময়ত আৰক্ষীয়ে এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ হিচাপে পাৰস্পৰিক প্ৰতিদ্বন্দ্বিতা আৰু আধিপত্যৰ বাবে যুঁজ বুলি কাৰণ দাঙি ধৰিছে।

বৰ্তমানে আক্ৰমণকাৰীৰ সন্ধানত ব্যস্ত আৰক্ষী। ইয়াৰ বাবে বিশেষ দলো গঠন কৰা হৈছে। উল্লেখ্য যে, ২০১৭ চনৰ নিৰ্বাচনত পৌৰ নিগমৰ কৰ্পৰেটৰ হিচাপে নিৰ্বাচিত হৈছিল বনৰাজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: attackNCPNCP LeaderNCP Leader died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

December 17, 2025
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট
জীৱনশৈলী

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

December 17, 2025
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

December 17, 2025
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ
জীৱনশৈলী

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

December 17, 2025
Next Post
ভয়ংকৰ ভৱিষ্যতৰ আগজাননী, ৮২.২ ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা

ভয়ংকৰ ভৱিষ্যতৰ আগজাননী, ৮২.২ ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা

‘মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই’

'মই মৃত অৱস্থাতে পাইছিলো, পৰিস্থিতি দেখি ভয় খাই পলাই আহিছিলো, একো কৰা নাই'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.