• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘বিজেপি চৰকাৰ সলনিৰ লগে লগে বাতিল হ’ব ৱাকফ আইন’, মমতা বেনাৰ্জী

‘বিজেপি চৰকাৰ সলনিৰ লগে লগে বাতিল হ’ব ৱাকফ আইন’, মমতা বেনাৰ্জী

1 year ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

12 minutes ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

1 hour ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

2 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

2 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

3 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

3 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

5 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

6 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

6 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘বিজেপি চৰকাৰ সলনিৰ লগে লগে বাতিল হ’ব ৱাকফ আইন’, মমতা বেনাৰ্জী

editor by editor
April 16, 2025
in ভাৰত, ৰাজনীতি
0
‘বিজেপি চৰকাৰ সলনিৰ লগে লগে বাতিল হ’ব ৱাকফ আইন’, মমতা বেনাৰ্জী
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘বিজেপি চৰকাৰ সলনিৰ লগে লগে বাতিল হ’ব ৱাকফ আইন’, মমতা বেনাৰ্জী

ৰাজপথৰ পৰা আৰম্ভ কৰি উচ্চতম ন্যায়ালয়লৈকে বৰ্তমানে দেশজুৰি ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে। আটাইতকৈ ডাঙৰ সংগ্ৰাম দেখা গৈছে মমতা বেনাৰ্জীৰ পশ্চিম বংগত। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও ৱাকফ আইনৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰিছে।

আজি ১৬ এপ্ৰিল তাৰিখে কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত উপস্থিত হৈ মুখ্যমন্ত্ৰী মমতাই মুছলমান ধৰ্মগুৰু আৰু ইমামসকলক সাক্ষাৎ কৰে। এই সময়ত মমতাই ইমামসকলক ৱাকফ আইন সম্পৰ্কেও সম্বোধন কৰে। মমতাই কয় যে বংগক বদনাম কৰা হৈছে।

য’ত হিংসা সংঘটিত হৈছিল তাত কংগ্ৰেছৰ আসন আছে। ভাৰতীয় জনতা পাৰ্টিক ক্ষমতাৰ পৰা উচ্ছেদ কৰাৰ লগে লগে ৱাকফ সংশোধনী আইন বাতিল কৰা হ’ব বুলিও ক্ষোভ উজাৰে মুখ্যমন্ত্ৰী মমতাই।

মমতা বেনাৰ্জীয়ে কয় যে ইউ পি আৰু বিহাৰৰ ভিডিঅ’ দেখুৱাই বংগক বদনাম কৰা হৈছে। ভুৱা বাতৰি বিয়পি পৰিছে। বিজেপিয়ে ভুৱা ভিডিঅ’ দেখুৱাই বদনাম কৰিছে।

মমতাই ইমামসকলৰ সৈতে ৱাকফ আইন সন্দৰ্ভত ভৱিষ্যতৰ কৌশল সম্পৰ্কে আলোচনা কৰে, য’ত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ সভাপতি ছাইফুল্লাহ ৰহমানী, এআইএমপিএলবিৰ সাধাৰণ সম্পাদক ফজলুৰ ৰহিম মুজাদ্দিনী আৰু কলকাতাৰ মেয়ৰ ফিৰহাদ হাকিমকে ধৰি বহু মুছলমান ধৰ্মীয় নেতা আৰু ইমাম উপস্থিত থাকে।

মমতা বেনাৰ্জীয়ে হুংকাৰ কৰি কয় যে, পশ্চিমবংগত ৱাকফ আইন কাৰ্যকৰী কৰিবলৈ দিয়া নহ’ব। পশ্চিম বংগত ৱাকফ আইনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ। ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে বহু মুছলমান সম্প্ৰদায়ৰ লোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: mamata banerjeeWaqf Billwest bengal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম
জীৱনশৈলী

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

September 28, 2026
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট
বিনোদন

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

September 28, 2026
Next Post
হাইৰে মানৱতা! আই চি ইউত কোমা অৱস্থাত থকা এয়াৰ হোষ্টেজকো নেৰিলে…

হাইৰে মানৱতা! আই চি ইউত কোমা অৱস্থাত থকা এয়াৰ হোষ্টেজকো নেৰিলে...

শাহুৰ সৈতে প্ৰেম কৰি পলায়ন কৰা জোঁৱাই অৱশেষত নেপাল সীমান্তত আৰক্ষীৰ জালত

শাহুৰ সৈতে প্ৰেম কৰি পলায়ন কৰা জোঁৱাই অৱশেষত নেপাল সীমান্তত আৰক্ষীৰ জালত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.