• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেপালৰ নোটত সোমাল ভাৰতৰ সীমা, সীমা বিবাদৰ দিশে নেকি ভাৰত-নেপাল

নেপালৰ নোটত সোমাল ভাৰতৰ সীমা, সীমা বিবাদৰ দিশে নেকি ভাৰত-নেপাল

2 years ago
‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

1 hour ago
নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

নিজাকৈ আৰম্ভ কৰক ব্যৱসায়, কেন্দ্ৰীয় চৰকাৰে দিছে সুৱৰ্ণ সুযোগ

2 hours ago
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

2 hours ago
বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

বান সাহায্যৰ নামত ছচিয়েল মিডিয়াত QR Codeৰে প্ৰৱঞ্চনাৰ জাল

3 hours ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

4 hours ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

5 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

5 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

7 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

7 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

8 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

9 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

নেপালৰ নোটত সোমাল ভাৰতৰ সীমা, সীমা বিবাদৰ দিশে নেকি ভাৰত-নেপাল

editor by editor
September 4, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
নেপালৰ নোটত সোমাল ভাৰতৰ সীমা, সীমা বিবাদৰ দিশে নেকি ভাৰত-নেপাল
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেপালৰ নোটত সোমাল ভাৰতৰ সীমা, সীমা বিবাদৰ দিশে নেকি ভাৰত-নেপাল

ভাৰত আৰু নেপালৰ সীমা বিবাদৰ দিশে অগ্ৰসৰ হোৱাৰ ইংগিত। কিয়নো নেপালৰ নোট তথা টকাত প্ৰিণ্ট কৰা দেখা গৈছে ভাৰতীয় সীমা। ভাৰতৰ সীমা নেপালৰ ভুমিত অন্তৰ্ভুক্ত কৰাই দেশখনৰ নোট প্ৰিণ্ট কৰা দেখা গৈছে। যাৰ বাবে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে এই নোটবোৰ।

ভাৰতৰ চুবুৰীয়া দেশ খনৰ শেহতীয়া নোটৰ সংস্কৰণত নতুন সীমাৰে সৈতে নেপাল দেখুওৱা হৈছে। যি সীমাত ভাৰতৰো সীমা অন্তৰ্ভুক্ত হৈ আছে। নেপালৰ কেন্দ্ৰীয় বেংকে প্ৰকাশ কৰিছে এই শেহতীয়া নতুন সংস্কৰণ।

নেপালৰ কেন্দ্ৰীয় বেংকে এবছৰৰ ভিতৰত ভাৰতৰ সৈতে বিবাদিত ভূখণ্ডসমূহ অন্তৰ্ভুক্ত কৰা সংশোধিত মানচিত্ৰখনক লৈ নতুন বেংকনোট ছপা কৰাৰ প্ৰস্তুতি চলাইছে বুলি মঙলবাৰে এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

অনলাইন নিউজ পৰ্টেল নেপালখাবৰ ডট কমৰ উদ্ধৃতি দি বেংকৰ যুটীয়া মুখপাত্ৰ দিল্লীৰাম পোখাৰেলৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি নেপাল ৰাষ্ট্ৰ বেংকে ইতিমধ্যে নতুন মানচিত্ৰৰ সৈতে বেংকনোট ছপা প্ৰক্ৰিয়া আগবঢ়াইছে, য’ত আছে কালাপানী, লিপুলেখ আৰু লিম্পিয়াধুৰা।

ইতিমধ্যে বেংকে নতুন নোট ছপা প্ৰক্ৰিয়া ফৰৱাৰ্ড কৰিছে বুলি উল্লেখ কৰি পোখাৰেলে কয় যে ছমাহৰ পৰা এবছৰৰ ভিতৰত এই কাৰ্য সম্পূৰ্ণ হ’ব। কিন্তু এই বাতৰি সন্দৰ্ভত পোখাৰেলৰ সঁহাৰি বিচৰাত বেংকৰ মুখপাত্ৰগৰাকীৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য পোৱা নাযায়।

নেপালৰ তদানীন্তন প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহাল ‘প্ৰচন্দ’ৰ নেতৃত্বত নেপালৰ মন্ত্ৰীসভাই ৩ মে’ত এই ভূখণ্ডসমূহ নেপালৰ অংশ হিচাপে দেখুওৱা নতুন মানচিত্ৰ অন্তৰ্ভুক্ত কৰি নতুন বেংকনোট ছপা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

কে পি শৰ্মা অলি নেতৃত্বাধীন চৰকাৰৰ দিনত ২০২০ চনৰ মে’ মাহত নেপাল চৰকাৰে নিজৰ ভূখণ্ডৰ ভিতৰত লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰা অঞ্চল অন্তৰ্ভুক্ত কৰি নতুন ৰাজনৈতিক মানচিত্ৰ উন্মোচন কৰিছিল । ইয়াক নেপালৰ সংসদে সমৰ্থনো কৰিছিল। ইয়াৰ পিছত চৰকাৰে সকলো চৰকাৰী নথি-পত্ৰত ব্যৱহৃত পুৰণি মানচিত্ৰখন ভাৰতৰ আপত্তি থকা সত্ত্বেও নতুন মানচিত্ৰৰে সলনি কৰিছিল।

উল্লেখ্য যে, ভাৰতৰ পাঁচখন ৰাজ্য – ছিকিম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ সৈতে নেপালৰ সীমা ১৮৫০ কিলোমিটাৰতকৈ অধিক সংলগ্ন হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: indiaIndo Nepal bordernepal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ
বিনোদন

‘ভাইজান’ ছলমান খানৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ ব্যৱসায়ীৰ

August 6, 2026
১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

১ কোটি টকাৰ ঋণ পৰিশোধ কৰিবলৈ C গ্ৰেড ছবিত অভিনয় কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে

August 6, 2026
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’
বিনোদন

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

August 6, 2026
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া
ভাৰত

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

August 6, 2026
Next Post
১৩১ টা বলত শূণ্য, ১ ৰান কৰিবলৈয়ো সক্ষম নহয় বিপক্ষ, আজিয়ো অক্ষত অৱস্থাত ভাৰতীয় খেলুৱৈৰ অভিলেখ

১৩১ টা বলত শূণ্য, ১ ৰান কৰিবলৈয়ো সক্ষম নহয় বিপক্ষ, আজিয়ো অক্ষত অৱস্থাত ভাৰতীয় খেলুৱৈৰ অভিলেখ

কন্যা ৰাশিত চন্দ্ৰ, লক্ষ্মীবাৰে লক্ষ্মীলাভৰ যোগ এই ৫ৰাশিৰ ভাগ্যত

কন্যা ৰাশিত চন্দ্ৰ, লক্ষ্মীবাৰে লক্ষ্মীলাভৰ যোগ এই ৫ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.