গুৰুত্বপূৰ্ণ বৈঠকেৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া নৱবৰ্ষক আদৰণি৷ নেশ্ব্যনেল টেষ্টিং এজেন্সীৰ সৈতে আৰু এডভাণ্টেজ আসাম ২.০ৰ সময়ত বৃহৎ বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা গোটসমূহৰ সৈতে বিগত ২ দিনত ৰূপায়ণৰ সন্দৰ্ভত আলোচনা কৰে৷ কি কি বিষয়ক লৈ আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে?
এন টি এ
নেশ্ব্যনেল ট্ৰেকিং এজেন্সীৰ সঞ্চালকপ্ৰধান আৰু প্ৰতিনিধি দলৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হয়৷ অসম আৰক্ষীয়ে কৰা এক বিশেষ অনুসন্ধানত পোহৰলৈ আহিছে যে ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত নীটত উত্তীৰ্ণ হোৱা কিছু শিক্ষাৰ্থীয়ে সন্দেহজনকভাৱে অস্বাভাৱিক উচ্চ নম্বৰ লাভৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত এই বৈঠকৰ পোষকতা কৰাব বুলি মুখ্যমন্ত্ৰীৰ মত প্ৰকাশ৷
নীটৰ স্বচ্ছতা সুৰক্ষিত কৰাৰ বাবে অসম চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱসমূহ-
ইয়াৰোপৰি আদানী গ্ৰুপ, বেদান্ত গ্ৰুপ, গ্ৰীণকো গ্ৰুপৰ সৈতে হোৱা চুক্তিসমূহ অচিৰেই ৰাজ্যত ৰূপায়ণ হ’ব বুলিও পহিলা ব’হাগতেই আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ