হুইলচেয়াৰত জীৱন অতিবাহিত নলবাৰীৰ কৈৰাৰা গাঁৱৰ চিন্ত কলিতাৰ। একমাত্ৰ সংগী হুইলচেয়াৰখন ভাঙি পৰাৰ উপক্ৰম। এখন হুইলচেয়াৰ বিচাৰি আহ্বান মুখ্যমন্ত্ৰীলৈ।