• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইতিহাস সৃষ্টি যুজবেন্দ্ৰ চহলৰ, গঢ়িলে অনন্য ৰেকৰ্ড

ইতিহাস সৃষ্টি যুজবেন্দ্ৰ চহলৰ, গঢ়িলে অনন্য ৰেকৰ্ড

1 year ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

7 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

8 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

9 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

10 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

10 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

11 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

12 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

12 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

13 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

13 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ইতিহাস সৃষ্টি যুজবেন্দ্ৰ চহলৰ, গঢ়িলে অনন্য ৰেকৰ্ড

editor by editor
April 16, 2025
in ক্ৰীড়া, ভাৰত
0
ইতিহাস সৃষ্টি যুজবেন্দ্ৰ চহলৰ, গঢ়িলে অনন্য ৰেকৰ্ড
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাস সৃষ্টি যুজবেন্দ্ৰ চহলৰ, গঢ়িলে অনন্য ৰেকৰ্ড

ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ লেগ স্পিনাৰ যুজবেন্দ্ৰ চহলে সৃষ্টি কৰিছে অনন্য ইতিহাসৰ। ইণ্ডিয়ান প্ৰিমিয়াৰ খেলত ইতিহাসত সৰ্বাধিক বাৰ এখন খেলত চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে চহল।

বিশ্বৰ অন্যান্য ক্ৰিকেটাৰৰ ভিতৰতো প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে। এটা ক্ষেত্ৰত চহলে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ যাদুকৰী স্পিনাৰ সুনীল নাৰিনৰ সমানে শীৰ্ষ স্থান দখল কৰিছে। ৩৬ বছৰীয়া নাৰিনে আই পি এলত ৮ বাৰ এখন মেচত চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। কালিৰ মেচ (১৫ এপ্ৰিল)ৰ পাছত এতিয়া চহলেও আই পি এলৰ এখন খেলত চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰাৰ কৃতিত্ব ৮ বাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আই পি এলত সৰ্বাধিক চাৰিটা বা তাতকৈ অধিক উইকেট দখল কৰা বলাৰ
৮ – যুজবেন্দ্ৰ চহল – ভাৰত
৮ – সুনীল নাৰিন – ৱেষ্ট ইণ্ডিজ
৭ – লাছিথ মালিংগা – শ্ৰীলংকা
৬ – কাগিছো ৰাবাদা – দক্ষিণ আফ্ৰিকা
৫ – অমিত মিশ্ৰ – ভাৰত

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketiplRecordYujbendra Chahal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE
ভাৰত

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

September 25, 2026
Next Post
সিংহ ৰাশিত মংগল গ্ৰহৰ ট্ৰেনজিটৰ ফলত সমস্যা বাঢ়িব ৫ ৰাশিৰ, ধন-স্বাস্থ্যৰ ক্ষতি

সিংহ ৰাশিত মংগল গ্ৰহৰ ট্ৰেনজিটৰ ফলত সমস্যা বাঢ়িব ৫ ৰাশিৰ, ধন-স্বাস্থ্যৰ ক্ষতি

‘বিজেপি চৰকাৰ সলনিৰ লগে লগে বাতিল হ’ব ৱাকফ আইন’, মমতা বেনাৰ্জী

'বিজেপি চৰকাৰ সলনিৰ লগে লগে বাতিল হ'ব ৱাকফ আইন', মমতা বেনাৰ্জী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.