• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭০০০ কোটি টকাৰ মালিক, ২বাৰকৈ পদ্ম সন্মান লাভ, কিন্তু তাৰ পাছতো ৩০ বছৰে ধৰি কিনা নাই এখনো শাৰী

2 years ago
খোজকঢ়া, দৌৰাৰ ক্ষমতা হেৰাই যায়…! বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱান-নাতাশাৰ কন্যা লাৰা

2 hours ago
ভাৱিবই নোৱাৰিব, এইসমূহেই লিভাৰ ছিৰোচিছৰ সংকেত, আগতেই সচেতন নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰে আপোনাৰো

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

3 hours ago
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

4 hours ago
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধাদিত্য ৰাজযোগে সৌভাগ্য কঢ়িয়াই আনিছে, সমগ্ৰ এপ্ৰিল মাহজুৰি সুখবৰ লাভ কৰিব এই ৫ৰাশিয়ে

5 hours ago
খাদ্য খোৱাৰ পাছত প্লেটতেই হাত ধুৱে? জীৱনত দুখ-দাৰিদ্ৰ মাতি আনিছে? কি কয় বাস্তুশাস্ত্ৰই?

মুখৰ দুৰ্গন্ধৰ বাবে কথা ক’বলৈকো লাজ পায়! মাউথফ্রেছনাৰৰ ওপৰত ভৰসা এৰক, খাদ্যভাষ সলনি কৰি খাদ্য তালিকাত ৰাখক এইকেইবিধ খাদ্য

6 hours ago
এই তাৰিখে জন্ম হোৱা যুৱতীৰ স্বামী যদি আপুনি ভাগ্যবান! জানক আপোনাৰ সংগী সম্পৰ্কে সবিশেষ

এইকেইটা লক্ষণ আছে যদি বুজিব আপোনাৰ সংগী মানসিকভাৱে পৰিপক্ক নহয়, সম্পৰ্ক গঢ়াৰ পূৰ্বেই মন দিয়ক এইকেইটা দিশত

বিবাহিত পুৰুষ পাৰস্পৰিক সন্মতিত লিভ-ইন সম্পৰ্কত থাকিলে সেয়া অপৰাধ নহয়, পৰ্যবেক্ষণ এলাহাবাদ হাইকৰ্টৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৩৭০০০ কোটি টকাৰ মালিক, ২বাৰকৈ পদ্ম সন্মান লাভ, কিন্তু তাৰ পাছতো ৩০ বছৰে ধৰি কিনা নাই এখনো শাৰী

editor by editor
July 5, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
৩৭০০০ কোটি টকাৰ মালিক, ২বাৰকৈ পদ্ম সন্মান লাভ, কিন্তু তাৰ পাছতো ৩০ বছৰে ধৰি কিনা নাই এখনো শাৰী
0
SHARES
357
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৭০০০ কোটি টকাৰ মালিক, ২বাৰকৈ পদ্ম সন্মান লাভ, কিন্তু তাৰ পাছতো ৩০ বছৰে ধৰি কিনা নাই এখনো শাৰী

এগৰাকী ভাৰতীয় মহিলাৰ কাহিনীয়ে অনুপ্ৰাণিত কৰি আহিছে হাজাৰ জনক। নিজৰ ব্যক্তিত্বৰে চাপ বহাইছে বহুতৰে জীৱনত। হাজাৰ হাজাৰ কোটি টকাৰ মালিক হৈয়ো বিগত ৩০ বছৰে ধৰি ক্ৰয় কৰা নাই এখনো শাৰী। পাছে ব্যক্তিত্ব ইমানেই আকৰ্ষণীয় যে, লাভ কৰিছে ভাৰতৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্ম সন্মান।

সেই মহিলাগৰাকী হৈছে সুধা মুৰ্তি। ৩৭০০০ কোটি টকাৰ মালিক ইন্ফোচিচৰ মালিক নাৰায়ন মুৰ্তিৰ পত্নী। কেৱল স্বামীৰ টকাৰেই ধনী নহয়, সুধা মুৰ্তিৰ আছে নিজৰো কোটি কোটি টকাৰ সম্পত্তি। মুঠ ৭৭৫ কোটি টকাৰ মালিক সুধা মুৰ্তি।

পাছে ইমান টকাৰ থকাৰ পাছতো বিগত ৩০ বছৰে ধৰি ক্ৰয় কৰা নাই এখনো শাৰী। মহান দানী হিচাপেহে নাম আছে সুধা মুৰ্তিৰ। সামাজিক ক্ষেত্ৰত আগবঢ়োৱা কামৰ বাবে তেখেতে এবাৰ নহয় দুবাৰকৈ লাভ কৰিছে পদ্ম সন্মানো।

২০০৬ চনত পদ্মশ্ৰী আৰু ২০২৩ চনত পদ্ম ভূষণ সন্মানেৰে সন্মানিত হৈছে। বহু টকাৰ মালিক হলেও বিশেষকৈ কিতাপৰ সৈতে অধিক জড়িত সুধা মুৰ্তি। জীৱনত মুঠ ১৫০ খন কিতাপ লিখি উলিয়াইছে সুধা মুৰ্তিয়ে। তাৰোপৰি স্বামী-স্ত্ৰী দুয়োৰে ২০ হাজাৰৰো অধিক কিতাপৰ সংগ্ৰহ আছে।

অৱশ্যে বিগত ৩০ বছৰে ধৰি শাৰী ক্ৰয় নকৰাৰ পাছত আছে এক ধৰ্মীয় বিশ্বাস হে। সুধা মূৰ্তিয়ে নিজেই এটা অনুষ্ঠানত কৈছিল যে ৩০ বছৰ ধৰি নিজৰ বাবে কিয় শাৰী কিনা নাছিল। তেওঁ কয় যে এই সিদ্ধান্ত আৰ্থিক প্ৰয়োজন বা ধনৰ অভাৱত লোৱা হোৱা নাই। ইয়াৰ আঁৰত গভীৰ ধৰ্মীয় আৱেগ আছে।

তেখেতে কৈছিল- ৩০ বছৰ পূৰ্বে কাশীলৈ গৈছিল, য’ত নিজৰ প্ৰিয় বস্তু এটা এৰি যোৱাৰ সিদ্ধান্ত ল’বলগীয়া হৈছিল। তাতেই সিদ্ধান্ত লৈছিল জীৱনত কেতিয়াও নিজৰ বাবে শাৰী ক্ৰয় নকৰে।

অৱশ্যে পৰিয়ালৰ অন্য লোকে তেখেতৰ শাৰী উপহাৰ দিয়ে। পৰিালৰ সকলোৱে জানে কেৱল শাৰীয়ে পিন্ধা আৰু শাৰী ক্ৰয় কৰি অতিকে ভাল পোৱা সুধা মুৰ্তিয়ে কাশীত শাৰী ক্ৰয় কৰা ইচ্ছা পৰিহাৰ কৰি থৈ আহিছে। সেয়ে ভগ্নী আৰু পৰিয়ালৰ অন্য লোকে সুধা মুৰ্তিক শাৰী উপহাৰ দি থাকে।

উল্লেখ্য যে, এই সুধা মুৰ্তিৰ জোঁৱাই হৈছে ঋষি সুনক, যি ব্ৰিটেইনৰ প্ৰথমগৰাকী ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী আছিল। সুধা মুৰ্তিৰ কন্যা অক্ষতাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে ঋষি সুনক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: awardMillionerd Sudha Murtypadma awardSudha Murty
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

March 29, 2026
কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?
জীৱনশৈলী

কেতিয়াবা স্নিগ্ধ, কেতিয়া অভিজাত, কেতিয়াবা ৰিয়েল ডিভা! নেপালৰ নতুন প্ৰধানমন্ত্ৰীৰ পত্নী ছাবিনাৰ ছবি কিয় ট্ৰেণ্ডিঙত?

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
Next Post
এক অদ্ভুত কাহিনী- সাপে খুটিছিল, যুৱকে ওলোটাই দুবাৰ কামুৰি দিয়ে সাপক, সাপ নিধন

সাৱধান, আজি নিশাৰ পৰা চাৰি ৰাশিৰ লোকৰ ভাগ্য সলনি হৈ পৰিব, দুৰ্ভাগ্য আহি থিয় দিব কাষত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন