অসম লাইভ ২৪ঃ
নতুন কেন্দ্ৰীয় মন্ত্ৰীৰ দপ্তৰসমূহ
নাৰায়ণ ৰাণে- ক্ষুদ্ৰ আৰু মজলীয়া এণ্টাৰপ্ৰাইজ
সর্বানন্দ সোণোৱাল- বন্দৰ, জাহাজ পৰিবহণ আৰু আয়ুষ
জ্যোতিৰাদিত্য সিন্ধিয়া- অসামৰিক বিমান পৰিবহণ
আৰ চি পি সিং- তীখা
অশ্বিনী বৈষ্ণৱ- ৰে’ল
পশুপতি কুমাৰ পাৰস- খাদ্য, সংসাধন আৰু উদ্যোগ
কিৰেন ৰিজিজু- আইন আৰু ন্যায়
ৰাজকুমাৰ সিং- শক্তি
হৰদীপ সিং পুৰি- পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ
মনসুখ মন্দাভিয়া- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ
ভূপেন্দ্ৰ যাদৱ- শ্ৰম
পুৰুষোত্তম ৰূপালা- পশুপালন
জি কিষাণ ৰেড্ডি- সংস্কৃতি, পর্যটন, ড’নাৰ
অনুৰাগ ঠাকুৰ- তথ্য, সম্প্ৰচাৰ আৰু ক্ৰীড়া
ৰাজ্যিক মন্ত্ৰী
পংকজ চৌধুৰী- বিত্ত
অনুপ্ৰিয়া পেটেল- বাণিজ্য আৰু উদ্যোগ
সত্যপাল সিং বাঘেল- আইন আৰু ন্যায়
ৰাজীৱ চন্দ্ৰশেখৰ- দক্ষতা বিকাশ, উদ্যোগ, তথ্য প্ৰযুক্তি
শোভা কৰন্দ লাজে- কৃষি আৰু কৃষক কল্যাণ
ভানু প্ৰতাপ সিং বর্মা- এম এছ এম ই
দর্শনা বিক্ৰম জর্দোশ- বস্ত্ৰ আৰু ৰে’লৱে
মীনাক্ষী লেখি- বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতি
অর্ণপূর্ণা দেৱী- শিক্ষা
এন নাৰায়ণ স্বামী- সামাজিক ন্যায়
কৌশল কিশোৰ- গৃহ নির্মাণ আৰু চহৰ পৰিকল্পনা
অজয় ভট্ট- প্ৰতিৰক্ষা আৰু পর্যটন
বি এল বর্মা- ড’নাৰ আৰু সমবায়
অজয় কুমাৰ- গৃহ পৰিক্ৰমা
দেৱ সিং চৌহান- যোগাযোগ
ভগৱান খুবা- নতুন আৰু পুনৰ নবীকৰণযোগ্য শক্তি
কে এম পাটিল- ৰসায়ন
প্ৰতিমা ভৌমিক- সামাজিক ন্যায় আৰু সৱলীকৰণ
ডাঃ সুভাষ সৰকাৰ- শিক্ষা
ভগৱত কৃষ্ণ ৰাওকাৰাট- বিত্ত
ৰাজকুমাৰ ৰঞ্জন সিং- বৈদেশিক পৰিক্ৰমা আৰু শিক্ষা
ডাঃ ভাৰতী প্ৰবীণ পাৱাৰ- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ
বিশ্বেশ্বৰ টুডু- জনজাতীয় পৰিক্ৰমা আৰু জলশক্তি
শান্তনু ঠাকুৰ- বন্দৰ, জাহাজ পৰিবহণ, জলপথ
মহেন্দ্ৰ ভাই মুঞ্জাপাৰা- মহিলা আৰু শিশু উন্নয়ন, আয়ুষ
জন বার্লা- সংখ্যালঘু পৰিক্ৰমা
এল মুৰুগান- মীন, পশুপালন, তথ্য আৰু সম্প্ৰচাৰ
নিশিঠ প্ৰামাণিক- গৃহ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ