• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

2 months ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

35 minutes ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

60 minutes ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

1 hour ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

2 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

3 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

4 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

4 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

5 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

6 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

6 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

7 hours ago
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

কেনেকুৱা হ'ব আগন্তুক T20 বিশ্বকাপৰ ফৰ্মেট?

editor by editor
July 15, 2026
in ক্ৰীড়া, বিনোদন, বিশ্ব, ভাৰত
0
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
0
SHARES
934
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ২০২৮ত অনুষ্ঠিত হবলগীয়া আগন্তুক T20 বিশ্বকাপ প্ৰতিযোগিতাৰ ফৰ্মেটত এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এই বিশ্বকাপত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিব। নতুন ফৰ্মেট অনুসৰি এইবাৰ Super8ৰ সলনি থাকিব Super10। লগতে ছেমি ফাইনেলত পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব দুটা দলে বিপৰীতে ছেমি ফাইনেলৰ আন দুটা স্থান নিৰ্ধাৰণ হ’ব এলিমিনেটৰ মেচৰ জৰিয়তে।

কেনেকুৱা হ’ব আগন্তুক T20 বিশ্বকাপৰ ফৰ্মেট?

প্ৰতিযোগিতাৰ আৰম্ভণিতে ২০টা দলক ৫টা গ্ৰুপত বিভক্ত কৰা হ’ব। প্ৰতিটো গ্ৰুপত থাকিব ৪টাকৈ দল। এই পৰ্যায়ত মুঠ ৩০খন মেচ অনুষ্ঠিত হ’ব। প্ৰতিটো দলে নিজৰ গ্ৰুপৰ আন তিনিটা দলৰ বিৰুদ্ধে এখনকৈ মেচ খেলিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে Super10 পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰিব। পূৰ্বৰ বিশ্বকাপসমূহৰ Super8 পৰ্যায়ৰ সলনি এইবাৰ থাকিব Super10। এই পৰ্যায়ত যোগ্যতা অৰ্জন কৰা ১০টা দলক পুনৰ দুটা গ্ৰুপত ভাগ কৰা হ’ব। প্ৰতিটো গ্ৰুপত থাকিব ৫টাকৈ দল। Super10 পৰ্যায়ত প্ৰতিটো দলে নিজৰ গ্ৰুপৰ আন চাৰিটা দলৰ বিৰুদ্ধে খেলিব। ৰাউণ্ড-ৰবিন পদ্ধতিত মুঠ ২০খন মেচ অনুষ্ঠিত হ’ব Super10ত।

ছেমিফাইনেলত পোনপটীয়াকৈ যাব দুটা দল

নতুন ফৰ্মেটটোৰ আটাইতকৈ বৃহৎ পৰিৱৰ্তনটো হৈছে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জনৰ নিয়ম। Super10ৰ দুয়োটা গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ কৰা দল দুটাই পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিব। আনহাতে, দুয়োটা গ্ৰুপৰ দ্বিতীয় স্থানপ্ৰাপ্ত দল দুটাই বিপৰীত গ্ৰুপৰ তৃতীয় স্থানপ্ৰাপ্ত দলৰ বিৰুদ্ধে এলিমিনেটৰ মেচ খেলিব। এই দুখন নকআউট মেচত জয়ী হোৱা দল দুটাই ছেমি ফাইনেলৰ বাকী দুটা স্থান দখল কৰিব। এলিমিনেটৰ মেচৰ পিছত অনুষ্ঠিত হ’ব দুখন ছেমিফাইনেল। তাৰ পিছত বিজয়ী দুটা দলে ফাইনেলত মুখামুখি হ’ব। ছেমিফাইনেল আৰু ফাইনেল দুয়োখন মেচেই পৰম্পৰাগত নক আউট পদ্ধতিত অনুষ্ঠিত হ’ব।

ICCৰ এই নতুন ফৰ্মেটৰ ফলত প্ৰতিযোগিতা অধিক প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ Super10 পৰ্যায়ত শীৰ্ষস্থান দখল কৰাৰ বাবে প্ৰতিটো দলৰ বাবে প্ৰতিখন মেচ অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব। একে সময়তে এলিমিনেটৰ ব্যৱস্থা থকাৰ বাবে দ্বিতীয় আৰু তৃতীয় স্থানৰ বাবে হোৱা প্ৰতিদ্বন্দ্বিতাও অধিক ৰোমাঞ্চকৰ হোৱাৰ আশা কৰা হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24T20 World Cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?
বিশ্ব

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

September 17, 2026
যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ
ভাৰত

যিকোনো মুহূৰ্তত বন্ধ হ’ব শ শ মাদ্ৰাছা, চৰকাৰৰ কঠোৰ নিৰ্দেশ

September 17, 2026
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
Next Post
জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

জুলাইৰ শেষৰফালে এই ৩ ৰাশিৰ ভাগ্য উজলিব

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.